ETV Bharat / state

কঠিয়াতলীত এজন কৰ্মচাৰীৰে চলিছে চেন্ট্ৰেল বেংক

প্ৰতিবাদী ৰাইজ সকলে বেংক কৰ্তৃপক্ষক শীঘ্ৰে বেংকটোত পৰ্যাপ্ত কৰ্মচাৰী নিয়োগ কৰিবলৈ দাবী জনায় ।

author img

By

Published : Jun 20, 2019, 2:33 PM IST

কঠিয়াতলীত এজন কৰ্মচাৰীৰে চলিছে চেন্ট্ৰেল বেংক

নগাঁও , ২০ জুন : নগাঁৱৰ কঠিয়াতলী চেন্ট্ৰেল বেংকত বিগত তিনিদিন ধৰি কৰ্মচাৰী নথকাত গ্ৰাহকৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে । তিনিদিনৰ পাচত নগাঁৱৰ পৰা দুজন কৰ্মচাৰী আহিছে যদিও ভালদৰে কাম নকৰাৰ অভিযোগ গ্ৰাহক সকলৰ ।

আনহাতে গ্ৰাহকক দুব্যৱহাৰ কৰাৰ অভিযোগ তোলে একাংশ গ্ৰাহকে । ইফালে তিনিমাহ বেংকলৈ অহা যোৱা কৰিও কেইবাগৰাকী জ্যেষ্ঠলোকে বৃদ্ধ পেঞ্চন নোপোৱাৰ অভিযোগ উত্থাপিত কৰে গ্ৰাহক সকলে । ফলত একাংশ গ্ৰাহকে বৃহস্পতিবাৰে অতিষ্ঠ হৈ প্ৰতিবাদ সাব্যস্ত কৰে । প্ৰতিবাদী ৰাইজ সকলে বেংক কৰ্তৃপক্ষক শীঘ্ৰে বেংকটোত পৰ্যাপ্ত কৰ্মচাৰী নিয়োগ কৰিবলৈ দাবী জনায় ।

Intro: কঠিয়াতলী CBI বেংকত হুলস্থলীয়া পৰিৱেশ। এজন কৰ্মচাৰীয়ে চলাই অাছে বেংক।

ANCHOR= নগাঁৱৰ কঠিয়াতলী চেন্ট্ৰেল বেংকত বিগত তিনিদিন ধৰি কৰ্মচাৰী নথকাত হাহাকাৰ লাগিছে গ্ৰাহকৰ মাজত। তিনিদিনৰ পাছত নগাঁৱৰ পৰা দুজন কৰ্মচাৰী অাহিছে যদিও ভালদৰে কাম কৰিব পৰা নাই। অানহাতে গ্ৰাহকক দুব্যৱহাৰ কৰাৰো অভিযোগ তুলিছে গ্ৰাহকে। ইফালে তিনিমাহ বেংকলৈ অহা যোৱা কৰিও কেইবা গৰাকী বৃদ্ধাই লব পৰা নাই বৃদ্ধ পেঞ্চন। ফলত একাংশ গ্ৰাহক অতিষ্ঠ হৈ প্ৰতিবাদ সাব্যস্ত কৰে।ৰাইজৰ দাবী শীঘ্ৰে বেংকটোত পৰ্যাপ্ত কৰ্মচাৰী নিয়োগ কৰক বেংক কতৃপক্ষই।

Body:BYTE= গ্ৰাহক।

বঢ়মপুৰৰ পৰা মাধৱ চন্দ্ৰ ভূঞা Etv Bharat AssamConclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.