ETV Bharat / state

মৰিগাঁৱৰ নেলীত পথ দুৰ্ঘটনা, 1 নিহত

author img

By

Published : Aug 12, 2020, 3:15 PM IST

বুধবাৰে মৰিগাঁৱৰ নেলীত সংঘটিত হয় শোকাৱহ পথ দুৰ্ঘটনা । দুৰ্ঘটনাত থিতাতে নিহত হয় আৰক্ষী বিষয়া ৰত্নেশ্বৰ দাস । আৰক্ষী বিষয়া গৰাকী নগাঁৱৰ পৰা গুৱাহাটী অভিমুখে গৈ থকা সময়তে সংঘটিত এই দুৰ্ঘটনা ৷

মৰিগাঁও
মৰিগাঁৱৰ নেলীত পথ দুৰ্ঘটনা, 1 নিহত

মৰিগাঁও, 12 আগষ্টঃ মৰিগাঁৱৰ নেলীত শোকাৱহ পথ দুৰ্ঘটনা । দুৰ্ঘটনাত থিতাতে নিহত আৰক্ষী বিষয়াৰ ৰত্নেশ্বৰ দাস । বকো আৰক্ষী থানাৰ আৰক্ষী বিষয়া আছিল নিহত ৰত্নেশ্বৰ দাস । নগাঁৱৰ পৰা গুৱাহাটী অভিমুখে গৈ থকা সময়তে সংঘটিত হয় এই দুৰ্ঘটনা ।

মৰিগাঁৱৰ নেলীত পথ দুৰ্ঘটনা, 1 নিহত

এখন দলঙৰ ডিভাইডৰত খুন্দা মৰাৰ ফলতেই দুৰ্ঘটনাত পতিত হয় AS-01-AY-6312 নম্বৰৰ ইন’ভা বাহন খন । আনহাতে, দুৰ্ঘটনাটোত ফনিন্দ্ৰ কলিতা নামৰ আন এজন ব্যক্তি আঘাটপ্ৰাপ্ত হয় । আঘাটপ্ৰাপ্ত ব্যক্তিজনক সংকটজনক অৱস্থাত গুৱাহাটীলৈ প্ৰেৰণ কৰে । ঘটনাস্থলীত নেলী আৰক্ষী উপস্থিত আৰম্ভ কৰিছে তদন্ত ৷

লগতে পঢ়কঃ ৰঙিয়া ষ্টেট বেংকৰ দুগৰাকীকৈ বিষয়া আক্ৰান্ত COVID-19ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.