ETV Bharat / state

মৰিগাঁৱত বিশ্ব পৰিৱেশ দিৱস উদযাপন

author img

By

Published : Jun 5, 2020, 10:34 PM IST

বিশেষকৈ মৰিগাঁৱৰ অগ্ৰণী সামাজিক অনুষ্ঠান খিলঞ্জীয়া সুৰক্ষা সমিতি অসম,বিজ্ঞান সমিতি,জীৱন জেউতি কৃষক সংঘ আৰু জিলা প্ৰশাসনৰ উদ্যোগত চহৰখনৰ বিভিন্ন অঞ্চলৰ লগতে মৰিগাঁও শংকৰ মাধৱ মাধ্যমিক বিদ্যালয়, মৰিগাঁও উচ্চ তৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়,জিলা প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয় আৰু চাৰণ বিলৰ পাৰত গছ পুলি বিতৰণ আৰু ৰোপণেৰে আজিৰ দিনটো উদযাপন কৰা হয় ৷

Morigaon world environment day
মৰিগাঁৱত বিশ্ব পৰিৱেশ দিৱস উদযাপন

মৰিগাঁও, 5 জুন : ৰাজ্যৰ আন আন ঠাইৰ লগতে মৰিগাঁও জিলাৰ বিভিন্ন অঞ্চলত দুদিনীয়া কাৰ্যসূচীৰে বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয় । বিশেষকৈ মৰিগাঁৱৰ অগ্ৰণী সামাজিক অনুষ্ঠান খিলঞ্জীয়া সুৰক্ষা সমিতি অসম,বিজ্ঞান সমিতি,জীৱন জেউতি কৃষক সংঘ আৰু জিলা প্ৰশাসনৰ উদ্যোগত চহৰখনৰ বিভিন্ন অঞ্চলৰ লগতে মৰিগাঁও শংকৰ মাধৱ মাধ্যমিক বিদ্যালয়,মৰিগাঁও উচ্চ তৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়,জিলা প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয় আৰু চাৰণ বিলৰ পাৰত গছ পুলি বিতৰণ আৰু ৰোপণেৰে আজিৰ দিনটো উদযাপন কৰা হয় ৷ এইবেলি "চেভ বায়দাইভাৰচিতি " শীৰ্ষক কাৰ্যসূচীৰে মৰিগাঁও বিহু তলী প্ৰাংগণত খিলঞ্জীয়া সুৰক্ষা সমিতি অসমৰ মৰিগাঁও জিলা সমিতিৰ উদ্যোগত মৰিগাঁৱৰ জ্যেষ্ঠ সাংবাদিক তথা ইটিভি ভাৰতৰ মৰিগাঁৱৰ সাংবাদিক ৰাতুল ডেকাই গছ পুলি ৰোপণৰ শুভাৰম্ভ কৰে।

মৰিগাঁৱত বিশ্ব পৰিৱেশ দিৱস উদযাপন
লগতে পঢ়কঃ গছপুলি ৰোপণেৰে অসমক উজ্বলাই তুলিবলৈ আহ্বান মুখ্যমন্ত্ৰী সোণোৱালৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.