ETV Bharat / state

প্ৰধানমন্ত্ৰীৰ সপোন বাস্তৱায়িত কৰকঃ প্ৰমিলা ৰাণী ব্ৰহ্ম

দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আৰম্ভ কৰা মাহজোৰা পোষণ অভিযান অনুষ্ঠানত উপস্থিত থাকে জিলাখনৰ বিভিন্ন অংগনৱাড়ী কেন্দ্ৰৰ কৰ্মী ৷ অনুষ্ঠানৰ লগত সংগতি ৰাখি লাহৰীঘাটৰ পৰা কণ-কণ শিশুৰ অংশ গ্ৰহণেৰে সজাগতামূলক সমদলো বাহিৰ কৰা হয় ৷

author img

By

Published : Sep 30, 2019, 8:32 PM IST

প্ৰধানমন্ত্ৰী সপোন বাস্তৱায়িত কৰকঃ প্ৰমিলা ৰাণী ব্ৰহ্ম

মৰিগাঁও, 30 ছেপ্টেম্বৰঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সপোন বাস্তৱায়িত কৰাৰ বাবে সকলোপক্ষক আহ্বান সমাজ কল্যাণ মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মৰ । মৰিগাঁৱৰ জিলা প্ৰশাসন আৰু সমাজ কল্যাণ বিভাগকো ধন্যবাদ জনালে মন্ত্ৰী গৰাকীয়ে । সোমবাৰে লাহৰীঘাটৰ কোশতলীত মৰিগাঁও জিলা প্ৰশাসন আৰু সমাজ কল্যাণ বিভাগৰ উদ্যোগত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় পুষ্টি মাহৰ সামৰণি অনুষ্ঠানত উপস্থিত থাকি এনেদৰে মন্তব্য কৰে প্ৰমিলা ৰাণী ব্ৰহ্মই ৷ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আৰম্ভ কৰা মাহজোৰা পোষণ অভিযান অনুষ্ঠানত উপস্থিত থাকে জিলাখনৰ বিভিন্ন অংগনৱাড়ী কেন্দ্ৰৰ কৰ্মী ৷ লগতে অনুষ্ঠানৰ লগত সংগতি ৰাখি লাহৰীঘাটৰ পৰা কণ কণ শিশুৰ অংশ গ্ৰহণেৰে সজাগতামূলক সমদল উলিয়াই ৷ উল্লেখ্য যে, অনুষ্ঠানত প্ৰমিলা ৰাণী ব্ৰহ্মৰ উপৰিও উপস্থিত থাকে মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰী আৰু জিলা উপাযুক্ত ঋতুৰাজ বৰাকে ধৰি বহু কেইজন বিশিষ্ট ব্যক্তি ৷

Intro:মৰিগাঁৱত সমাজ কল্যাণ মন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্ম। দেশৰ প্ৰধানমন্ত্ৰীৰ সপোন বাস্তৱায়িত কৰাৰ বাবে আহবান সকলোপক্ষক। মৰিগাঁৱৰ জিলা প্ৰশাসন আৰু সমাজ কল্যাণ বিভাগক ধন্যবাদ । Body:মৰিগাঁওৰ লাহৰীঘাটত উপস্থিত অসম চৰকাৰ সমাজ কল্যাণ মন্ত্রী প্ৰমিলা ৰাণী ব্ৰহ্ম।লাহৰীঘাটৰ কোশতলীত মৰিগাঁও জিলা প্ৰশাসন আৰু সমাজ কল্যাণ বিভাগৰ উদ্যোগত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় পুষ্টি মাহৰ আজি সামৰণি অনুষ্ঠানত উপস্থিত থাকে মন্ত্রী প্ৰমিলা ৰাণী ব্ৰহ্ম।দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আৰম্ভ কৰা মাহজোৰা পোষণ অভিযানৰ আজি অন্তিমতো দিনত এনেদৰেই মৰিগাঁৱৰ লাহৰীঘাটত দেখিবলৈ পোৱা গল মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মক।আজি পুৱাৰ পৰা আৰম্ভ হোৱা এই অনুষ্ঠানত জিলাখনৰ বিভিন্ন অংগনৱাড়ী কেন্দ্ৰৰ কৰ্মী সকলে লাহৰীঘাটত উলিয়াই একসজাগতা মূলক সমদল। লগতে কন কণ শিশু সকল।এই অনুষ্ঠানতে কন কণ শিশুসকলে বিভিন্ন ধৰনৰ নৃত্য প্ৰদৰ্শন কৰাৰ লগতে নাট প্ৰদৰ্শন কৰে।।অনুষ্ঠানত মন্ত্ৰী গৰাকীয়ে কয় যে মাতৃ সকল সদায় সৃষ্টিশীল।মাতৃ হৈছে দুৰ্গা,মাতৃ হৈছে কালি।এগৰাকী মাতৃৰ পৰাই এজন সুস্হ শিশুৰ জন্ম হয়।যদিয়ে মাতৃ গৰাকীয়ে পুষ্টি কৰ অহাৰ গ্ৰহণ কৰে।লগতে কয় যে পোষণ অভিযানে দেশৰ শিশু সকলক মানসিক বিকাশত যথেষ্ট সহায় কৰিব।উল্লেখযোগ্য যে এই অনুষ্ঠানত মন্ত্ৰী গৰাকীৰ লগত উপস্থিত থাকে মৰিগাঁওৰ বিধায়ক ৰমাকান্ত দেউৰী আৰু জিলা উপাযুক্ত ঋতুৰাজ বৰা।
Byte:ministerConclusion:Ratuldeka etv Bharat morigaon
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.