ম'হ পালনৰে স্বাৱলম্বী হোৱা মৰিগাঁৱৰ সোনটি হীৰা বৰ্তমান সময়ত নিৱনুৱা লোকসকলৰ বাবে এক আদৰ্শস্বৰপ ৷ ম'হ পালেনেৰে স্বাৱলম্বিতাৰ নিদৰ্শন দেখুৱা এই মৈষাল বন্ধুজনৰ সন্দৰ্ভত চাঁওক এক প্ৰতিবেদন...
ম'হ পালেনেৰে স্বাৱলম্বিতাৰ নিদৰ্শন মৰিগাঁৱৰ সোনটিৰ
সংকটৰ গৰাহত যি সময়ত অসমৰ পশুধনেৰে সমৃদ্ধ হ'বলগীয়া হৈছে ছট্টিছগড় সেই সময়ত ছট্টিছগড়ৰ জাতীয় জন্ত ম'হেৰে আত্মসংস্থাপনৰ পথ বাছি লৈছে অসমৰ এগৰাকী ব্যক্তিয়ে ৷ 1999 চনৰ পৰা পশুধন পালনেৰে জীৱনৰ পথ প্ৰশস্ত কৰি অহা এই লোকজন হৈছে মৰিগাঁও টেঙাগুৰি গাঁৱৰ সোনটি হীৰা৷
ম'হ পালেনেৰে স্বাৱলম্বিতাৰ নিদৰ্শন মৰিগাঁৱৰ সোনটিৰ
ম'হ পালনৰে স্বাৱলম্বী হোৱা মৰিগাঁৱৰ সোনটি হীৰা বৰ্তমান সময়ত নিৱনুৱা লোকসকলৰ বাবে এক আদৰ্শস্বৰপ ৷ ম'হ পালেনেৰে স্বাৱলম্বিতাৰ নিদৰ্শন দেখুৱা এই মৈষাল বন্ধুজনৰ সন্দৰ্ভত চাঁওক এক প্ৰতিবেদন...
Intro: ৰাজ্যৰ কৃষ্টি সংস্কৃতিৰ সৈতে এৰুৱাব নোৱাৰা এবিধ ঘৰচীয়া তথা বনৰীয়া জন্তু। বিশেষকৈ অসমীয়া বিহুগীত,বোলছবিৰ পৰা গোৱালপৰীয়া লোকজীৱনলৈ আৱৰি থকা এই বিধ জন্তুৰ পালনেৰে মুকলি আত্মসংস্হাপনৰ পথ। পিছে কত কোনে কেনেকৈ এই জন্তু পালনৰে জীৱনৰ পথ প্ৰশস্ত কৰিছে এই বিষয়ে এক বিশেষ প্ৰতিবেদন।
Body: মৈষাল বন্ধু। ম'হ গোৱাল। হয় কব খোজা হৈছে ম'হৰ খুটি কথা। কব বিচৰা হৈছে বাথানৰ কথা ।অতীতৰ অসমীয়া চহী কৃষিজীৱি সমাজ সংস্কৃতিৰে পৃঠক কৰিব নোৱাৰা ম'হ আৰু ম'হ পালন যে এক লাভজনক আত্মসংস্হাপনৰ পথ সেয়া প্ৰতিপন্ন কৰিছে মৰিগাঁৱৰ বহু কেইজন ম'হ পালকে। তাৰে ভিতৰত অন্যতম ম'হ পালক মৰিগাঁও টেঙাগুৰি গাঁৱৰ সুন্তী হীৰা।
ক'বলৈ গলে অসমীয়া লোক সাহিত্য, গোৱালপৰীয়া লোককৃষ্টিক এই ম'হ আৰু ম'হ গোৱালৰ নানা প্ৰেমগাঁথা আজিও প্ৰচলিত। অসমীয়া লোকসাহিত্যৰ ভৰাল চহকী কৰাৰ লেখীয়াকৈ কষ্টসয়িষ্ণু লোকসকলৰো জীৱনজীৱিকা উজ্জীৱিত কৰি তুলিছে ম'হ পালনেৰে। শুনকচোন ম'হ পালন নকৰাৰ পূৰ্বে ভাতমুঠিৰ বাবে হামৰাও কাঢ়িবলগা সুন্তী হীৰা জীৱনলৈ এই ম'হ পালনে কেনেকৈ আনিলে আমোল পৰিবৰ্তন।byte:
1,Moixal Bondhu-Suntee Hira
অৰ্থাৎ ব্যৱসায় ভিত্তিত প্ৰথমে পাচঁ হাজাৰ টকাৰে আৰম্ভণি কৰা ম'হ পালন কৰি আজি বাৰটা তথা এটা ম'হৰ খুটিৰ গৰাকী মৰিগাঁৱৰ সুন্তী হীৰা। বছৰি মহৰ পোৱালি আৰু গাখীৰ বিক্ৰী কৰি দুইলাখ উৰ্পাজন কৰে।আনহাতে দৈনিক দজনী ম'হৰ পৰা ৫/৬ লিটাৰ গাখীৰ খীৰাই ৪০০/ শৰ পৰা ৫০০/ টকা গাখীৰ বেছি পায়। আনহাতে মৰিগাঁৱৰ সাপ্তাহিক বজাৰত কমেও ৩,০০০/ ৰ পৰা ৪,০০০/ টকাৰ ম'হৰ এঠা দৈ বিক্ৰী কৰে সুন্তীয়ে। এনেদৰেই মাহিলি হিচাপত এই গৰাকী ম'হ পালক তথা মৈষাল বন্ধুৰ উৰ্পাজন ১২,০০০/ ৰ পৰা ১৫,০০০/টকা।byte:2Moixal Bondhu.Suntee Hira
মুঠৰ ওপৰত ছট্ৰিশগড়ত এইবিধ ৰাজ্যিক জন্তুৰ অস্তিত্বৰ সংকটত পৰাৰ সময়তে মৰিগাঁৱৰ ম'হ পালক তথা মৈষাল বন্ধু সকলে কঢ়িয়াই আনিছে আশাৰ বতৰা।পৰিতাপৰ বিষয়ে এয়ে যে এই গবৰ নাপায় মৰিগাঁৱৰ পশুপালন বিভাগে। তথাপি নাই আক্ষেপ।কেৱল ম'হ খীৰাই ,ম'হ চৰাই তথা ৰাখিয়ে সময় মতে ঘাহপানী যোগদান ধৰি কৰ্মত ব্যসত।byte:3
একালত শৌৰ্যবীৰ্যৰ ,মান সন্মানৰ প্ৰতীক ৰূপে স্বীকৃতি লাভকৰা এই ম'হলৈ নিৰ্মাণ কৰা যুজঁ নামৰ চলচ্চিত্ৰ খনেও সেই ছবিকে দাঙি ধৰিছিল। তেনেহলে আহক এই ম'হপালকসকলক উদগণি জনাও।
Conclusion:Ratul deka,etvbharat.morigaon

Last Updated : Jun 19, 2019, 3:02 PM IST