ETV Bharat / state

ৰকিবুল হুছেইনৰ ভেটিত শক্তি প্ৰদৰ্শন অনিল শইকীয়াৰ

author img

By

Published : Mar 25, 2021, 4:54 PM IST

Updated : Mar 25, 2021, 6:24 PM IST

সন্ধিয়া পাঁচ বজাৰ লগে লগে অন্ত পৰিল নিৰ্বাচনী প্ৰচাৰ ৷ আন আন সমষ্টিৰ দৰে দুটা দশক ধৰি চামগুৰিৰ বিধায়কৰ পদ অলংকৃত কৰা ৰকিবুল হুছেইনৰ ভেটিত শক্তি প্ৰদৰ্শন কৰিলে মিত্ৰজোঁটৰ প্ৰাৰ্থী অনিল শইকীয়াই ৷

প্ৰথম পৰ্য্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰৰ আজি অন্তিম দিন।

চামগুৰি,25 মাৰ্চ: ৰাজ্যৰ ৪৭ টা সমষ্টিত অনুষ্ঠিত হ'বলগীয়া প্ৰথম পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰৰ অন্তিমটো দিনত শক্তি প্ৰদৰ্শনত উঠি পৰি লাগিছে শাসক-বিৰোধী উভয় পক্ষ ৷ সন্ধিয়া পাঁচ বজাৰ লগে লগে অন্ত পৰিল নিৰ্বাচনী প্ৰচাৰ ৷ আন আন সমষ্টিসমূহৰ দৰে দুটা দশক ধৰি চামগুৰিৰ বিধায়কৰ পদ অলংকৃত কৰা ৰকিবুল হুছেইনৰ সমান্তৰালভাৱে প্ৰচাৰ চলালে মিত্ৰজোঁটৰ প্ৰাৰ্থী অনিল শইকীয়াই ৷

ৰকিবুল হুছেইনৰ ভেটিত শক্তি প্ৰদৰ্শন অনিল শইকীয়াৰ

উল্লেখ্য যে, বিজেপিৰ ৰাজ্যিক সভাপতি ৰণজিৎ দাসে সংগ দিয়া প্ৰচাৰত এক প্ৰকাৰ চমক দিলে অনিল শইকীয়াই ৷ প্ৰায় ২০ হাজাৰ কৰ্মী-সমৰ্থকসহ চামগুৰিৰ আমবাগানৰ পৰা লাওঁখোৱা হৈ ভড়াগুৰিলৈকে এক বিশাল ৰেলীৰে ৰকিবুল হুছেইনৰ ভেটিত শক্তি প্ৰদৰ্শন কৰিলে অনিল শইকীয়াই ৷ প্ৰাৰ্থীগৰাকীৰ দাবী প্ৰথম পৰ্যায়ৰ ৪৭ টা সমষ্টিৰ ভিতৰত ৪৬ টা সমষ্টিয়ে বিজেপিয়ে দখল কৰিব ৷ কংগ্ৰেছৰ সৈতে বদৰুদ্দিনৰ মিত্ৰতাৰ বাবে উজনি অসমৰ কংগ্ৰেছৰ দখলত থকা ৭ টাকৈ সমষ্টি আহিব বিজেপিৰ হাতলৈ ৷

লগতে পঢ়ক: নিৰ্বাচনী প্ৰচাৰৰ অন্তিমটো দিনত ৰকিবুল হুছেইনৰ বিশাল ৰেলী

Last Updated : Mar 25, 2021, 6:24 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.