ETV Bharat / state

মৰিগাঁৱত গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদ আৰু গোৰ্খা ছাত্ৰ সন্থাৰ প্ৰতিবাদ - খিলঞ্জীয়া মুছলমান আৰু খিলঞ্জীয়া গোৰ্খা

দুয়োটা সংগঠনৰ কেইবা শতাধিক প্ৰতিবাদকাৰীয়ে হাতে হাতে প্লে'কাৰ্ড, ফেষ্টুন আদি লৈ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত এনআৰচিৰ মুখ্য সমন্বয়ক প্ৰতীক হাজেলাৰ বিৰুদ্ধে দুঘন্টীয়া প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে ৷

মৰিগাঁৱত গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদ আৰু গোৰ্খা ছাত্ৰ সন্থাৰ প্ৰতিবাদ
author img

By

Published : Oct 1, 2019, 2:13 PM IST

Updated : Oct 1, 2019, 2:41 PM IST

মৰিগাঁও, 1 অক্টোবৰঃ মৰিগাঁৱত সোমবাৰে গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদ আৰু গোৰ্খা ছাত্ৰ সন্থাৰ মৰিগাঁও জিলা সমিতিয়ে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷ এনআৰচিত খিলঞ্জীয়া মুছলমান আৰু খিলঞ্জীয়া গোৰ্খা সকলৰ নাম ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ পৰা বাদ পৰাত প্ৰতিবাদমুখৰ হৈ পৰিছে সংগঠন দুটা ৷ ইয়াৰে অংশ ৰূপে দুয়োটা দলৰ শতাধিক প্ৰতিবাদকাৰীয়ে চৰকাৰ বিৰোধী শ্ল'গানেৰে কঁপাই তোলে মৰিগাঁও ৷

মৰিগাঁৱত গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদ আৰু গোৰ্খা ছাত্ৰ সন্থাৰ প্ৰতিবাদ

দুয়োটা সংগঠনৰ কেইবা শতাধিক প্ৰতিবাদকাৰীয়ে হাতে হাতে প্লে'কাৰ্ড, ফেষ্টুন আদি লৈ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত এনআৰচিৰ মুখ্য সমন্বয়ক প্ৰতীক হাজেলাৰ বিৰুদ্ধে দুঘন্টীয়া প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে ৷ লগতে নাম বাদ পৰা খিলঞ্জীয়া লোকসকলক এনআৰচিত নাম পঞ্জীয়ন কৰাবলৈও দাবী জনায় ৷ উল্লেখ্য যে, দুয়োটা জাতীয় সংগঠনে ধৰ্ণাৰ পাচত উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰী লৈ কেইবাদফীয়া স্মাৰক পত্ৰ প্ৰেৰণ কৰে ৷

Intro:মৰিগাঁৱত গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদ আৰু গোৰ্খা ছাত্ৰ সন্হাৰ মৰিগাঁও জিলা সমিতিৰ উত্তাল প্ৰতিবাদ । চৰকাৰৰ বিৰোধী শ্লগান দি পৰিবেশ উত্তাল কেইবাশতাধিক প্ৰতিবাদকাৰীৰ।Body:এন আৰ চিত খিলঞ্জীয়া মুছলমান আৰু খিলঞ্জীয়া গোৰ্খা সকলৰ নাম ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ পৰা বাদ পৰাত পতিবাদ মুখৰ হৈ পৰিছে দুয়োটা জনগোষ্ঠীৰ ছাত্ৰ সংগঠন ।ইয়াৰ অংশ ৰূপে সোমাবাৰে
মৰিগাঁৱত গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদ আৰু সদৌ অসম গোৰ্খা ছাত্ৰ সন্হাৰ মৰিগাঁও জিলা সমিতিৰ কেইবা শতাধিক প্ৰতিবাদকাৰীয়ে কপালে মৰিগাঁও ।দুয়োটা সংগঠনে হাতে হাতে প্লেকাৰ্ড, ফেষ্টুন আদি লৈ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত দুঘন্টীয়া প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি এন আৰ চিত খিলঞ্জীয়া লোক সকলক এন আৰ চিৰ পৰা নাম বিনা স্বত্বত নাম পঞ্জীভূক্ত কৰিবলৈ দাবী জনাই । এন আৰ চি মুখ্য সমন্বয়ক প্ৰতীক হাজেলাৰ বিৰুদ্ধে বিভিন্ন শ্লগান দি পৰিবেশ উত্তাল কৰি তোলে। দুয়োটা সংগঠনে কেন্দ্ৰীয় চৰকাৰ গ্ৰ' বেক ধ্বনি দি জিলা উপায়ুক্ত কাৰ্যালয়ৰ পৰিবেশ উত্তাল কৰে।।উল্লেখযোগ্য যে দুয়োটা জাতীয় সংগঠনে ধৰ্ণাৰ পাছত উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰী লৈ কেইবাদফীয়া স্মাৰক পত্ৰ প্ৰেৰণ কৰি শীঘ্ৰে জনগোষ্ঠীৰ দুটাৰ নাম এন আৰ চিত পঞ্জীয়ন কৰাৰ বাবে দাবী জনাই।Conclusion:Ratuldeka etv Bharat morigaon
Last Updated : Oct 1, 2019, 2:41 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.