ETV Bharat / state

নগাঁৱত মোনাত ভৰাই থোৱা অৱস্থাত নৱজাতক উদ্ধাৰ

নগাঁৱত পুনৰ ভূলুণ্ঠিত মানৱতা । মোনাত ভৰাই গ্ৰীলত ওলমাই থৈ গল নৱজাতক । নৱজাতকটিক উদ্ধাৰ কৰি ব্যৱস্থা কৰা হয় চিকিৎসাৰ ।

author img

By

Published : Sep 10, 2019, 10:11 AM IST

নগাঁৱত মোনাত ভৰাই থোৱা অৱস্থাত নৱজাতক উদ্ধাৰ

নগাওঁ, 10 চেপ্তেম্বৰঃ নগাঁৱত পুনৰ ভূলুণ্ঠিত মানৱতা । মোনাত ভৰাই ওলোমাই থৈ গল এটি নৱজাতক। সোমবাৰে নিশা নগাঁৱৰ ৰত্নপুৰ নামঘৰত উদ্ধাৰ হয় এটি নৱজাতক । কোনো পাষাণ মাতৃয়ে নিজৰ কলংক ঢাকিবলৈ এই জঘন্য কাণ্ড সংঘটিত কৰাৰ সন্দেহ কৰা হৈছে। ৰত্নপুৰ নামঘৰৰ গ্ৰীলত ওলমি থকা এটা মোনা প্ৰত্যক্ষ কৰি গৰ্কী মহন্ত নামৰ এজন লোকে গ্ৰীলৰ পৰা নমাই মোনাটো । তেতিয়াই মোনাৰ ভিতৰত দেখা পাই নৱজাতকটি । মোনাটো নোমোৱাৰ লগে লগে কান্দিবলৈ আৰম্ভ কৰে নৱজাতকটি । ওলমি থকা মোনাৰ পৰা নৱজাতকটি উদ্ধাৰ কৰি লোকজনে আৰক্ষীক খবৰ দিয়াত আৰক্ষী উপস্থিত হৈ চিকিৎসাৰ ব্যৱস্থা কৰে নৱজাতকটি । সম্প্ৰতি নগাঁৱৰ ম'হখুলি চিকিৎসালয়ৰ বেবী আই চি ইউ ত চিকিৎসাধীন হৈ আছে নৱজাতকটি ।

Intro:নগাঁৱত পুনৰ ভূ লুণ্ঠিত মানৱতা। মোনাত ভৰাই গ্ৰীলত ওলমাই থৈ গল নৱজাতক। নৱজাতকটিক উদ্ধাৰ কৰি ব্যৱস্থা কৰা হয় চিকিৎসাৰ।

Body:নগাঁৱত পুনৰ ভূলুণ্ঠিত মানৱতা। মোনাত ভৰাই ওলোমাই থৈ গল এটি নৱজাতক। সোমবাৰে নিশা নগাঁৱৰ ৰত্নপুৰ নামঘৰত উদ্ধাৰ হয় এটি নৱজাতক। কোনো পাষাণ মাতৃয়ে নিজৰ কলংক ঢাকিবলৈ এই জঘন্য কাণ্ড সংঘটিত কৰাৰ সন্দেহ কৰা হৈছে। ৰত্নপুৰ নামঘৰৰ গ্ৰীলত ওলমি থকা এটা মোনা প্ৰত্যক্ষ কৰি গৰ্কী মহন্ত নামৰ এজন লোকে গ্ৰীলৰ পৰা নমাই মোনাটো। তেতিয়াই মোনাৰ ভিতৰত দেখা পাই নৱজাতকটি। মোনা নোমোৱাৰ লগে লগে কান্দিবলৈ আৰম্ভ কৰে নৱজাতকটি। ওলমি থকা মোনাৰ পৰা নৱজাতকটি উদ্ধাৰ কৰি লোকজনে আৰক্ষীক খবৰ দিয়াত আৰক্ষী উপস্থিত হৈ চিকিৎসাৰ ব্যৱস্থা কৰে নৱজাতকটি। সম্প্ৰতি নগাঁৱৰ ম'হখুলি চিকিৎসালয়ৰ বেবী আই চি ইউ ত চিকিৎসাধীন হৈ আছে নৱজাতকটি।
bite-
---------------------------/////
ৰকিবুল ওৱাহিদ, নগাওঁ
১০-৯-১৯

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.