ETV Bharat / state

কিয় কৃষকে অগ্নিসংযোগ কৰিলে উৎপাদিত খেতিত ? - কিয় কৃষকে অগ্নিসংযোগ কৰিলে উৎপাদিত খেতিত

লাহৰীঘাটৰ ভূৰাগাঁৱৰ প্ৰেমচান চৌহানে খহনীয়াত সৰ্বস্বান্ত হোৱাৰ পিছত হুগলতলিত খেতি কৰিবলৈ আনৰ পৰা ৫ বিঘা মাটি ঠিকা লৈ বড়ো ধনাৰ খেতি কৰিছিল ৷ কিন্তু ধানৰ পৰিৱৰ্তে পতান হোৱাত মূৰে কপালে হাত দিব লগা হৈছে প্ৰেমচান চৌহানে ৷

Morigaon Pedia Story
কিয় কৃষকে অগ্নিসংযোগ কৰিলে উৎপাদিত খেতিত
author img

By

Published : May 31, 2021, 10:21 PM IST

মৰিগাঁও, 31 মে’ : মৰিগাঁও জিলাৰ হুগলতলিৰ কৃষকৰ মাজত সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতিৰ ৷ কৃষকৰ মূৰত ৰামটাঙোন শোধাইছে পৃথিৱী নামৰ ধানৰ বীজ যোগান ধৰা এটা কোম্পানীয়ে । যাৰবাবে এতিয়া ক্ষোভতে খেতি পথাৰতে কষ্টৰে উৎপাদন কৰা শস্য জ্বলাই দিছে কৃষকে ৷

কিয় কৃষকে অগ্নিসংযোগ কৰিলে উৎপাদিত খেতিত

মৰিগাঁও জিলাৰ হুগলতলিৰ কৃষকে অধিক ধান উৎপাদন কৰাৰ আশাৰে কোম্পানীৰ ধানৰ বীজৰ কঠিয়া ৰোপন কৰিছিল । বিগত তিনিটা মাহত সাৰ পানী যোগান ধৰাত ধান গছসমূহ লহপহকৈ বাঢ়ি অহাত কৃষকৰ মনত অপাৰ আনন্দ হৈছিল । কিন্তু ধান পকাৰ সময়ত মৰহি গৈ ধানৰ বিপৰীতে পতান ওলোৱাত মূৰে কপালে হাত দিবলগীয়া হৈছে কৃষকে ।

কৃষক ৰাইজক ৰামঠগন দিয়া ধানৰ বীজ কোম্পানীটোৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে ভুক্তভোগী কৃষকে ৷ লাহৰীঘাটৰ ভূৰাগাঁৱৰ প্ৰেমচান চৌহানে খহনীয়াত সৰ্বস্বান্ত হোৱাৰ পিছত হুগলতলিত খেতি কৰিবলৈ আনৰ পৰা ৫ বিঘা মাটি ঠিকা লৈ বড়ো ধনাৰ খেতি কৰিছিল ৷ কিন্তু ধানৰ পৰিৱৰ্তে পতান হোৱাত মূৰে কপালে হাত দিব লগা হৈছে প্ৰেমচান চৌহানে ৷

লগতে পঢ়ক : কঠোৰ হাতেৰে অপৰাধ নিৰ্মূলৰ সংকল্প আনন্দ মিশ্ৰৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.