ETV Bharat / state

বটদ্ৰৱাত ৫৩১ সংখ্যক মাধৱদেৱৰ জন্ম জয়ন্তী উদযাপন

author img

By

Published : Jun 6, 2020, 4:56 PM IST

মহাপুৰুষ শ্রীশ্ৰী শংকৰদেৱৰ পবিত্র জন্মস্থান বটদ্রৱাত শনিবাৰে পবিত্র মাধৱদেৱৰ ৫৩১ সংখ্যক জন্ম জয়ন্তী উৎসৱটি উদযাপন কৰে ৷ ভকত বৈষ্ণৱসকলে গুৰুজনাৰ গুনাণুকীৰ্তন কৰাৰ লগতে শৰাই নৈবদ্য আগবঢ়ায় অনুষ্টুপীয়াকৈ উদযাপন জয়ন্তী উৎসৱটি কৰে ৷

ETV BHARAT
বটদ্ৰৱাত ৫৩১ সংখ্যক মাধৱদেৱৰ জন্ম জয়ন্তী উদযাপন

বটদ্ৰৱা, 6 জুনঃ নগাঁও জিলাৰ বটদ্ৰৱাত শ্ৰীশ্ৰী মাধৱদেৱ গুৰুজনাৰ ৫৩১ সংখ্যক জন্ম জয়ন্তী উৎসৱটি উদযাপন কৰে ৷ পৰম্পৰা ৰক্ষা কৰি ভকত-বৈষ্ণৱ সকলে অনুষ্টুপীয়াকৈ উদযাপন কৰে মাধৱদেৱ গুৰুজনাৰ জন্ম জয়ন্তী উৎসৱটি ৷

সমগ্ৰ ৰাজ্যতেই শনিবাৰে শ্ৰীশ্ৰী মাধৱদেৱ গুৰুজনাৰ ৫৩১ সংখ্যক জন্ম জয়ন্তী উদযাপন কৰে ৷ ঠিক একেদৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ পৱিত্ৰ জন্মস্থান নগাঁৱৰ বটদ্ৰৱাটো শ্ৰীশ্ৰী মাধৱদেৱ গুৰুজনাৰ ৫৩১ সংখ্যক জন্ম জয়ন্তী উদযাপন কৰে ৷ পৰম্পৰা ৰক্ষা কৰি আধ্যাত্মিক নীতি নিয়মেৰে কম সংখ্যক ভকত-বৈষ্ণৱৰ উপস্থিতিত পালন কৰে মহোৎসৱটি । পুৱাৰে পৰা থানত সম্পূৰ্ণ ধৰ্মীয়,ঐতিহ্য পৰম্পৰা ৰক্ষা কৰি সীমিত সংখ্যক ভকত বৈষ্ণৱৰ উপস্থিতিত সম্পন্ন কৰা হয় মহাপুৰুষ জনাৰ জন্ম জয়ন্তী মহোৎসৱ । ভকতসকলে গুৰুজনাৰ নাম -প্ৰসংগ কৰাৰ উপৰিও শৰাই নৈবদ্য আগবঢ়াই অনুষ্টুপীয়াকৈ মাধৱদেৱৰ জন্ম-জয়ন্তী উৎসৱটো পালন কৰে।

লগতে পঢ়ক- হাইমাদ্ৰাছাত প্ৰথম স্থানত উজ্বলিল পাচলি বিক্ৰী কৰা পিতৃৰ সন্তান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.