ETV Bharat / state

জুৰীয়াৰ এজন ব্যতিক্ৰমী হাবিলদাৰ

এই হাবিলদাৰ গৰাকীৰ আছে বিশেষ প্ৰতিভা । শুৱলা কন্ঠৰে ভাগৱত পাঠ আৰু ভাঙনি কৰি ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰি আহিছে হাবিলদাৰগৰাকীয়ে । এই বিশেষ প্ৰতিভাৰ বাবে বিভিন্ন ঠাইৰ পৰা তেঁওলৈ আহে ভাগৱত পাঠৰ অনুৰোধ ।

author img

By

Published : Apr 25, 2019, 7:14 PM IST

জুৰীয়াৰ এজন ব্যতিক্ৰমী হাবিলদাৰ

জুৰীয়া,২৫ এপ্ৰিলঃ ভাগৱত পাঠ কৰি ৰাইজৰ মন মুহিবলৈ সক্ষম হৈছে জুৰীয়া আৰক্ষী থানাৰ হাবিলদাৰ সুবেন্দ্ৰ ডেকাই ৷ অসম আৰক্ষীৰ কৰ্মচাৰী হৈ নিজৰ দায়িত্বৰ লগতে সাংস্কৃতিক দিশটোত নিজকে আত্মপ্ৰকাশ কৰি ৰাইজৰ মন জয় কৰিবলৈ সক্ষম হৈছে জুৰীয়া আৰক্ষী থানাৰ হাবিলদাৰ সুবেন্দ্ৰ ডেকাই ৷

জুৰীয়াৰ এজন ব্যতিক্ৰমী হাবিলদাৰ

আৰক্ষীসকলে সদায়েই এক ৰুদ্ৰ মূৰ্তি ধাৰণ কৰি থাকে বুলিয়েই সাধাৰণ ৰাইজৰ মনত এটা ধাৰণা আছে । কিন্তু এই ধাৰণাৰ বিপৰীতে গৈ সুবেন্দ্ৰ ডেকাই নিজৰ কামৰ সমান্তৰালভাৱে জড়িত হৈ আছে সামাজিক কামৰ লগত । সকলোৱে তেঁওক ভালপোৱাৰ লগতে তেঁও পাঠ কৰা ভাগৱত ফাঁকি শুনিবৰ বাবে ইচ্ছুক হৈ উঠে ।

পঢ়কঃ শিৱসাগৰত বিষাক্ত মাখিৰ আতংক

Intro:ভাগৱত পাঠ কৰি ৰাইজৰ মন মুহিবলৈ সক্ষম হৈছে জুৰীয়া আৰক্ষী থানাৰ হাবিলদাৰ সুবেন্দ্ৰ ডেকা ৷Body: অসম আৰক্ষীৰ কৰ্ম্মচাৰী হৈ নিজৰ দায়িত্বৰ লগতে সাংস্কৃতিক দিশটো নিজকে আত্মাপ্ৰকাশ কৰি ৰাইজৰ মন জয় কৰিবলৈ সক্ষম হৈছে জুৰীয়া আৰক্ষী থানাৰ হাবিলদাৰ সুবেন্দ্ৰ ডেকাই ৷ জুৰীয়া থিয়টাঙনী গাওঁৰ নামঘৰত অনুষ্ঠিত হৈ থকা ভাগৱত পাঠ অনুষ্ঠানত নিজৰ শুৱলা কন্ঠৰে ভাগৱত পাঠ ও ভাঙনি কৰি গাওঁখনৰ ৰাইজৰ লগতে ওচৰৰ গাওঁ সমুহৰো আদৰৰ হৈ পৰিছে এইজন আৰক্ষী বিভাগৰ হাবিলদাৰ সুবেন্দ্ৰ ডেকা ৷ নিজৰ কৰ্তব্য নিষ্ঠাৰে পালন কৰাৰ লগতে আজৰি সময়ত ভগৱানৰ নাম জপ কৰি সুখী হোৱা এইজন হাবিলদাৰ ডেকাই ৰাইজকো তেওঁ নিজৰ শুৱলা কন্ঠৰে সুখী কৰাৰ লগতে ভক্তি ৰসত বিলীন কৰি তুলিবলৈ সক্ষম হৈছে ৷
জুৰীয়াৰ পৰা উত্তম কুমাৰ বৰা ৷Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.