ETV Bharat / state

কলিয়াবৰত অগপৰ নাগৰিকত্ব সংশোধনী আইন বিৰোধী প্ৰতিবাদ

সোমবাৰেও নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে কলিয়াবৰ অগপ দলে এক সমদল উলিয়াই কলিয়াবৰ মহকুমা কাৰ্যালয়ত কলিয়াবৰ মহকুমাৰ মহকুমাধিপতি বিতোপন নেওগক আইনখন বাতিল কৰিবলৈ দাবী জনাই স্মাৰক পত্ৰ প্ৰেৰণ কৰে প্ৰধানমন্ত্ৰীলৈ ৷

কলিয়াবৰ
কলিয়াবৰত অগপৰ CA(A) বিৰোধী প্ৰতিবাদ
author img

By

Published : Dec 16, 2019, 9:39 PM IST

কলিয়াবৰ, 16 ডিচেম্বৰঃ দলীয়া নেতৃত্বৰ বিৰুদ্ধে গৈ কলিয়াবৰ জিলা অগপৰ নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ ৷ কেশৱ মহন্তৰ গৃহ সমষ্টিত কেশৱ মহন্তৰ ভাতৃ তথা অগপৰ সাংগঠনিক সম্পাদক মণিমাধৱ মহন্তৰ নেতৃত্বত দুই সহস্ৰাধিক অগপৰ নেতা-কৰ্মীয়ে বিগত 14 ডিচেম্বৰ পৰা কলিয়াবৰত নাগৰিকত্ব সংশোধনী আইন বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে ৷

কলিয়াবৰত অগপৰ CA(A) বিৰোধী প্ৰতিবাদ

সোমবাৰেও নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে কলিয়াবৰ অগপ দলে এক সমদল উলিয়াই কলিয়াবৰ মহকুমা কাৰ্যালয়ত কলিয়াবৰ মহকুমাৰ মহকুমাধিপতিৰ জৰীয়তে আইনখন বাতিল কৰিবলৈ দাবী জনাই প্ৰধানমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে ৷ অগপ দলৰ মন্ত্ৰী-বিধায়কে নাগৰিকত্ব সংশোধনী আইন সপক্ষে থকা স্থিতিৰ বিপৰীতে মন্ত্ৰী কেশৱ মহন্তৰ গৃহ সমষ্টিত অগপ দলৰ এই বিৰোধী কাৰ্যসূচীত মন্ত্ৰী গৰাকীয়ে কি স্থিতি গ্ৰহণ কৰে সেয়া লক্ষণীয় ।

আৰু পঢ়কঃ ৰাজ্যত শীঘ্ৰে উপলব্ধ হ'ব ইন্টাৰনেটঃ হিমন্ত বিশ্ব

Intro:Body:

দলীয়া নেতৃত্বৰ বিৰুদ্ধে কলিয়াবৰ জিলা অগপৰ "কা" বিৰোধী স্থিতি

কেশৱ মহন্তৰ গৃহ সমষ্টিত "ক"ৰ বিৰুদ্ধে প্ৰতিবাদী সমদল, নেতৃত্বত কেশৱ মহন্তৰ ভাতৃ তথা অগপৰ সাংগঠনিক সম্পাদক মণিমাধৱ মহন্ত

সমগ্ৰ অসমৰ লগতে কলিয়াবৰ জিলা অগপৰ "কা" বিৰোধী প্ৰতিবাদ

"কা" বিৰোধী সমদলত যোগদান দুই সহস্ৰাধিক অগপৰ নেতা-কৰ্মী

যোৱা শনিবাৰে কলিয়াবৰত অনুষ্ঠিত হোৱা "কা" বিৰোধী প্ৰতিবাদী সভাত কলিয়াবৰৰ অগপ নেতা মণিমাধৱ মহন্ত, দলীয় কৰ্মী  আৰু কংগ্ৰেছ দলৰ নেতা-কৰ্মী বিৰোধৰ সন্মুখীন হোৱাৰ পিচত আজি অগপই 'কা'ৰ বিৰোধত প্ৰতিবাদী কাৰ্য‍্যসূচী আৰম্ভ কৰিছে। ৰাজ‍্যসভাত বীৰেন্দ্ৰ প্ৰসাদ বৈশ‍্যই "কেব"ৰ সপক্ষে ভোট দি আইন প্ৰণয়ন কৰাত সহায় কৰা দলটোৰ "কা" বিৰোধী স্থিতিয়ে এক তাৎপৰ্য‍্য বহন কৰিছে।

কলিয়াবৰ অগপ দলে এক সমদল উলিয়াই কলিয়াবৰ মহকুমা কাৰ্য‍্যালয়ত কলিয়াবৰ মহকুমাৰ মহকুমাধিপতি বিতুপন নেওগক "কা" বাতিল কৰিবলৈ দাবী জনাই এক স্মাৰক পত্ৰ প্ৰদান কৰে।

অগপ দলৰ মন্ত্ৰী-বিধায়কৰ "কা"ৰ সপক্ষে থকা স্থিতিৰ বিপৰীতে মন্ত্ৰী কেশৱ মহন্তৰ গৃহ সমষ্টিত অগপ দলৰ এই বিৰাধে মন্ত্ৰী গৰাকীয়ে কি স্থিতি গ্ৰহণ কৰে সি হ'ব লক্ষণীয়।

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.