মৰিগাঁও ,27 নৱেম্বৰ : ৰাজ্যৰ বিভিন্ন প্ৰান্তৰৰ লগতে মৰিগাঁৱতো শক্তি বিভাগৰ বিষয়া কৰ্মচাৰীয়ে বিভাগটো ব্যক্তিগতকৰণ কৰাৰ বিৰোধিতাৰে সাব্যস্ত কৰে প্ৰতিবাদত ।
বিদ্যুত বিভাগৰ অন্তৰ্গত সমূহ কৰ্মীচাৰীয়ে কেন্দ্ৰীয় চৰকাৰৰ জাতীয় স্বাৰ্থ বিৰোধী বিদ্যুত নীতি আৰু দেশৰ বিদ্যুত খণ্ডৰ লগতে অসম শক্তি বিতৰণ কোম্পানী ব্যক্তিগতকৰণৰ বিৰুদ্ধে সৰৱ হৈ উঠে ৷ এই ব্যক্তিগতকৰণ নীতিয়ে দেশৰ লগতে সমগ্ৰ অসমৰ বিদ্যুত গ্ৰাহকৰ ওপৰত মাধমাৰ সোধাব বুলি মন্তব্য কৰে কনিষ্ঠ অভিযন্তা ইফতিকা হুছেইনে।
লগতে পঢ়ক: এহাজাৰ কেডাৰক লগত লৈ UPPLত যোগদান NDFBৰ শীৰ্ষ নেতাৰ