ETV Bharat / state

শিক্ষাৰ্থীৰ অভাৱত বন্ধ চৰকাৰী বিদ্যালয় - কঠিয়াতলী শিক্ষাখণ্ড

ছাত্ৰ-ছাত্ৰীৰ অভাৱৰ বাবেই কঠিয়াতলী শিক্ষাখণ্ডৰ অন্তৰ্গত পূব তেতেলিসৰা নাহৰ ৰাজখোৱা প্ৰাথমিক বিদ্যালয়খন পাঁচ মাহ ধৰি বন্ধ হৈ পৰে

শিক্ষাৰ্থীৰ অভাৱত বন্ধ চৰকাৰী বিদ্যালয়
author img

By

Published : Jun 4, 2019, 10:32 AM IST

বঢ়মপুৰ,৪জুন: ছাত্ৰ-ছাত্ৰীৰ অভাৱৰ বাবেই বন্ধ হ'বলগীয়া হ'ল এখন চৰকাৰী বিদ্যালয় । কঠিয়াতলী শিক্ষাখণ্ডৰ অন্তৰ্গত পূব তেতেলিসৰা নাহৰ ৰাজখোৱা প্ৰাথমিক বিদ্যালয়খন বৰ্তমান গৰু-ছাগলীৰ বাসস্থান । ১৯৮২ চনতে প্ৰতিষ্ঠা লাভ কৰা এই বিদ্যালয়খন বিগত পাঁচ মাহ ধৰি বন্ধ হৈ আছে । কাৰণ বিদ্যালয়খনত বৰ্তমান এজনো নাই ছাত্ৰ-ছাত্ৰী ৷ যাৰ বাবে বন্ধ হৈ পৰে বিদ্যালয়খন। স্থানীয় ৰাইজৰ মত অনুসৰি চৰকাৰে শিক্ষা খণ্ডত প্ৰযোজ্য কৰা ন-ন নিয়মৰ বাবেই চৰকাৰী বিদ্যালয়লৈ নোযোৱা হৈছে শিক্ষাৰ্থী ।

Intro: ছাত্ৰ ছাত্ৰী অভাৱৰ বাবেই বন্ধ হব লগা হৈছে চৰকাৰী বিদ্যালয় |

ৰাজ্যৰ শিক্ষা বিভাগে শিক্ষাৰ নীতি যিমানেই পৰিবৰ্তন নকৰক কিয় চৰকাৰী শিক্ষা ব্যৱস্থা পয়ালগা অৱস্থাৰ বাবে বন্ধ হব লগা হৈছে চৰকাৰী বিদ্যালয় ৷ ছাত্ৰ ছাত্ৰী অভাৱৰ বাবেই বন্ধ হ'ল কঠিয়াতলী শিক্ষাখণ্ডৰ অন্তৰ্গত পূব তেতেলিসৰা নাহৰ ৰাজখোৱা প্ৰাথমিক বিদ্যালয় খন ৷ ১৯৮২ চনতে প্ৰতিষ্ঠা লাভ কৰা বিদ্যালয় খন বিগত পাঁচ মাহ ধৰি বন্ধ, কাৰণ এইবছৰ এজনো ছাত্ৰ ছাত্ৰী নাই বিদ্যালয় খনত ৷ ২০১৮ বৰ্ষত ৫ জন ছাত্ৰ ছাত্ৰী আছিল যদিও ২০১৯ বৰ্ষত এজনো ছাত্ৰ ছাত্ৰীয়ে নাম ভৰ্তি নকৰিলে বিদ্যালয় খনত ৷ যাৰ বাবে বন্ধ হৈ পৰিল বিদ্যালয় খন ৷

Body:Byte = স্থানীয় লোক

বঢ়মপুৰৰ পৰা মাধৱ চন্দ্ৰ ভূঞা Etv Bharat AssamConclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.