ETV Bharat / state

9 বজাৰ 10 টা শীৰ্ষ বাতৰি

9 বজাৰ 10 টা শীৰ্ষ বাতৰি

top-10-at-9am
9 বজাৰ 10 টা শীৰ্ষ বাতৰি
author img

By

Published : Nov 7, 2022, 9:09 AM IST

Tirumala Tirupati Devasthanams: তিৰুমালা মন্দিৰত আছে 10 টন সোণ, নগদ 15,900 কোটি টকা

তিৰুমালা মন্দিৰৰ সম্পত্তিৰ তথ্য ৰাজহুৱা কৰিছে তিৰুমালা তিৰুপতি দেৱস্থানমে (Tirumala Tirupati Devasthanams) ৷ ভাৰত চৰকাৰ অথবা অন্ধ্ৰ প্ৰদেশ চৰকাৰী চিকিউৰিটিজত অতিৰিক্ত পুঁজি বিনিয়োগৰ সিদ্ধান্ত অস্বীকাৰ তিৰুমালা তিৰুপতি দেৱস্থানম ট্ৰাষ্টৰ ।

Assam Book Fair 2022 : ধেমাজি গ্ৰন্থমেলাত অৰুণাচলৰ অসমীয়া ভাষাৰ লেখকৰ সৈতে আলাপ

উখল মাখল ধেমাজি গ্ৰন্থমেলাৰ বাকৰি ৷ 4 নৱেম্বৰৰ পৰা পোন প্ৰথমবাৰৰ বাবে ধেমাজিৰ কাছাৰী ময়দানত অনুষ্ঠিত হৈছে অসম গ্ৰন্থমেলা (Assam Book Fair inauguration from November 4 in Dhemaji) ৷ এই গ্ৰন্থমেলাৰ তৃতীয় দিনা অনুষ্ঠিত হয় কিতাপ গোট আৰু অৰুণাচল প্ৰদেশ লিটাৰেৰি চ’চাইটিৰ (Arunachal Pradesh Literary Society) উদ্যেগত অৰুণাচলৰ অসমীয়া ভাষাৰ লেখকৰ সৈতে এক বাৰ্তালাপ অনুষ্ঠান (Arunachali literature in Dhemaji) ৷

Tragic incident in Majuli: মাজুলীত পুখুৰীত পৰি সলিল সমাধি তিনি কিশোৰ কিশোৰীৰ

নামনি মাজুলীত ৰাসোৎসৱৰ আনন্দৰ মাজতে অঘটন (Accident in Majuli) ৷ পুখুৰীত পৰি সলিল সমাধি তিনি কিশোৰ-কিশোৰীৰ (Teenagers dies after falling into pond) ৷ বালিচাপৰি আৰক্ষী পোষ্টৰ অন্তৰ্গত বৰদোৱাৰ গাঁৱৰ আছিল তিনি কিশোৰ-কিশোৰী ৷

Nalbari Raas Mahotshav : ৰাস মহোৎসৱৰ লগত সংগতি ৰাখি নলবাৰীত আয়োজন আন্তঃৰাজ্যিক বাণিজ্য মেলাৰ

নলবাৰী ৰাস মহোৎসৱৰ লগত সংগতি ৰাখি পোন প্ৰথমবাৰৰ বাবে নলবাৰীত আয়োজন কৰা হৈছে আন্তঃৰাজ্যিক বাণিজ্য মেলাৰ (Inter State Trade Fair to be held at Nalbari Raas Mahotshav 2022) । ৮ নৱেম্বৰ তাৰিখৰ পৰা ১৯ নৱেম্বৰলৈ হ’ব লগা এই বাণিজ্য মেলাত ১১ খন জিলাৰ পৰা প্ৰায় ৫০ টা গোটে অংশ গ্ৰহণ কৰিব । এই বাণিজ্য মেলাত বাঁহ-বেট উদ্যোগৰ লগতে বহু হস্তশিল্পৰ সামগ্ৰীৰো প্ৰদৰ্শন কৰা হ’ব ।

Anti Drugs Mission at Jonai : জোনাইত ড্ৰাগছসহ মহিলাক আটক

জোনাইত মহিলা ড্ৰাগছ সৰবৰাহকাৰী আটক ৷ আটকাধীন মহিলাগৰাকী জোনাইৰ ১ নং তৰাজান গাঁৱৰ জোনালী দলে(Drugs peddler arrested at Jonai) ৷

Gamblers arrested in Barpeta: বৰপেটা আৰক্ষীৰ জালত ছটাকৈ জুৱাৰী

বৰপেটাত বৃদ্ধি পাইছে বিভিন্ন অনৈতিক কাৰ্যকলাপ ৷ নিচাজাতীয় দ্ৰব্যৰ সাম্ৰাজ্যৰ লগতে লগতে জুৱাৰ দৰে বিভিন্ন অসামাজিক কাৰ্যই চানি ধৰিছে জিলাখনক ৷ ইয়াৰ বিৰুদ্ধে আৰক্ষীয়ে অব্যাহত ৰাখিছে ধাৰাবাহিক অভিযান ৷ শেহতীয়াকৈ আৰক্ষীৰ অভিযানত আটক ছটাকৈ জুৱাৰী(Gamblers arrested in Barpeta) ৷

Vehicle Thief Arrested in Karimganj : কৰিমগঞ্জত বাইকসহ গ্ৰেপ্তাৰ আন্তঃৰাষ্ট্ৰীয় বাইক চোৰ

কৰিমগঞ্জৰ নিলামবজাৰ আৰক্ষী(Nilambazar Police Station) সফল অভিযান ৷ বাংলাদেশলৈ চোৰাংভাৱে বাইক সৰবৰাহ কৰাৰ সময়তে বাইকসহ আৰক্ষীয়ে আটক কৰিলে দুই আন্তঃৰাষ্ট্ৰীয় চোৰাং ব্যৱসায়ীক (Vehicle Thief Arrested in Karimganj)। ঘটনাৰ বিৱৰণী অনুসৰি নিলামবাজাৰ আৰক্ষীয়ে খবৰ লাভ কৰিছিল যে এখন চুৰি কৰা বাইক দেওবাৰে নিশা বাংলাদেশলৈ সৰবৰাহ কৰা হ’ব (Illegally bike exportation to Bangladesh)।

Akhil Gogoi health update: চিকিৎসালয়ৰ পৰা ওলাল অখিল গগৈ

সফল অস্ত্ৰোপচাৰৰ পিছত চিকিৎসালয়ৰ পৰা ওলাল কৃষক নেতা তথা বিধায়ক অখিল গগৈ(MLA Akhil Gogoi released from hospital) ৷ শুভাকাংক্ষীসকলক ধন্যবাদ জ্ঞাপন বিধায়কগৰাকীৰ ৷ বাংগালুৰুবাসী অসমৰ বহু শুভাকাংক্ষীয়ে হাস্পতালৰ বাহিৰত জনালে শুভেচ্ছা ৷

Vegetable Rates falling down: খাৰুপেটীয়াত দ্ৰুতগতিত হ্ৰাস পাইছে সতেজ পাচলিৰ দাম

খাৰুপেটীয়াত দ্ৰুতগতিত হ্ৰাস পাইছে সতেজ পাচলিৰ দাম । গৃহস্থই কয় এটা, বেপাৰীয়ে কয় আন এটা । গুৱাহাটীত মূল্যবৃদ্ধিৰ কাৰণ বৰ্ণনা কৰিলে বেপাৰীয়ে । চিন্তিত হৈ পৰিছে কৃষকসকল, কেতিয়া পাব উচিত মূল্য(Vegetable market price in Kharupetia) ৷

Dengue at Diphu: ডেংগুৰ সংক্ৰমণৰ বাবে ৫ দিনলৈ বিদ্যালয়-মহাবিদ্যালয় বন্ধ ঘোষণা

ডিফুত ভয়াবহ ৰূপ লৈছে ডেংগুৰ সংক্ৰমনে ৷ ডেংগুৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি চহৰখনত 7 নৱেম্বৰৰ পৰা 5 দিনলৈ বিদ্যালয়, মহাবিদ্যালয় বন্ধ ঘোষণা কৰিছে কাৰ্বি স্বায়ত্ব শাসিত পৰিষদৰ প্ৰধান সচিবে (School closed for out break of dengue) ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.