ETV Bharat / state

ইংৰাজতকৈ অধিক লুণ্ঠন কৰিলে কংগ্ৰেছে- সৰ্বানন্দ সোণোৱাল

শুকুৰবাৰে নগাঁৱত বিজেপি প্ৰাৰ্থী ৰূপক শৰ্মাৰ হৈ নিৰ্বাচনী প্ৰচাৰত অংশ ল'লে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল আৰু বিজেপিৰ অসমৰ প্ৰভাৰী ডঃ মহেন্দ্ৰ সিঙে৷ এই নিৰ্বাচনী সভাত কংগ্ৰেছক তীব্ৰ সমালোচনা কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল আৰু মহেন্দ্ৰ সিঙে ৷ নগাঁৱৰ দক্ষিণপাটত অনুষ্ঠিত এই নিৰ্বাচনী সভাত মুখ্যমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰী মোদীৰ জয়গান গোৱাৰ বিপৰীতে কংগ্ৰেছৰ কাৰ্যকাল শেষ হৈ অসমৰ উন্নয়ন আৰম্ভ হৈছে বুলি মন্তব্য কৰে ৷ লগতে ৰূপক শৰ্মাৰ বলিষ্ঠ পদক্ষেপৰ বাবেই নগাঁৱত ইতিমধ্যে চিকিৎসা মহাবিদ্যালয়, ইঞ্জিনিয়াৰিং কলেজৰ কাম আৰম্ভ হৈছে বুলি মন্তব্য সোণোৱালৰ

author img

By

Published : Apr 12, 2019, 11:08 PM IST

ইংৰাজতকৈ অধিক লুণ্ঠন কৰিলে কংগ্ৰেছে- সৰ্বানন্দ সোণোৱাল
  • কংগ্ৰেছ মানেই দুৰ্নীতি, অপশাসন
  • কংগ্ৰেছৰ বাবেই অসম পিছ পৰি আছে
  • নগাঁৱত মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী প্ৰচাৰ
    ইংৰাজতকৈ অধিক লুণ্ঠন কৰিলে কংগ্ৰেছে- সৰ্বানন্দ সোণোৱাল

  • কংগ্ৰেছ মানেই দুৰ্নীতি, অপশাসন
  • কংগ্ৰেছৰ বাবেই অসম পিছ পৰি আছে
  • নগাঁৱত মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী প্ৰচাৰ
    ইংৰাজতকৈ অধিক লুণ্ঠন কৰিলে কংগ্ৰেছে- সৰ্বানন্দ সোণোৱাল
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.