ETV Bharat / state

আঙুৰলতা ডেকাৰ সমষ্টিত চৰকাৰী চিকিৎসালয়ৰ স্বৰূপ - চিকিৎসকৰ অনুপস্থিতিত ৰোগীৰ মাজত হাহাকাৰ

বিধায়িকা আঙুৰলতা ডেকাৰ সমষ্টিত চৰকাৰী চিকিৎসালয়ত নাভুত-নাশ্ৰুত কাণ্ড । চিকিৎসকৰ অনুপস্থিতিত ৰোগীৰ মাজত হাহাকাৰ ৷

আঙুৰলতা ডেকাৰ সমষ্টিত চৰকাৰী চিকিৎসালয়ৰ স্বৰূপ
author img

By

Published : Sep 14, 2019, 4:19 PM IST

বটদ্ৰৱা, 14 ছেপ্তেম্বৰঃ বিধায়িকা আঙুৰলতা ডেকাৰ সমষ্টিৰ চিকিৎসালয়ত কি চলিছে ? দলং ঘাট মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ত সংঘটিত হৈছে নাভুত-নাশ্ৰুত কাণ্ড ৷ সময়মতে উপস্থিত নহয় চিকিৎসক । চিকিৎসকৰ অনুপস্থিতত ঘণ্টা ঘণ্টা ধৰি অপেক্ষা কৰি ৰ’ব লগা হয় ৰোগী ৷ জৰুৰীকালীন অৱস্থাতো চিকিৎসকৰ অভাৱত ৰোগীৰ মাজত সৃষ্টি হয় হাহাকাৰ পৰিস্থিতিৰ মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ত ৷ এই ঘটনাই উদঙাইছে বটদ্ৰৱা স্বাস্থ্য বিভাগৰ ফোপোলাস্বৰূপ ৷ শনিবাৰে পুৱা 7 বজাৰ পৰাই অপেক্ষা কৰি থাকিবলগীয়া হৈছে ৰোগী ৷ কিন্তু 11 বজাত পৰ্যন্ত চিকিৎসক উপস্থিত নোহোৱাত উত্তেজিত হৈ পৰে ৰাইজ ।

আঙুৰলতা ডেকাৰ সমষ্টিত চৰকাৰী চিকিৎসালয়ৰ স্বৰূপ

ৰাইজৰ অভিযোগ দলং ঘাট মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়খনত চিকিৎসক আছে যদিও নিজৰ সুবিধা অনুসৰিহে উপস্থিত থাকে চিকিৎসক । যাৰ ফলস্বৰূপে সাধাৰণ লোকে হাৰাশাস্তিৰ সন্মুখীন হ’বলগীয়া হৈছে । চৰকাৰী চিকিৎসালয়ত চিকিৎসকৰ এনে হেমাহিৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰিব ৰাজ্যৰ স্বাস্থ্য বিভাগে ৰাইজে প্ৰশ্ন উত্থাপন কৰিছে ৷

Intro:আঙুৰলতা ডেকাৰ সমষ্টিত চৰকাৰী চিকিৎসালয়ত নাভূত-নাশ্রুত কাণ্ড ।চিকিৎসক অবিহনেই চলে চিকিৎসালয় ।
Body:বটদ্ৰৱাত স্বাস্থ্য বিভাগৰ নাভূত-নাশ্রুত কাণ্ড । চৰকাৰী চিকিৎসালয় নেথাকে চিকিৎসক । বিধায়িকা আঙুৰলতা ডেকাৰ সমষ্টিৰ দলংঘাট মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ত সংঘটিত হৈছে এই ঘটনা । এই চিকিৎসালয়ত এতিয়া চিকিৎসক অবিহনেই চলিছে চিকিৎসচিকিৎসা সেৱা । যি কোনো সময়ত ৰোগীয়ে নাপায় চিকিৎসা সেৱা । পুৱা ৮ বজাৰ পৰা চিকিৎসাৰ বাবে ৰূগী অপেক্ষা কৰি আছে যদিও ১১বজা পৰ্যন্ত চিকিৎসাক উপস্থিত নোহোৱাত উত্তেজিত হৈ পৰে ৰাইজ ।ৰাইজৰ অভিযোগ দলংঘাট মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ত ডাক্তৰ আছে যদিও নিজৰ সুবিধা অনুসৰিহে উপস্থিত থাকে চিকিৎসক । যাৰ ফলস্বৰূপে সাধাৰণ লোকে হাৰাশাস্তিৰ সন্মুখিন হব লগিয়া হৈছে ।এতিয়া প্ৰশ্ন হয় চৰকাৰী চিকিৎসালয়ত চিকিৎসক অবিহনেই চলা এই চিকিৎসকক শাস্তি প্রদান কৰিবনে ৰাজ্যৰ স্বাস্থ্য বিভাগে । বিধায়িকা আঙুৰলতা ডেকাই কিবা ব্যৱস্থা গ্রহণ কৰিবনে ? মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ত ৰাইজৰ চিকিৎসাৰ বাবে এনেকৈ চিকিৎসক অবিহনেই চলি থকা চৰকাৰী চিকিৎসালয়ে উদঙাইছে ৰাজ্যৰ ব্যাগুম স্বাস্থ্য বিভাগৰ ফোপোলা স্বৰূপটো ।______________________বটদ্ৰৱাৰ পৰা প্ৰাঞ্জল বৰা ই টি ভি ভাৰত অসম ।Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.