মৰিগাঁও, 16 এপ্ৰিল: মৰিগাঁৱত হাট বিহুৰ দিনাই মৰিগাঁও পৌৰসভাৰ পৌৰপতিৰ ব্যতিক্ৰমী পদক্ষেপ ৷ ষাঠিটাকৈ হৰিজন পৰিয়ালক খাদ্য সম্ভাৰ বিতৰণ কৰিলে মৰিগাঁও পৌৰসভাৰ পৌৰপতি অৰ্চনা বৰদলৈয়ে ৷
একেদৰে মৰিগাঁৱৰ ঐতিহাসিক চাৰণ বিলৰ পাৰৰ 11 গৰাকী কৰ্মচাৰীয়ে 45 টা অভাৱগ্ৰস্ত পৰিয়ালক বিতৰণ কৰিলে খাদ্য ৷ মৰিগাঁও পৌৰসভাৰ পৌৰপতি অৰ্চনা বৰদলৈৰ এই পদক্ষেপক শলাগ লৈছে স্থানীয় ৰাইজে ৷
লগতে পঢ়কঃ ঘৰতে থাকি বিহু উদযাপন কৰাৰ আহ্বান অভিনেত্ৰী মাধুৰীমা চৌধুৰীৰ