ETV Bharat / state

দিনক দিনে বৃদ্ধি পাইছে ই-ৰিক্সাৰ দৌৰাত্ম্য - মৰিগাঁও অসামৰিক চিকিৎসালয়

মৰিগাঁৱত দিনক দিনে বৃদ্ধি পাইছে ই-ৰিক্সাৰ দৌৰাত্ম্য ৷ দুৰ্ঘটনাত পতিত ই-ৰিক্সা চালকৰ নাই অনুজ্ঞাপত্ৰ আৰু পঞ্জীয়ন নম্বৰ ৷

দিনক দিনে বৃদ্ধি পাইছে ই ৰিক্সাৰ দৌৰাত্ম্য
author img

By

Published : Jul 2, 2019, 8:00 PM IST

মৰিগাঁও, 2 জুলাই :
মৰিগাঁৱত বৃদ্ধি পাইছে একাংশ ই-ৰিক্সা চালকৰ দৌৰাত্ম্য
নিৱনুৱা সংস্থাপনৰ নামত একাংশই জলা-কলা খুৱাইছে পথচাৰীক
দৈনিক দুৰ্ঘটনাত পতিত ই-ৰিক্সা চালকৰ নাই অনুজ্ঞাপত্ৰ আৰু পঞ্জীয়ন নম্বৰ
চহৰৰ গান্ধী ভৱন সমীপৰ চাৰিআলিত মঙলবাৰে সংঘটিত হ'ল এক দুৰ্ঘটনা
তীব্ৰবেগী ই-ৰিক্সাই আন এখন ই-ৰিক্সাক অতিক্ৰম কৰিবলৈ যাওঁতেই সংঘটিত হয় দুৰ্ঘটনাটো
ঘটনাৰ ফলত গুৰুতৰভাৱে আহত হয় এজন বৰ্ষীয়ান যাত্ৰী
আহতক তাৎক্ষণিকভাৱে ভৰ্তি কৰোৱা হয় মৰিগাঁও অসামৰিক চিকিৎসালয়ত
দ্ৰুত বেগত এটা কেঁকুৰি অতিক্ৰম কৰিবলৈ লওঁতেই সংঘটিত হয় এই দুৰ্ঘটনা

Intro:মৰিগাঁৱত ই ৰিক্সাৰ দৌৰাত্ম্য। দৈনিক দূৰ্ঘটনাত পতিত যাত্ৰী।অধিক সংখ্যক ই ৰিক্সাৰ নাই চালকৰ অনুজ্ঞাপত্ৰ নাই পঞ্জীয়ন নম্বৰ।

Body:মৰিগাঁৱত বাঢ়িছে একাংশ ইৰিক্সাৰ চালকৰ দৌৰাত্ম্য। নিৱনুৱা সংস্হাপনৰ নামত মৰিগাঁও চহৰত দৈনিক বাঢ়িছে ই ৰিক্সাৰ সংখ্যা। ফলত যাত্ৰীৰ জীৱনক লৈ একাংশ চালকে দ্ৰুতগতিত ই ৰিক্সা চলাই পতিতত হয় দূঘটনাত।এইয়া তাৰে উদাহৰণ। ঘটনাৰ বিৱৰণী মতে মৰিগাঁও চহৰৰ গান্ধী ভৱন সমীপৰ চাৰিআলি আজি এখন নম্বৰবিহীন ই ৰিক্সাই তীব্ৰগতিত আন এখন ই ৰিক্সাক অতিক্ৰম কৰাৰ সময়তে পথৰ ওপৰতে বাৰি পৰাত কাষত ৰখাই থোৱাৰ এখন স্কুটিত খুন্দা মাৰাৰ লগতে ভূৰাগাঁৱৰ পৰা মৰিগাঁৱলৈ এইজন বয়ৰ্ষীয়ান যাত্ৰী গুৰুত্ব ভাৱে আহত হয়।আহত যাত্ৰী জনক ওচৰৰ ব্যৱসায়ী সালে আন এখন ই ৰিক্সাত তাৎক্ষণিক ভাৱে ভৰ্তি কৰাই মৰিগাঁও অসামৰিক চিকিৎসা লয়ত। স্হানীয় প্ৰত্যক্ষ দৰ্শীৰ ভাষ্যমতে দূৰ্ঘটনাত সংঘটিতত কৰা ই ৰিক্সাৰ চালকজনে দ্ৰুত গতিত কেকুৰিটো অতিক্ৰম হব বিচৰাৰ বাবে পতিত হয় দূৰ্ঘটনাত।byte:public. মুঠতে মৰিগাঁৱত নিৱনুৱা আত্মসংস্হাপনৰ নামত একাংশ ই ৰিক্সাচালকৰ দৌৰাত্ম্যত সকলো জলাকলা আবলগাত পৰিছে।

Conclusion:Ratul deka etvvharat.morigaon
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.