ETV Bharat / state

শিল্পী জগন্নাথ মহন্ত আৰু চয়নিকা কাশ্যপৰ বিহুৰ ওলগ - কলিয়াবৰ

ই টিভিৰ জৰিয়তে ৰাজ্যবাসীলৈ বিহুৰ ওলগ জনালে দুই প্ৰজন্মৰ দুগৰাকী শিল্পীয়ে

অসমবাসীলৈ বিহুৰ ওলগ
author img

By

Published : Apr 14, 2019, 8:40 AM IST

কলিয়াবৰ, 14 এপ্ৰিলঃ অসমীয়াৰ অস্তিত্বৰ উমান দিবলৈ পুনৰ অসমীয়াৰ চোতাল পালেহি ৰঙালী বিহু । বিহু গীতৰ মাজেৰে অসমবাসীক বিহুৰ ওলগ জনায় কলিয়াবৰত ৰঙালী বিহুৰ বতৰত অতীতক সোঁৱৰি স্মৃতিকাতৰ হৈ পৰে অসম চৰকাৰৰ শিল্পী পেঞ্চনাৰ জগন্নাথ মহন্ত । 1987 চনত ভাৰত-ছোভিয়েট মৈত্ৰী চুক্তিৰ আধাৰত হোৱা সাংস্কৃতিক বিনিময় কাৰ্যসূচীৰ অংশ হিচাবে কলিয়াবৰ বিহু দলৰ নেতৃত্বত যোৱা জগন্নাথ মহন্তই ৰোমন্থন কৰে ৰাছিয়া যাত্ৰাৰ মধুময় স্মৃতি ।

অসমবাসীলৈ বিহুৰ ওলগ

আনহাতে, সুৰীয়া কণ্ঠৰে বিহু গীত গুণগুণাই ই টিভি ভাৰতৰ দৰ্শকলৈ বিহুৰ ওলগ জনাই অভিনেত্ৰী চয়নিকা কাশ্যপে । ৰঙালীৰ বতৰত সকলো অসমীয়াৰে মন-প্ৰাণ ৰঙেৰে উপচি পৰক তাৰে কামনা কৰে দুটা প্ৰজন্মৰ দুয়োগৰাকী শিল্পীয়ে ।

Intro:দুটা প্ৰজন্মৰ দুগৰাকী বিহু শিল্পীৰ অসমবাসীলৈ ৰঙালী বিহুৰ শুভেচ্ছা
ৰঙালীৰ বতৰত '৮৭ৰ ৰাছিয়া যাত্ৰাৰ কথা কৈ স্মৃতিকাতৰ হৈ পৰিল সত্তৰোদ্ধৰ শিল্পী পেঞ্চনাৰ জগন্নাথ মহন্ত
বিহু গাই আদৰিলে বিহুৱতী, অভিনেত্ৰী চয়নিকা কাশ‍্যপেBody:অসমীয়াৰ অস্তিত্বৰ উমান দিবলৈ পুণৰ অসমীয়াৰ চোতালত ৰঙালী বিহু। কলিয়াবৰত ৰঙালী বিহুৰ বতৰত অতীতক সোঁৱৰি স্মৃতিকাতৰ হৈ পৰে অসম চৰকাৰৰ শিল্পী পেঞ্চনাৰ জগন্নাথ মহন্ত। ১৯৮৭ চনত ভাৰত-ছোভিয়েট মৈত্ৰী চুক্তিৰ আধাৰত হোৱা সাংস্কৃতিক বিনিময় কাৰ্য‍্যসূচীৰ অংশ হিচাবে কলিয়াবৰ বিহু দলৰ নেতৃত্বত যোৱা জগন্নাথ মহন্তই ৰোমন্থন কৰে ৰাছিয়া যাত্ৰাৰ মধুময় স্মৃতি। গাই শুনালে বিহু, কৈ গ'ল বিহু দলৰ কথা।
আনহাতে, সুৰীয়া কণ্ঠৰ বিহু গীতেৰে ই. টি. ভি. ভাৰতৰ দৰ্শকলৈ বিহুৰ শুভেচ্ছা জনালে শিশুকালৰে পৰা অসমৰ বিভিন্ন মঞ্চত বিহু নৃত‍্যৰে প্ৰদৰ্শনেৰে খলকনি তোলা বৰ্তমানৰ অসমীয়া দুৰদৰ্শনৰ বিভিন্ন ধাৰাবাহিকৰ চিনাকী মুখ চয়নিকা কাশ‍্যপে।
ৰঙালীৰ বতৰত সকলো অসমীয়াৰে তন-মন ৰঙেৰে ভৰি পৰক তাৰ কামনা কৰে দুটা প্ৰজন্মৰ দুয়ো শিল্পীয়ে।Conclusion:bites/visuals
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.