- আদিবাসী পিপʼলছ লিবাৰেশ্যন আৰ্মী চমুকৈ আপলাৰ দুধৰ্ষ কেডাৰৰ আত্মসমৰ্পণ (AAPLA Militants surrendered at khotkhoti)
- আপলাৰ স্বয়ম্ভু উপ-সেনাধ্যক্ষ, এৰিয়া কমাণ্ডাৰ সহ ৯ দুধৰ্ষ উগ্ৰপন্থী কেডাৰৰ অস্ত্ৰসহ আত্মসমৰ্পণ
- বুধবাৰে নিশা খটখটী আৰক্ষী থানাত আত্মসমৰ্পণ কৰা উগ্ৰপন্থী কেডাৰকেইজন হৈছে-আপলাৰ স্বয়ম্ভু উপ সৈনাধ্যক্ষসহ ৯ দুধৰ্ষ কেডাৰৰ অস্ত্ৰ-শস্ত্ৰসহ আত্মসমৰ্পণ
- স্বয়ম্ভু উপ-মুখ্য সেনাধ্যক্ষ জয়ন্ত হাও (৩১)
- এৰিয়া কমাণ্ডাৰ ডিমেশ ওৰাং (২৬)
- মেজৰ জেনেৰেল চাহাটʼ ইমচুংগাৰ (২৪)
- বিমল টপ্ন (৪৫)
- চটু কৰ্মকাৰ (২৪)
- গোপাল বৰাইক (৩৮)
- চৌজা শ্যাম (২৩)
- জোচেফ বাৰ্লা (৩৮)
- পল খাৰিয়া (৩৪)
- আত্মসমৰ্পণকাৰী দলটোৱে এটা চেমি অটোমেটিক পইন্ট ২২ ৰাইফল, এটা এছ বি বি এল বন্দুক, এটা হাতে সজা বন্দুক, এটা পইন্ট ২২ ৰাইফল, এটা পইন্ট ৩২ পিষ্টল, দুটা গ্ৰেণেড আৰু ৩২ ৰাউণ্ড পইন্ট ২২ সজীৱ গুলী আৰক্ষীক জমা দিয়ে ৷