ETV Bharat / state

এটা শ্বহীদ বেদী, এখন তালিকা আৰু এক বিৰ্তক !

author img

By

Published : Oct 6, 2020, 9:39 PM IST

ইয়াতেই অতিষ্ঠ হৈ পৰিছে স্থানীয় একাংশ ৰাইজ । কাৰণ শ্বহীদ বেদীটো পূৰ্বে স্থাপিত । দৰাচলতে এইখন শ্বহীদ বেদী নিৰ্মাণ সমিতিৰ বিষয়-ববীয়াৰ নামৰ তালিকা ।

morigaon-swahidwedi-story
এটা শ্বহীদ বেদী, এখন তালিকা আৰু এক বিৰ্তক !

মৰিগাঁও, 6 অক্টোবৰ: এটা শ্বহীদ বেদী, এখন তালিকা আৰু এক বিৰ্তক । মৰিগাঁও শলমাৰী লক্ষী মন্দিৰৰ প্ৰাংগণত থকা শ্বহীদ বেদীটোক লৈ সৃষ্টি হৈছে বিতৰ্কৰ। চলিত বৰ্ষৰ আৰম্ভণি লৈ প্ৰায় সকলো ঠিকেই আছিল । পিছে মন্দিৰৰ চৌহদ দেৱাল নিৰ্মাণৰ বেলিকাই বিতৰ্কৰ সূত্ৰপাত হল জাতীয় বীৰ বীৰংগণাৰ নামত উচৰ্গিত শলমাৰী গাঁৱত থকা শ্বহীদটোক কেন্দ্ৰ কৰি । গাঁৱৰ একাংশ ৰাইজৰ অভিযোগ স্থানীয় তিৱা স্বায়ত্ব পৰিষদৰ সদস্য নৰোত্তম ডেকাৰ বিৰুদ্ধে । পৰিষদৰ সদস্য নৰোত্তম ডেকাই দেৱাল নিৰ্মাণ কৰাৰ সময়ত সলনি কৰিবলগীয়া হৈছিল শ্বহীদ বেদীৰ স্থান আৰু এই স্থান সলনি কৰাৰ সময়তে শ্বহীদ বেদীৰ দাতা ৰূপে সদস্য গৰাকীৰ নাম বেদীত লিপিবদ্ধ কৰিলে । ইয়াতেই অতিষ্ঠ হৈ পৰিছে স্থানীয় একাংশ ৰাইজ । কাৰণ শ্বহীদ বেদীটো পূৰ্বে স্থাপিত । দৰাচলতে এইখন শ্বহীদ বেদী নিৰ্মাণ সমিতিৰ বিষয়-ববীয়াৰ নামৰ তালিকা ।

স্থানীয় লোকৰ মতে, এইখন জীৱন্ত মানুহৰ নামৰ তালিকাকেই গাঁওখনলৈ অহা ৰাইজে শ্বহীদৰ তালিকা বুলি প্ৰশ্ন কৰে। সেয়েহে এইসকল সচেতন ব্যক্তিয়ে তালিকাখন আঁতৰাবলৈ দাবী জনাইছে ৷
লগতে পঢ়ক: সাংবাদিকতাৰ পৰা সংসদীয় ৰাজনীতিলৈ অজিত ভূঞাৰ যাত্ৰা...

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.