ETV Bharat / state

সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগত মৰিগাঁৱত ছাত্ৰ সংহতি দিৱস

author img

By

Published : Jun 10, 2019, 5:29 PM IST

খাদ্য আন্দোলনৰ শ্বহীদ গজেন ইংতি আৰু পুতুল শইকীয়াক স্মৰণ সদৌ অসম ছাত্ৰ সন্থাৰ ৷ উদযাপন 45 সংখ্যক ছাত্ৰ সংহতি দিৱস ৷

সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগত মৰিগাঁৱত ছাত্ৰ সংহতি দিৱস

মৰিগাঁও, 10 জুন : সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগত মৰিগাঁৱত উদযাপন ছাত্ৰ সংহতি দিৱস ৷ 1974 চনৰ খাদ্য আন্দোলনত শ্বহীদ হোৱা শ্বহীদ গজেন ইংতি আৰু পুতুল শইকীয়াৰ স্মৃতি ৰক্ষাৰ বাবে আছুৱে ৰাজ্যজুৰি পালন কৰি আহিছে এই দিৱস । বিগত বৰ্ষসমূহৰ দৰেই এইবেলিও মৰিগাঁও জিলা ছাত্ৰ সন্থাৰ উদ্যোগত , ভূৰবন্ধা আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত ঔগুৰি উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগণত উদযাপন কৰা হয় 45 সংখ্যক ছাত্ৰ সংহতি দিৱস । ছাত্ৰ সংহতি দিৱসৰ পতাকা উত্তোলন কৰি সোঁৱৰণ কৰা হয় বীৰ শ্বহীদ দুগৰাকীক ৷ ইপিনে এসময়ত আছু কৰিয়েই বৰ্তমানে শাসনৰ বাঘজৰীডাল ধৰিও শ্বহীদ পৰিয়াল দুটাৰ ক্ষেত্ৰত কোনো পদক্ষেপ গ্ৰহণ নকৰাত ক্ষোভিত হৈ আছুৰ এই কাৰ্যসূচী বৰ্জন কৰে শ্বহীদ পৰিয়াল দুটাই ৷

উল্লেখ্য যে, ১৯৭৪ চনৰ আজিৰ এই দিনটোতে ভূৰবন্ধাৰ ঔগুৰি উচ্চ মাধ্যমিক বিদ্যালয়ৰ দুই ছাত্ৰ পুতুল শইকীয়া আৰু গজেন ইংতিয়ে জাতিৰ বাবে পুলিচৰ গুলী বুকুত পাতি লৈছিল । কিন্তু পৰিতাপৰ বিষয় যে, বীৰ শ্বহীদ দুগৰাকীৰ পৰিয়ালবৰ্গই আজি পৰ্যন্ত লাভ নকৰিলে কোনো চৰকাৰী সাহাৰ্য্য নাপালে ৷

slug-as-mrg-10thjune- 10TH JUNE celebrates -808-vis-byte-as10005

Anchorintro:
সদৌ অসম ছাত্ৰ সন্হাৰ ছাত্ৰ উদ্যোগত ছাত্ৰ সংহতি দিবস মৰিগাঁৱত। খাদ্যান্দোলনৰ বীৰ শ্বহীদ গজেন ইন্তি,পুতুল শইকীয়াৰ সমাধি ক্ষেত্ৰৰ পৰা  সোণোৱাল চৰকাৰক প্ৰত্যাহবান আছুৰ।

VO:১৯৭৪ ৰ শ্বহীদ গজেন ইন্তি,পুতুল শইকীয়াৰ  স্মৃতি ৰক্ষাৰ বাবে আছুৱে ৰাজ্যজুৰি পালন কৰি আহিছে এই দিবস।বিগত বছৰ সমূহৰদৰেই এইবছৰো মৰিগাঁও জিলা  ছাত্ৰ সন্হাৰ উদ্যোগত ,ভূৰবন্ধা আঞ্চলিক ছাত্ৰ সন্হাৰ  সহযোগত ঔগুৰি উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগণত উদযাপন কৰা হয়৪৫ সংখ্যক  ছাত্ৰ   সংহতি দিবস। ছাত্ৰ সংহতি দিবসৰ পতাকা উত্তোলন কৰি দিয়া ভাষণত জিলা সভাপতি হিমাংশু মহন্ত ই শ্বহীদ দুগৰাকী আত্মবলিদানৰ বিষয়ে সোঁৱৰণ কৰে ।
উল্লেখযোগ্য যে ১৯৭৪ চনৰ আজিৰ এই দিনটোতে ভূৰবন্ধাৰ ঔগুৰি উচ্চ মাধ্যমিক বিদ্যালয়ৰ দুই ছাত্ৰ পুতুল শইকীয়া আৰু গজেন ইন্তিয়ে জাতিৰ বাবে  পুলিচৰ গুলী বুকুপাতি লৈছিল।পৰিতাপৰ বিষয় যে কোনো চৰকাৰী সাহাৰ্য্য  নাপালে খাদ্য আন্দোলনৰ শ্বহীদ পৰিয়ালকেইটাই।
byte:1-asu zila president 
Byte: Swahid famly

         এতিয়া প্ৰশ্ন হৈছে জাতীয় নায়ক সোণোৱাল চৰকাৰখনে খাদ্য আন্দোলনৰ এই উপ্ৰেক্ষিত শ্বহীদ পৰিয়ালটোক আৰু কিমান দিনলৈ ভুৱা  আশ্বাস দি থাকিব ।এইবাৰ গা লৰাব পাৰিবনে  মুখ্যমন্ত্ৰী সোণোৱালক।

Ratuldeka etv Bharat morigaon.
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.