ETV Bharat / state

মৰিগাঁৱত সাহিত্য সভাৰ উদ্যোগত তোৰণ মুকলি অনুষ্ঠান - ডঃ পৰমানন্দ ৰাজবংশী

শুক্ৰবাৰে মৰিগাঁৱত সাহিত্য সভাৰ উদ্যোগত তোৰণ মুকলি অনুষ্ঠান পালন কৰা হয় ৷ অনুষ্ঠানত উপস্থিত থাকে অসম সাহিত্য সভাৰ সভাপতি ডঃ পৰমানন্দ ৰাজবংশী ৷ কাৰ্যসূচীৰ লগত সংগতি ৰাখি সাহিত্য সভাৰ সভাগৃহত অনুষ্ঠিত হয় এক মুকলি সভা ৷

অনুষ্ঠানত উপস্থিত থাকে অসম সাহিত্য সভাৰ সভাপতি ডঃ পৰমানন্দ ৰাজবংশী
মৰিগাঁৱত সাহিত্য সভাৰ উদ্যোগত তোৰণ মুকলি অনুষ্ঠান
author img

By

Published : Dec 27, 2019, 11:56 PM IST

মৰিগাওঁ,27 ডিচেম্বৰঃ শুক্ৰবাৰে মৰিগাঁও জিলা সাহিত্য সভাৰ উদ্যোগত কিৰণবালা হাজৰিকা সোঁৱৰণী তোৰণখন মুকলি কৰা হয় ৷ অনুষ্ঠানত উপস্থিত থাকে অসম সাহিত্য সভাৰ সভাপতি ডঃ পৰমানন্দ ৰাজবংশী ৷ কাৰ্যসূচীৰ লগত সংগতি ৰাখি সাহিত্য সভাৰ সভাগৃহত অনুষ্ঠিত হয় এক মুকলি সভা ৷ বুবুমণি গোস্বামীৰ পৌৰহিত্যত অনুষ্ঠিত সভাত ৰাজ্যৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সাহিত্য সভাৰ সভাপতিগৰাকীয়ে ৷

মৰিগাঁৱত সাহিত্য সভাৰ উদ্যোগত তোৰণ মুকলি অনুষ্ঠান

পিনাকী ভূষণ মহন্তই আঁতধৰা সভাখনত পতাকা উত্তোলনৰ পিছত জাতীয় সংগীত পৰিৱেশন কৰা হয় । গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটোত মৰিগাঁও জিলা সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সভাপতি তথা প্ৰাক্তন অধ্যক্ষ নৰেন্দ্ৰ নাথ কেওঁট প্ৰমুখ্যে বহুকেইজন বিশিষ্ট সাহিত্যিক,পেঞ্চনাৰ আদি উপস্থিত থাকে।

লগতে চাওকঃ30 ডিচেম্বৰৰ অসম বন্ধ প্ৰত্যাহাৰ

Intro:মৰিগাঁৱত অসম সাহিত্য সভাৰ সভাপতি ডঃ পৰমানন্দ ৰাজবংশীৰ "কা" বিৰোধী সভা। শুক্ৰবাৰে মৰিগাঁও জিলা সাহিত্য সভাৰ উদ্যোগত কিৰণবালা হাজৰিকা সোঁৱৰণী তোৰণ মুকলি কৰি দিয়া ভাষণত কটু ভাষাৰে সমালোচনা বিজেপি চৰকাৰক। সাহিত্য সভাৰ পৰামৰ্শক আওকাণ কৰি চলাৰ ফলতেই ৰাজ্যত এই অগ্নি গৰ্ভা পৰিস্থিতি । কা প্ৰত্যাহাৰ নকৰাৰ লৈকে অসম সাহিত্য সভাৰ অব্যাহত থাকিব "কা" বিৰোধী আন্দোলন ।Body:মৰিগাঁও জিলা সাহিত্য সভাৰ উদ্যোগত মৰিগাঁৱত কিৰণবালা হাজৰিকা সোঁৱৰণী তোৰণৰ দ্বাৰ উন্মোচন আৰু কা বিৰুদ্ধে মুকলি সভা । শুক্ৰবাৰে এই স্মৃতি তোৰণ আনুষ্ঠানিক ভাৱে মুকলি কৰে অসম সাহিত্য সভাৰ সভাপতি ডঃ পৰমানন্দ ৰাজবংশীয়ে । তোৰণ মুকলিৰ লগত সংগতি ৰাখি জিলা সাহিত্য সভাৰ সভাগৃহত অনুষ্ঠিত হয় জিলা সমিতি এখন মুকলি সভা । জিলা সভাপতি বুবুমণি গোস্বামীৰ পৌৰহিত্যত সভাততে ৰাজ্যৰ শেহতীয়া অগ্নি গৰ্ভা পৰিস্থিতি ৰ সন্দৰ্ভত প্ৰতিক্ৰিয়াৰ প্ৰকাশ কৰে সাহিত্য সভাৰ সভাপতি ডঃ পৰমানন্দ ৰাজবংশীয়ে । তেওঁ কয় যে সাহিত্য সভাৰ পৰামৰ্শক আওকাণ কৰি মইমতালিৰে কাম কৰাৰ বাবে ই আজি ৰাজ্যত এই পৰিস্থিতি ।
উল্লেখযোগ্য যে সভাপতি গৰাকীয়ে আগন্তুক দিনত ৰাজ্যখনত অসমীয়া ভাষা সাহিত্যৰ ভবিষ্যত সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ মন্তব্য কৰি কা প্ৰত্যাহাৰ নকৰা লৈকে অসম সাহিত্য সভাই আন্দোলন গঢ়ি তুলিব বুলি মন্তব্য আগবঢ়াই ।bytes: parama।
শুক্ৰবাৰৰ এই মুকলি সভাত জিলা সাহিত্য সভাৰ সভাপতি , সম্পাদক ক্ৰমে বুবুমণি গোস্বামী আৰু পিনাকী ভূষণ মহন্ত ই আঁতধৰা দ্বাৰ উন্মোচন ও বিশেষ কাৰ্যনিৰ্বাহ সভাখনত পতাকা উত্তোলন কৰি আটাইয়ে জাতীয় সংগীত পৰিৱেশন কৰে।এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত মৰিগাঁও জিলা সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সভাপতি তথা মৰিগাঁও মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ নৰেন্দ্ৰ নাথ কেওঁটৰ প্ৰমুখ্যে বহুকেইজন বিশিষ্ট সাহিত্যিক,সাহিত্যিক পেঞ্চনাৰ উপস্থিত থাকে।bytes: dr:parama nanda rajbangshiConclusion:Ratuldeka etv Bharat morigaon
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.