নগাঁও, 18 মে': কলিয়াবৰত ভাৰতীয় ষ্টেত বেংকৰ সন্মুখৰ পৰা দুৰ্বৃত্তই লুটি নিয়ে 2 লাখ 55 হাজাৰ টকা ৷ দেৱকান্ত ৰাজখোৱাৰ নামৰ লোকজনৰ চুইফট ডিজায়াৰ গাড়ীৰ গ্লাছ ভাঙি লুটি নিয়ে টকাখিনি ৷ এইবাৰ কলিয়াবৰত দিন ডকাইটি। ভাৰতীয় ষ্টেট বেংক কলিয়াবৰ শাখাৰ সন্মুখত ৰখাই থোৱা AS-০২S-৯৮৪৭ নম্বৰৰ চুইফট ডিজায়াৰ গাড়ীৰ খিৰিকিৰ গ্লাচ ভাঙি লুটি নিলে 2 লাখ 55 হাজাৰ টকা। কলিয়াবৰৰ দেউৰী চিলাবন্ধাৰ দেৱকান্ত ৰাজখোৱা নামৰ লোকজনৰ গাড়ীৰ পৰা লুটি নিয়ে টকাখিনি ।
কলিয়াবৰত দিন-দুপৰতে ডকাইটে লুটি নিলে 2 লক্ষাধিক টকা - regional news
এইবাৰ কলিয়াবৰত দিন ডকাইটি। ভাৰতীয় ষ্টেট বেংক কলিয়াবৰ শাখাৰ সন্মুখত ৰখাই থোৱা AS-০২S-৯৮৪৭ নম্বৰৰ চুইফট ডিজায়াৰ গাড়ীৰ খিৰিকিৰ গ্লাচ ভাঙি লুটি নিলে 2 লাখ 55 হাজাৰ টকা । কলিয়াবৰৰ দেউৰী চিলাবন্ধাৰ দেৱকান্ত ৰাজখোৱা নামৰ লোকজনৰ গাড়ীৰ পৰা লুটি নিয়ে টকাখিনি
কলিয়াবৰত দিন-দুপৰতে ডকাইটে লুটি নিলে 2 লক্ষাধিক
নগাঁও, 18 মে': কলিয়াবৰত ভাৰতীয় ষ্টেত বেংকৰ সন্মুখৰ পৰা দুৰ্বৃত্তই লুটি নিয়ে 2 লাখ 55 হাজাৰ টকা ৷ দেৱকান্ত ৰাজখোৱাৰ নামৰ লোকজনৰ চুইফট ডিজায়াৰ গাড়ীৰ গ্লাছ ভাঙি লুটি নিয়ে টকাখিনি ৷ এইবাৰ কলিয়াবৰত দিন ডকাইটি। ভাৰতীয় ষ্টেট বেংক কলিয়াবৰ শাখাৰ সন্মুখত ৰখাই থোৱা AS-০২S-৯৮৪৭ নম্বৰৰ চুইফট ডিজায়াৰ গাড়ীৰ খিৰিকিৰ গ্লাচ ভাঙি লুটি নিলে 2 লাখ 55 হাজাৰ টকা। কলিয়াবৰৰ দেউৰী চিলাবন্ধাৰ দেৱকান্ত ৰাজখোৱা নামৰ লোকজনৰ গাড়ীৰ পৰা লুটি নিয়ে টকাখিনি ।
Intro:কলিয়াবৰ ভাৰতীয় ষ্টেত বেংকৰ সন্মুখৰ পৰা নিলে দুই লাখ পাঁচপন্ন হাজাৰ।
দেৱকান্ত ৰাজখোৱাৰ চুইফ্ট ডিজায়াৰ গাড়ীৰ গ্লাছ ভাঙি দুৰ্বৃত্তই নিলে লক্ষাধিক টকাBody:এইবাৰ কলিয়াবৰত দিন ডকাইট। ভাৰতীয় ষ্টেট বেংক কলিয়াবৰ শাখাৰ সন্মুখত ৰখাই থোৱা এ এচ ০২এচ - ৯৮৪৭ নম্বৰৰ চুইফ্ট ডিজায়াৰ গাড়ীৰ খিৰিকিৰ গ্লাচ ভাঙি নিলে ২ লাখ ৫৫ হাজাৰ টকা। কলিয়াবৰৰ দেউৰী চিলাবন্ধাৰ দেৱকান্ত ৰাজখোৱা নামৰ লোকজনৰ গাড়ীৰ পৰা লুটি নিলে টকাখিনি।
দুখন চেকৰ জৰিয়তে বেংকৰ পৰা টকাখিন উঠাই নিজ গাড়ীত থৈ প্ৰস্ৰাৱ কৰিবলৈ যোৱাৰ সময়তে দুৰ্বৃত্তই গাড়ীখনৰ সমুখৰ বাঁওফালৰ আসনৰ খিৰিকীৰ গ্লাছ ভাঙি দুই লক্ষাধিক টকা লৈ উধাও হয়। পুণৰ গাড়ীখনলৈ উভটি আহি ভঙা গ্লাছ দেখিহে গ্ৰাহকজনে টকা নোহোৱাতো জানিব পাৰে। ঘটনাৰ খবৰ পাই ততাতৈয়াকৈ ঘটনাস্থলীত কলিয়াবৰ আৰক্ষী উপস্থিত হৈ যোৰ তদন্ত অব্যাহত ৰাখিছে। বেংকৰ চি. চি. টিভিৰ ফুটেজ পৰীক্ষা কৰিছে যদিও কোনো এই পৰ্য্যন্ত কোনো শূং-সূত্ৰ উলিয়াবলৈ সক্ষম হোৱা নাই। এনে ঘটনা পূৰ্বতেও ঘটিছে যদিও কলিয়াবৰ তিনিআলিৰ কেন্দ্ৰস্থলত অৱস্থিত বেংক শাখাটোত কোনোধৰণৰ নিৰাপত্তা ব্যৱস্থা লোৱা দেখা নগ'ল। ফলস্বৰূপে পুণৰ শণিবাৰে দুস্কৃতিকাৰীয়ে এনে কাৰ্য্য সংঘটিত কৰিবলৈ সুবিধা পালে বুলি স্থানীয় ৰাইজে অভিযোগ কৰিছে।Conclusion:viduals/bites