নগাওঁ, 16 জুলাই: নগাঁৱৰ ডুমডুমীয়াত সংঘটিত এচিড আক্ৰমণৰ ঘটনা । ভনীজোঁৱায়েকে নিশা এচিড আক্ৰমণ কৰিলে মহিলাসহ এটি শিশুক ৷ ডুমডুমীয়া পুঠিমাৰীৰ তাছমীনা খাতুন নামৰ মহিলাগৰাকী নিজা ঘৰত শুই থকা অৱস্থাত ভনীজোঁৱায়েক আজিম উদ্দিনে সিন্ধি দি ঘৰৰ ভিতৰত প্ৰৱেশ কৰি এচিডেৰে আক্ৰমণ কৰে । ঘৰত থকা মহিলাগৰাকীৰ আত্মীয় নাজনীন ফাৰুকি নামৰ শিশুটোকো কৰে এচিড আক্ৰমণ । তাছমিনা খাতুনৰ এজনী ভনীয়েকক বিয়া আজিম উদ্দিনৰ সৈতে বিয়া দিছিল যদিও আজিম উদ্দিনে কৰা অত্যাচাৰৰ বাবে বিচ্ছেদ কৰাই আন এজনলৈ দিছিল বিয়া । ইয়াৰ প্ৰতিশোধত তাছমিনাক এচিড আক্ৰমণ কৰা বুলি দাবী কৰিছে মহিলাগৰাকীয়ে । সম্প্ৰতি নগাঁও অসামৰিক চিকিৎসালয়ত সংকটজনক অৱস্থাত চিকিৎসাধীন মহিলাগৰাকী ।
নগাঁৱৰ ডুমডুমীয়াত এচিড আক্ৰমণৰ ঘটনা
নিশা ঘৰত প্ৰৱেশ কৰি ভনী জোঁৱায়েকে কৰিলে এচিড আক্ৰমণ । এগৰাকী আত্মীয়কো আক্ৰমণ এচিডেৰে । শিশুসহ চিকিৎসাধীন মহিলা ।
নগাওঁ, 16 জুলাই: নগাঁৱৰ ডুমডুমীয়াত সংঘটিত এচিড আক্ৰমণৰ ঘটনা । ভনীজোঁৱায়েকে নিশা এচিড আক্ৰমণ কৰিলে মহিলাসহ এটি শিশুক ৷ ডুমডুমীয়া পুঠিমাৰীৰ তাছমীনা খাতুন নামৰ মহিলাগৰাকী নিজা ঘৰত শুই থকা অৱস্থাত ভনীজোঁৱায়েক আজিম উদ্দিনে সিন্ধি দি ঘৰৰ ভিতৰত প্ৰৱেশ কৰি এচিডেৰে আক্ৰমণ কৰে । ঘৰত থকা মহিলাগৰাকীৰ আত্মীয় নাজনীন ফাৰুকি নামৰ শিশুটোকো কৰে এচিড আক্ৰমণ । তাছমিনা খাতুনৰ এজনী ভনীয়েকক বিয়া আজিম উদ্দিনৰ সৈতে বিয়া দিছিল যদিও আজিম উদ্দিনে কৰা অত্যাচাৰৰ বাবে বিচ্ছেদ কৰাই আন এজনলৈ দিছিল বিয়া । ইয়াৰ প্ৰতিশোধত তাছমিনাক এচিড আক্ৰমণ কৰা বুলি দাবী কৰিছে মহিলাগৰাকীয়ে । সম্প্ৰতি নগাঁও অসামৰিক চিকিৎসালয়ত সংকটজনক অৱস্থাত চিকিৎসাধীন মহিলাগৰাকী ।
Body:নগাঁৱৰ ডুমডুমীয়াত সংঘটিত এচিড আক্ৰমণৰ ঘটনা। ভনীজোঁৱায়েকে নিশা এচিড আক্ৰমণ কৰিলে এটি শিশুসহ মহিলাক। ডুমডুমীয়া পুঠিমাৰীৰ তাছমীনা খাতুন নামৰ মহিলাগৰাকী নিজা ঘৰত শুই থকা অৱস্থাত ভনীজোঁৱায়েক আজিম উদ্দিনে সিন্ধি দি ঘৰৰ ভিতৰত প্ৰৱেশ কৰি আক্ৰমণ কৰে এচিডেৰে। ঘৰত থকা মহিলাগৰাকীৰ আত্মীয় নাজনীন ফাৰুকি নামৰ শিশুটোকো কৰে এচিড আক্ৰমণ। তাছমিনা খাতুনৰ এজনী ভনীয়েকক বিয়া আজিম উদ্দিনৰ সৈতে বিয়া দিছিল যদিও আজিম উদ্দিনে কৰা অত্যাচাৰৰ বাবে বিচ্ছেদ কৰাই আন এজনলৈ দিছিল বিয়া। ইয়াৰ প্ৰতিশোধত তাছমিনাক এচিড আক্ৰমণ কৰা বুলি দাবী কৰিছে মহিলাগৰাকীয়ে। সম্প্ৰতি নগাওঁ অসামৰিক চিকিৎসালয়ত সংকটজনক অৱস্থাত চিকিৎসাধীন মহিলাগৰাকী।
bite.
--------------;;;;;;;;-----/
ৰকিবুল ওৱাহিদ, নগাওঁ
১৬-৭-১৯
Conclusion: