ETV Bharat / state

বটদ্ৰৱাত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত এজন - বটদ্ৰৱাত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত এজন

এখন স্কুটীক পিছফালৰ পৰা এখন টেম্পোৱে খুন্দা মৰাৰ ফলত সংঘটিত হয় ভয়ংকৰ দুৰ্ঘটনাটো ৷ থিতাতে নিহত হয় স্কুটী আৰোহীজন ৷

বটদ্ৰৱাত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত এজন
author img

By

Published : Sep 10, 2019, 7:49 PM IST

বটদ্ৰৱা,10 ছেপ্টেম্বৰঃবটদ্ৰৱাত সংঘটিত হয় এক পথ দুৰ্ঘটনা । এই দুৰ্ঘটনাত থিতাতে নিহত হয় এজন যুৱক । যুৱকজন বটদ্ৰৱা ছলাপথাৰৰ আমিৰ হামজা বুলি জানিব পৰা গৈছে। নগাঁৱৰ পৰা নিজ বাসগৃহলৈ গৈ থকা অৱস্থাত AS-02C-C1594 নম্বৰৰ এখন টেম্পোৱে পিছফালৰ পৰা খুন্দা মৰাত নিহত হয় নম্বৰ প্লেট বিহীন স্কুটিখনৰ আৰোহী আমিৰ হামজা । ইতিমধ্যে ঘটনাস্থলীত বটদ্ৰৱা আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্রেৰণ কৰিছে নগাৱঁলৈ । ৰাইজৰ সন্দেহ বৰষুণৰ বাবেই তীব্ৰগতিৰে গাড়ী চলোৱাৰ ফলতেই সংঘটিত হয় এই দুর্ঘটনা।

Intro:বটদ্ৰৱাত ভয়ংকৰ পথ দুৰ্ঘটনা । নিহত এজন ।Body:বটদ্ৰৱাত ভয়ংকৰ পথ দুৰ্ঘটনা । থিতাতে নিহত এজন যুৱক । যুৱকজন বটদ্ৰৱা ছলাপথাৰৰ আমিৰ হামজা বুলি চিনাক্ত । নগাঁৱৰ পৰা নিজ বাসগৃহলৈ গৈ থকা অৱস্থাত AS 02 C C1594 নম্বৰৰ এখন টেম্প'ই পিছফালৰ পৰা খুন্দা মৰাত নিহত হয় নম্বৰ প্লেট বিহীন ইস্কুটিৰ আৰোহী আমিৰ হামজা । ইতিমধ্যে ঘটনাস্থলীত বটদ্ৰৱা আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্রেৰণ কৰিছে নগাৱঁলৈ । ৰাইজৰ সন্দেহ কিনকিয়া বৰষুণৰ বাবেই তিব্ৰগতিৰে গাড়ী চলোৱাৰ ফলতেই সংঘটিত হয় এই ভয়ংকৰ পথ দুর্ঘটনা ।____________________বটদ্ৰৱাৰ পৰা প্ৰাঞ্জল বৰা ই টি ভি ভাৰত অসম ।Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.