ETV Bharat / state

অসম আৰক্ষীত ৰদবদল

author img

By

Published : Jan 18, 2020, 9:32 PM IST

শনিবাৰে ৰদবদল কৰা হ'ল অসম আৰক্ষীত ৷ নগাঁও আৰক্ষী অধীক্ষক হিচাপে দায়িত্ব অৰ্পন ডিমা হাছাৱৰ আৰক্ষী অধীক্ষক অভিজিত দিলীপক ৷

অসম আৰক্ষী
অসম আৰক্ষীত ৰদবদল

নগাঁও, 18 জানুৱাৰীঃ অসম আৰক্ষীত ৰদবদল । ডিমা হাছাও আৰক্ষী অধীক্ষক গৌৰৱ অভিজিত দিলীপক নগাঁও আৰক্ষী অধীক্ষক হিচাপে বদলি । আনহাতে, নগাঁও আৰক্ষী অধীক্ষক শংকৰ ব্ৰত ৰায় মেধিক NIA আৰক্ষী অধীক্ষকৰ দায়িত্ব অৰ্পন ৷ তাৰোপৰি অসম আৰক্ষীৰ ২৩ বেটিলিয়নৰ অধিনায়ক কাৰ্বি আংলঙৰ চিলনী বীৰ বিক্ৰম গগৈক ডিমা হাছাৱৰ আৰক্ষী অধীক্ষক হিচাপে দায়িত্ব অৰ্পন কৰা হয় ।

আৰু পঢ়কঃ ধাৰাপুৰত 'গণ হুংকাৰ' কাৰ্যসূচী

Intro:Body:

[1/18, 8:41 PM] RAKIBUL WAHID NAGAON: অসম আৰক্ষীত ৰদবদল। ডিমা হাছাওৰ আৰক্ষী অধীক্ষক গৌৰৱ অভিজিত দিলীপক নগাঁও আৰক্ষী অধীক্ষক হিচাপে বদলি। নগাঁৱৰ আৰক্ষী অধীক্ষক শংকৰ ব্ৰত ৰায় মেধিক NIA আৰক্ষী অধীক্ষকৰ দায়িত্ব

[1/18, 8:43 PM] RAKIBUL WAHID NAGAON: অসম আৰক্ষীৰ ২৩ বেটিলিয়েনৰ অধিনায়ক কাৰ্বি আংলং চিলনী বীৰ বিক্ৰম গগৈক ডিমা হাছাও ৰ আৰক্ষী অধীক্ষকৰ দায়িত্ব।

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.