ETV Bharat / state

মৰিগাঁৱত বিজেপিৰ বিৰুদ্ধে এন.এছ.ইউ.আইৰ প্ৰতিবাদ - বিজেপিৰ বিৰুদ্ধে এন.এছ.ইউ.আইৰ প্ৰতিবাদ

মৰিগাঁৱত বিজেপিৰ বিৰুদ্ধে প্ৰতিবাজ সাব্যস্ত কৰে এন.এছ.ইউ.আই.য়ে ৷ বিজেপি চৰকাৰে প্ৰতিশ্ৰুতি প্ৰদান কৰা অনুসৰি যদি শীঘ্ৰে নিবনুৱা সমস্যা সমাধান নকৰে তেন্তে আগন্তুক দিনত তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়নৰ হুংকাৰ প্ৰদান কৰে প্ৰতিবাদকাৰী সকলে ৷

বিজেপিৰ বিৰুদ্ধে এন.এছ.ইউ.আইবিজেপিৰ বিৰুদ্ধে এন.এছ.ইউ.আইৰ প্ৰতিবাদৰ প্ৰতিবাদ
বিজেপিৰ বিৰুদ্ধে এন.এছ.ইউ.আইৰ প্ৰতিবাদ
author img

By

Published : Oct 20, 2020, 10:51 PM IST

মৰিগাঁও, 20 অক্টোবৰ: মৰিগাঁৱত এন.এছ.ইউ.আই মৰিগাঁও জিলা সমিতিৰ উদ্যোগত ৰূপায়ন প্ৰতিবাদী কাৰ্যসূচী ৷ বিজেপি চৰকাৰৰ বিৰুদ্ধে সংগঠনটোৱে ৰূপায়ন কৰে প্ৰতিবাদী কাৰ্যসূচী ৷ প্ৰতিবাদকাৰী সকলে বিজেপি চৰকাৰৰ প্ৰতীকি পুত্তলিকা দাহ কৰাৰ সময়তে প্ৰতিবাদস্থলীত উপস্থিত হয় আৰক্ষী ৷ প্ৰতিবাদকাৰী সকলে আৰক্ষীৰ সৈতে বাক-বিতণ্ডাত লিপ্ত হয় ৷

মৰিগাঁৱত বিজেপিৰ বিৰুদ্ধে এন.এছ.ইউ.আইৰ প্ৰতিবাদ

বিজেপি চৰকাৰে ৰাজ্যৰ নিবনুৱা সমস্যা সমাধানৰ প্ৰতিশ্ৰুতি প্ৰদান কৰা স্বত্বেও, সেই প্ৰতিশ্ৰুতি ৰক্ষা কৰাৰ বিপৰীতে ৰাজ্যত অধিক জটিল ৰূপত নিবনুৱা সমস্যাৰ সৃষ্টি কৰিছে বুলি অভিযোগ উত্থাপন কৰে প্ৰতিবাদকাৰী সকলে ৷ বিজেপি চৰকাৰক শীঘ্ৰে নিবনুৱা সমস্যা সমাধান কৰাৰ দাবী জনায় প্ৰতিবাদকাৰী সকলে ৷ অন্যথা ছাত্ৰ সংগঠনটোৰ উদ্যোগত জিলাখনৰ প্ৰতিটো বিধানসভা সমষ্টিতে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰা হ'ব বুলি সকীয়নি প্ৰদান কৰে ৷

লগতে পঢ়ক: মুখ্যমন্ত্ৰীৰ পুত্তলিকা দাহেৰে টীয়কত কৃষক মুক্তিৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.