ETV Bharat / state

হৰিনামৰ ধ্বনিৰে মুখৰিত মৰিগাঁৱৰ আকাশ - tengaguri

পবিত্ৰ ভাদমাহৰ শেষৰটো দিন উপলক্ষে মৰিগাঁৱৰ নামঘৰত আয়োজন কৰা হয় নাম-কীৰ্ত্তন ৷ এই অনুষ্ঠানত অংশগ্ৰহণ কৰে অঞ্চলটোৰ অধিকাংশ লোকে ৷

http://10.10.50.80:6060///finalout3/assam-nle/finalout/17-September-2020/8838278_mr.mp4
হৰিনামৰ ধ্বনিৰে মুখৰিত মৰিগাঁৱৰ আকাশ-বতাহ
author img

By

Published : Sep 17, 2020, 7:36 PM IST

মৰিগাঁও,17ছেপ্টেম্বৰ: আজি পবিত্ৰ ভাদ মাহৰ দিনযোৱা তথা সংক্ৰান্তি । সংক্ৰান্তি উপলক্ষে ৰাজ্যৰ সত্ৰ,নামঘৰ,কীৰ্ত্তনঘৰ প্ৰাংগণত পুৱাৰে অব্যাহত আছে গুৰু দুজনাৰ বিৰচিত ঘোষাপদৰ শ্ৰৱণ কীৰ্ত্তন। ৰাজ্যৰ অন্য প্ৰান্তৰ সমান্তৰালকৈ মৰিগাঁও জিলাতো আয়োজন কৰা হয় নাম-কীৰ্ত্তনৰ ৷ জিলাখনৰ টেঙাগুৰি বৰনামঘৰত পুৱাৰে পৰা আয়োজন কৰা এই অনুষ্ঠানত অংশগ্ৰহণ কৰে অঞ্চলটোৰ জেষ্ঠৰ পৰা কণমানিটিলৈ ৷ সকলোৱে ধূপদ্বীপ,ফলমূল, নৈবদ্য আগবঢ়াই সেৱা জনাই উদযাপন কৰে পবিত্ৰ ভাদমাহৰ শেষৰটো দিন ৷

হৰিনামৰ ধ্বনিৰে মুখৰিত মৰিগাঁৱৰ আকাশ-বতাহ

উল্লেখ্য যে,কৰ'ণা মহামাৰীয়ে ৰাজ্যত সৃষ্টি কৰা সন্ত্ৰাসৰ বাবে অনুষ্টুপীয়াকৈ আয়োজন কৰা হয় এই অনুষ্ঠানৰ ৷ চৰকাৰী সকলো নীতি-নিয়ম মানি সকলোৱে অংশগ্ৰহণ কৰে এই অনুষ্ঠানত ৷

অন্য এক খবৰৰ বাবে: অসম চৰকাৰৰ স্বাস্থ্য সেৱাৰ পৰা বঞ্চিত জলেশ্বৰৰ শতাধিক ৰাইজ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.