ETV Bharat / state

মৰিগাঁৱত এটিএমৰ বাহিৰত গ্ৰহকৰ ভীৰ

মৰিগাঁৱত গাঁঠিৰ ধন উলিয়াবলৈ দিনৰ পিছত দিন হাৰাশাস্তিৰ সন্মুখীন হৈছে মৰিগাঁৱৰ বিভিন্ন গ্ৰাহক । এটিমত নাই ধন ।

ubi customer lines outside ATM at morigaon
মৰিগাঁৱত এটিএমৰ বাহিৰত গ্ৰহকৰ ভীৰ
author img

By

Published : Jan 11, 2021, 10:56 PM IST

মৰিগাঁও,১১ জানুৱাৰী: সমাগত ভোগালী বিহু । আগন্তুক ভোগালী বিহুৰ বাবে সাধাৰণ জনতা নিজৰ সাঁচতীয়া গাঁঠিৰ ধন উলিয়াবলৈ পুৱাৰ পৰা বিয়লি লৈ দীঘলীয়া শাৰী পাতিব লগা হৈছে মৰিগাঁও চহৰৰ মাজমজিয়াস্থিত একমাত্ৰ টেজাৰী বেংক ইউ বি আই শাখাত ৷ মৰিগাঁৱৰ প্ৰায় প্ৰতিটো শাখাতেই একেই দৃশ্য । স্থানীয় লোকৰ অভিযোগ অনুসৰি মৰিগাঁও চহৰৰ অধিক সংখ্যক এটিএম বিকল তথা অধিক সময় ধন নথকাৰ ফলশ্ৰুতিত এনেদৰে হাৰাশাস্তিৰ সন্মুখীন হৈছে সাধাৰণ গ্ৰাহকসকল । আনহাতে ইয়াৰ সুযোগ লৈছে শাখাটোৰ একাংশ দালাচক্ৰই । হাজাৰত এশ টকা সুতত বাহিৰত ধন দিয়াৰ অভিযোগ কৰিছে গ্ৰাহকসকলে ।

ubi customer lines outside ATM at morigaon
মৰিগাঁৱত এটিএমৰ বাহিৰত গ্ৰহকৰ ভীৰ

লগতে পঢ়ক : কলিয়াবৰত বনৰীয়া হাতীৰ আক্ৰমণত নিহত বৃদ্ধ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.