ETV Bharat / state

বটদ্রৱা থানত পৰম্পৰাগত গোসাঁই 'বা' দিয়া উৎসৱ - বটদ্রৱা থান

সোমবাৰে বটদ্ৰৱা থানত অসমীয়া নৱবৰ্ষৰ প্ৰথমটো সন্ধ্যা থানৰ মনিকুট, গা-ঘৰৰ আসন আৰু দুই পদশিলাত পালন কৰা হয় গোসাঁই 'বা' দিয়া উৎসৱ । 500 বছৰীয়া পৰম্পৰাক সৰোগত কৰি উদযাপন কৰা হয় এই গোসাঁই বা দিয়া উৎসৱ ৷ মাংগলিক ধ্বনিৰে মুখৰিত হৈ পৰে গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা ।

বটদ্রৱা থানত উদযাপন পৰম্পৰাগত গোসাঁই 'বা' দিয়া উৎসৱ
author img

By

Published : Apr 16, 2019, 5:55 AM IST

বটদ্রৱা, 16 এপ্ৰিল: বটদ্রৱা থানত পৰম্পৰাগত ভাবে উদযাপন কৰা হয় বহাগ বিহু । সোমবাৰে বটদ্ৰৱা থানত অসমীয়া নৱবৰ্ষৰ প্ৰথমটো সন্ধ্যা থানৰ মনিকুট, গা-ঘৰৰ আসন আৰু দুই পদশিলাত পালন কৰা হয় গোসাঁই 'বা' দিয়া উৎসৱ । 500 বছৰীয়া পৰম্পৰাক সৰোগত কৰি উদযাপন কৰা হয় এই গোসাঁই বা দিয়া উৎসৱ ৷ মাংগলিক ধ্বনিৰে মুখৰিত হৈ পৰে গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা । সন্ধ্যা বটদ্ৰৱাৰ শলগুৰি আৰু নৰোৱা সত্ৰৰ ভকত বৈষ্ণৱ সকলে কীৰ্তন ঘৰত সমবেত হৈ ডবা, শংখ, ঘন্টা, কাহ, খোল তাল আৰু আয়তীৰ মংগল উৰুলিৰ ধ্বনিৰে মুখৰিত হৈ পৰে বটদ্ৰৱাৰ আকাশ বতাহ । থানৰ সত্ৰাধিকাৰৰ, নামলগোৱাই বৰ বিচনী আৰু চোৱৰেৰে থানৰ মনিকূটৰ আসনত সাত বাৰ, গা ঘৰৰ আসনত পাঁচ বাৰ আৰু দুই পদশিলাত তিনি বাৰকৈ 'গোসাঁই বা' দিয়া উৎসৱ সম্পন্ন কৰে । উল্লেখ্য যে, বটদ্রৱা থানৰ এই 'গোসাঁই বা' দিয়া পৰম্পৰা 500 বছৰ পুৰণি । এই পৰম্পৰাত বিশ্বাসী বটদ্ৰৱা অঞ্চলৰ ভকত বৈষ্ণৱ । অসমীয়া নৱবৰ্ষৰ পহিলা বহাগৰ দিনা গোসাঁই বা দিয়াৰ পূৰ্বে কোনো কাৰনত বিচনী বা পাংখা ব্যৱহাৰ নকৰে বটদ্ৰৱাবাসী ৰাইজে ।

Intro:বটদ্রৱা থানত ৫০০ বছৰীয়া পৰম্পৰাক সৰোগত কৰি গোসাঁই বা দিয়া উৎসৱ পালন । মাংগলিক ধ্বনিৰে মুখৰিত গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা ।
Body:বটদ্রৱা থানত পৰম্পৰাগত ভাবে উদযাপন কৰা হৈছে বহাগ বিহু । বটদ্ৰৱা থানত সোমবাৰে অসমীয়া নৱবৰ্ষৰ প্ৰথমটো সন্ধ্য থানৰ মনিকুটৰ , গা-ঘৰৰ আসন আৰু দুই পদশিলাত গোসাঁই 'বা' দিয়া উৎসৱ পালন কৰা হয়। সন্ধ্যা বটদ্ৰৱাৰ শলগুৰি আৰু নৰোৱা সত্ৰৰ ভকত বৈষ্ণৱ সকলে কীৰ্তন ঘৰত সমবেত হৈ ডবা, শংখ, ঘন্টা, কাহ, খোল তাল আৰু আয়তীৰ মংগল উৰুলিৰ ধ্বনিৰে মুখৰিত হৈ পৰে বটদ্ৰৱাৰ আকাশ বতাহ । থানৰ সত্ৰাধিকাৰৰ, নামলগোৱাই বৰ বিচনী আৰু চোৱৰেৰে থানৰ মনিকূটৰ আসনত সাত বাৰ, গা ঘৰৰ আসনত পাচ বাৰ আৰু দুই পদশিলাত তিনি বাৰকে 'গোসাঁই বা' দিয়া উৎসৱ সম্পন্ন কৰে । উল্লেখ্য যে বটদ্রৱা থানৰ এই 'গোসাঁই বা' দিয়া পৰম্পৰা ৫০০ বছৰ পুৰণি । এই পৰম্পৰাত বিশ্বাসী বটদ্ৰৱা অঞ্চলৰ ভকত বৈষ্ণৱ । অসমীয়া নৱবৰ্ষৰ পহিলা বহাগৰ দিনা গোসাঁই বা দিয়াৰ পূৰ্বে কোনো কাৰনত বিচনী বা পাংখা ব্যৱহাৰ নকৰে বটদ্ৰৱাবটদ্ৰৱাবাসী ৰাইজে । ________________বটদ্ৰৱাৰ পৰা প্ৰাঞ্জল বৰা ই টি ভি ভাৰত ।Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.