ETV Bharat / state

অসমত এইবাৰ এআইইউডিএফে ভূমিকম্পৰ সৃষ্টি কৰিব: চিৰাজ উদ্দিন আজমল

author img

By

Published : Feb 19, 2021, 10:14 AM IST

বৃহস্পতিবাৰে নগাঁৱৰ ডবকাত চিৰাজউদ্দিন আজমলৰ উপস্থিতিত যমুনামুখ সমষ্টিৰ কেইবাশতাধিক লোকে AIUDF দলত আনুষ্ঠানিকভাৱে যোগদান কৰে ৷

অসমত এইবাৰ এআইইউডিএফে ভূমিকম্পৰ সৃষ্টি কৰিব: চিৰাজ উদ্দিন আজমল
অসমত এইবাৰ এআইইউডিএফে ভূমিকম্পৰ সৃষ্টি কৰিব: চিৰাজ উদ্দিন আজমল

নগাঁও,19 ফেব্ৰুৱাৰী: বৃহস্পতিবাৰে নগাঁৱৰ যমুনামুখ সমষ্টিৰ কেইবাশতাধিক লোকে AIUDF দলত আনুষ্ঠানিকভাৱে যোগদান কৰে ৷ সমষ্টিটোৰ হোজাইৰ দুই বিশিষ্ট ব্যক্তি ক্ৰমে হাম হাস্পতালৰ ন্যাসৰক্ষী শ্বাহিদ উদ্দিন আৰু বিশিষ্ট সমাজসেৱক আনোৱাৰ হুছেইনে কেইবাশতাধিক লোকক লগত লৈ যোগদান কৰিলে AIUDF দলত ৷

নগাঁৱৰ ডবকাত চিৰাজউদ্দিন আজমলৰ উপস্থিতিত অনুষ্ঠিত সভাত নেতা গৰাকীয়ে মন্তব্য কৰি কয় যে, আগন্তুক নিৰ্বাচনত এআইইউডিএফে ভূমিকম্পৰ সৃষ্টি কৰিব ৷ বিধানসভা নিৰ্বাচনত 35 খন লাভ কৰি বিজেপিক অসমৰ পৰা উৎখাত কৰি বহ্মপুত্ৰত নি পেলোৱাৰ হুংকাৰ প্ৰদান কৰাৰ লগতে, এসপ্তাহৰ ভিতৰতে যমুনামুখত AIUDF ৰ প্ৰাৰ্থীগৰাকী নিশ্চিত কৰা হ'ব বুলি মন্তব্য কৰে নেতা গৰাকীয়ে ৷

লগতে পঢ়ক: চিলাপথাৰৰ জনসভাৰ প্ৰস্তুতি বুজ ল'লে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.