ETV Bharat / state

দ্বিতীয়টো বানৰ কবলত পবিতৰা অভয়াৰণ্য - পবিতৰা অভয়াৰণ্য

বানৰ কবলত পৰিছে বিশ্ব ঐতিহ্য পবিতৰা অভয়াৰণ্য। ৰাজ্যৰ দ্বিতীয়টো বানৰ কবলত পৰিছে পবিতৰাৰ ১০ টাকৈ বনশিবিৰ। ওখভেটিলৈ ঢাপলি মেলি ছে পবিতৰাৰ জীৱকুলে।

PABITORA WILDLIFE SANCTUARY HIT FLOOD
PABITORA WILDLIFE SANCTUARY HIT FLOOD
author img

By

Published : Jun 22, 2020, 2:22 PM IST

মৰিগাঁও, 22 জুনঃ পবিতৰা বানৰ কবলত। ৰাজ্যৰ দ্বিতীয়টো বানত অভয়াৰণ্য খনৰ বনবিষয়াৰ মতে ৩০%, বানৰ কবলত পৰিছে। দ্বিতীয়টো বান পানীৰ কবলত এশিঙীয়া গড়ৰ ৰম্যভূমি পবিতৰা । কালিৰ পৰা বৰদিয়া দলঙৰে ব্ৰহ্মপুত্ৰৰ বাঢ়নী সোমাই দ ঠাইবোৰ বুৰাইছে। সেয়ে হ'লেও অদ্যপি সুৰক্ষিত পবিতৰাৰ জীৱকুল। অৱশ্য পানী বাঢ়ি আছে।ইয়াত কৈ পানী অধিক হলে বিপদৰ অশনি সংকেট অসম গৌৰৱ এশিঙীয়া গড়ৰ ৰম্যভূমি পবিতৰালৈ।

দ্বিতীয়টো বানৰ কবলত পবিতৰা অভয়াৰণ্য
ইয়াৰ ফলত দ্বিতীয়টো বানে অভয়াৰণ্য খনৰ তামুলী ডুবা,নেকেৰীহাবি,টুপলং,শিলডুবি,খলাভূঞা,হাঁহচৰা,পাগলাডুবা, কুকুৰাৰী,কমাৰপুৰ,আৰু দিপ্ৰাঙকে আদিকৰি আধা সংখ্যক বনশিবিৰক দ্বিতীয় টো বানৰ কৱলত পৰিছে। বন্যপ্ৰাণীৰ যাতে কোনো ক্ষতি নহয় তাৰবাবে বন কৰ্মীসকলে প্ৰতিনিয়ত দৃষ্টি ৰাখিছে অভয়াৰণ্য খনত ৷

লগতে চাওকঃ জম্মু-কাশ্মীৰৰ কৃষ্ণাঘাটী আৰু নৌচেৰাত গোলাবৰ্ষণ পাক সেনাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.