মৰিগাঁও, 18 মে’: মৰিগাঁও একশৰণ ভাগৱতী সমাজৰ উদ্যোগত সতী ৰাধিকাৰ 531 সংখ্যক জন্মজয়ন্তী উৎসৱ উদযাপন । পুৱাৰ ভাগত ধৰ্মধ্বজা উত্তোলন, প্ৰাতঃ প্ৰসংগ আৰু নাম প্ৰসংগৰে আৰম্ভ কৰা হয় দিনটোৰ কাৰ্যসূচী আলোচনা সভাৰ । আলোচনা চক্ৰত সতী ৰাধিকাৰ জীৱনাদৰ্শৰ বিষয়ে আলোকপাত কৰি আলোচনা ভাগৰ গুৰি ধৰে মৰিগাঁও একশৰণ ভাগৱতী সমাজৰ সম্পাদিকা অলকানন্দা কাকতিয়ে ৷
মৰিগাঁৱত 531 সংখ্যক সতী ৰাধিকা জন্মজয়ন্তী উদ্যাপন - Assam news
একশৰণ ভাগৱতী সমাজ অসমৰ সতী ৰাধিকা আই মাতৃ সেৱা সমাজৰ উদ্যোগত বিস্তৃতি কাৰ্যসূচীৰে মৰিগাঁৱত উদ্যাপন কৰা হয় সতী ৰাধিকা জন্মজয়ন্তী দিৱস ৷
![মৰিগাঁৱত 531 সংখ্যক সতী ৰাধিকা জন্মজয়ন্তী উদ্যাপন](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-3318038-162-3318038-1558181148411.jpg?imwidth=3840)
etv bharat
মৰিগাঁও, 18 মে’: মৰিগাঁও একশৰণ ভাগৱতী সমাজৰ উদ্যোগত সতী ৰাধিকাৰ 531 সংখ্যক জন্মজয়ন্তী উৎসৱ উদযাপন । পুৱাৰ ভাগত ধৰ্মধ্বজা উত্তোলন, প্ৰাতঃ প্ৰসংগ আৰু নাম প্ৰসংগৰে আৰম্ভ কৰা হয় দিনটোৰ কাৰ্যসূচী আলোচনা সভাৰ । আলোচনা চক্ৰত সতী ৰাধিকাৰ জীৱনাদৰ্শৰ বিষয়ে আলোকপাত কৰি আলোচনা ভাগৰ গুৰি ধৰে মৰিগাঁও একশৰণ ভাগৱতী সমাজৰ সম্পাদিকা অলকানন্দা কাকতিয়ে ৷
মৰিগাঁৱত 531 সংখ্যক সতী ৰাধিকা জন্মজয়ন্তী উদ্যাপন

Intro:মৰিগাঁও একশৰণ ভাগৱতী সমাজৰ উদ্যোগত সতী ৰাধিকাৰ ৫৩০ সংখ্যক জন্মজয়ন্তী উৎসৱ উদযাপন।সতী ৰাধিকাৰ বহুগুণৰ সমাহাৰ। এই সন্দৰ্ভত আমাৰ এক প্ৰতিবেদন।
Body:মৰিগাঁৱত ৫৩০সংখ্যক সতীৰাধিকা জন্মজয়ন্তী মহোৎসৱ পালন। একশৰণ ভাগৱতী সমাজ অসমৰ সতী ৰাধিকা আই মাতৃ সেৱা সমাজৰ উদ্যোগত বিস্তৃতি কাৰ্যসূচীৰে এই দিবস উদযাপন কৰা হয়।এই উপলক্ষে পুৱাৰ ভাগত ধৰ্মধজা উত্তোলন,প্ৰাতঃ প্ৰসংগ,নামপ্ৰসংগৰ পাছতে আলোচনা সভা।বিশেষকৈ এই আলোচনা চক্ৰত সতীৰাধিকাৰ জীৱনাদৰ্শৰ বিষয়ে আলোকপাত কৰি সমাজৰ সকলো শ্ৰণী লোক আইগৰাকীৰ আদৰ্শৰে আনুপ্ৰাণিত কৰোৱাটোৱেই সতীৰাধিকা আইমাতৃ সেৱা সমাজৰ মূল লক্ষ্য আৰু উদ্দেশ্য বুলি ব্যাখ্যা খৰে সম্পাদিকা অলকানন্দা কাকতিয়ে।byte:secty,Alokananda majority.advocate.
president:lecture cotton university.
Conclusion:ratul deka..etvbharat.morigaon