ETV Bharat / state

103 খন আসন বিজেপিয়ে চৰকাৰ গঠন কৰিব:ৰনজিৎ দাস - কংগ্ৰেছ

সৰভোগত কংগ্ৰেছৰ সংসদ গৌৰৱ গগৈয়ে 101 খনৰ দাবী কৰাৰ পিচতে মঙলবাৰে লাহৰিঘাট বিধান সভা সমষ্টিত উপস্থিত হৈ আগন্তুক নিৰ্বাচনত 103 খন আসন লাভ কৰি বিজেপিয়ে চৰকাৰ গঠন কৰিব বুলি মন্তব্য প্ৰকাশ কৰিলে ৰনজিৎ কুমাৰ দাসে ৷

ranjit das at sorbhug constituency
103 খন আসন বিজেপিয়ে চৰকাৰ গঠন কৰিব
author img

By

Published : Feb 23, 2021, 7:39 PM IST

মৰিগাঁও, 23 ফেব্ৰুৱাৰী : সৰভোগত কংগ্ৰেছৰ সংসদ গৌৰৱ গগৈয়ে 101 খনৰ দাবী কৰাৰ পিচতে মঙলবাৰে লাহৰিঘাট বিধান সভা সমষ্টিত উপস্থিত হৈ আগন্তুক নিৰ্বাচনত 103 খন আসন লাভ কৰি বিজেপিয়ে চৰকাৰ গঠন কৰিব বুলি মন্তব্য প্ৰকাশ কৰিলে ৰনজিৎ কুমাৰ দাসে ৷

ranjit das at sorbhug constituency
103 খন আসন বিজেপিয়ে চৰকাৰ গঠন কৰিব

মৰিগাওঁ জিলাৰ লাহৰিঘাট বিধান সভা সমষ্টিৰ লাহৰিঘাট ব্লক খেল পথাৰত বিজেপি দলৰ এক বিশাল গণ সমাবেশ আৰু যোগদান সমাৰোহ অনুষ্ঠিত হয় ৷ এই বিশাল সমাবেশত বিজেপি দলৰ ৰাজ্যিক সভাপতি ৰনজিৎ কুমাৰ দাস, মৰিগাওঁ সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰীকে ধৰি বহু কেইজন নেতা উপস্থিত থাকে ।

সভাক ভাষণত ৰনজিৎ কুমাৰ দাসে কয়, কংগ্ৰেছ দলৰ অসম বচাওঁ আহক কাৰ্যসূচী লাহৰিঘাটত স্থান নাপায়। লাহৰিঘাট বিধান সভা সমষ্টিটো এইবাৰ বিজেপিৰ দখলত থাকিব ৷ অসমত বিজেপি চৰকাৰৰ আমোলত দৰ্মীয় সংখ্যলঘু ৰাইজৰ কোনো ক্ষতি হোৱা নাই বুলি মত প্ৰকাশ কৰে ৰনজিৎ কুমাৰ দাসে ৷

লগতে পঢ়ক: এসপ্তাহৰ ভিতৰত জাৰি হ'ব নিৰ্বাচনী অধিসূচনা: দিলীপ শইকীয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.