ETV Bharat / state

ৰাষ্ট্ৰীয় মুখ স্বাস্থ্য শীৰ্ষক প্ৰশিক্ষণ

author img

By

Published : Mar 5, 2019, 10:56 PM IST

মৰিগাঁৱত বিভিন্ন দাঁত সম্পৰ্কীয় সমস্যাৰ চিকিৎসাৰ বিষয়ে প্ৰশিক্ষণ

VV

মৰিগাঁও,৫ মাৰ্চ: মৰিগাঁও অসামৰিক চিকিৎসালয়ত এদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হয় ৰাষ্ট্ৰীয় মুখ স্বাস্থ্য আঁচনি শীৰ্ষক প্ৰশিক্ষণ ।

উল্লেখযোগ্য যে জিলাখনৰ তিনিটা প্ৰাথমিক স্বাস্থ্যৰ খণ্ডৰ আশাসকলে এই প্ৰশিক্ষণত প্ৰধানকৈ মুখ, দাঁতৰ বিভিন্ন সমস্যা তথা দাঁতৰ স্বাস্থ্য যত্ন, গৰ্ভৱতী মাতৃ,শিশুৰ দাঁতৰ যতনকে আদিকৰি বিভিন্ন দাঁত সম্পৰ্কীয় সমস্যাৰ চিকিৎসাৰ বিষয়ে প্ৰশিক্ষণ গ্ৰহণ কৰে ।

VIDEO

গুৱাহাটী দন্ত চিকিৎসা মহাবিদ্যালয়ৰ অধ্যাপক ডাঃ ৰুবী কটকীয়ে বিশেষকৈ ভূৰবন্ধা, লাহৰীঘাট আৰু ঝাৰগাঁও প্ৰাথমিক চিকিৎসা খণ্ডৰ অৰ্ধ শতাধিক আশাকৰ্মীয়ে অংশ লয় ।

মৰিগাঁও অসামৰিক চিকিৎসালয় সহ জিএন এম প্ৰশিক্ষণ কক্ষত অনুষ্ঠিত প্ৰশিক্ষণটোত মৰিগাঁৱৰ অসামৰিক চিকিৎসালয়ৰ জ্যেষ্ঠ দন্ত চিকিৎসক ডাঃ প্ৰদীপ সৰকাৰৰ প্ৰমুখ্যে কেইবাজনো দন্ত চিকিৎসকে আগবঢ়াই প্ৰশিক্ষণ ।

Intro: মৰিগাঁও জিলা স্বাস্হ্য বিভাগৰ উদ্যোগত মঙলবাৰে মৰিগাঁৱত অনুষ্ঠিত ৰাষ্ট্ৰীয় মুখ স্বাস্হ্য শীৰ্ষক এক বিশেষ প্ৰশিক্ষণ শিবিৰ।

Body:মৰিগাঁৱত ৰাষ্ট্ৰীয় মুখ স্বাস্হ্য আচনি শীৰ্ষক প্ৰশিক্ষণ শিবিৰ। মৰিগাঁও অসামৰিক চিকিৎসালয়ত এদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা এই প্ৰশিক্ষণত প্ৰধানতঃ মুখ, দাঁতৰ বিভিন্ন সমস্যা তথা দাতৰ স্বাস্হ্য যতন, গৰ্ভৱতী মাতৃ,শিশুৰ দাতৰ যতনকে আদিকৰি বিভিন্ন দাত সম্পৰ্কীয় সমস্যাৰ, চিকিৎসাৰ বিষয়ে জিলাখনৰ তিনিটা প্ৰাথমিক স্বাস্হ্যৰ খণ্ডৰ আশাসকলে প্ৰশিক্ষণ গ্ৰহণ কৰে। গুৱাহাটী দন্ত চিকিৎসা মহাবিদ্যালয়ৰ অধ্যাপক ডাঃ ৰুবী কটকীয়ে বিশেষকৈ ভূৰবন্ধা, লাহৰীঘাট আৰু ঝাৰগাঁও প্ৰাথমিক চিকিৎসা খণ্ডৰ অৰ্ধ শতাধিক আশাকৰ্মীয়ে অংশ লয়। মৰিগাঁও অসামৰিক চিকিৎসালয়স্হ জিএন এম প্ৰশিক্ষণ কক্ষত অনুষ্ঠিত প্ৰশিক্ষণটোত মৰিগাঁৱৰ অসামৰিক চিকিৎসালয়ৰ জ্যেষ্ঠ দন্ত চিকিৎসক ডাঃ প্ৰদীপ সৰকাৰৰ প্ৰমুখ্যে কেইবাজনো দন্ত চিকিৎসকে আগবঢ়াই প্ৰশিক্ষণ। সংবাদ মাধ্যমৰে হোৱা সাক্ষাৎকাৰ এই প্ৰশিক্ষণৰ জৰিয়তে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে দাত- মুখৰ সৌন্দৰ্যৰ বিষয়ে প্ৰধান্য দিয়াৰ বিষয়ে সদৰী কৰে।
bytes:1+1=2
Dr Pradeep Sarkar
Dr rubee kotoki

Conclusion:ratul deka,etv Bharat.morigaon
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.