মৰিগাঁও, 15 ছেপ্তেম্বৰঃ মৰিগাঁও জিলা প্ৰশাসন আৰু সমাজ কল্যাণ বিভাগৰ উদ্যোগত পুষ্টিহীনতা নিৰ্মূল কৰাৰ লক্ষ্যৰে বিশাল ৰেলী ৷
মৰিগাঁৱত পুষ্টিহীনতা নিৰ্মূল কৰাৰ লক্ষ্যৰে বিশাল ৰেলী - পুষ্টিহীনতা নিৰ্মূল কৰাৰ লক্ষ্য
মৰিগাঁও জিলা প্ৰশাসন আৰু সমাজ কল্যাণ বিভাগৰ উদ্যোগত পুষ্টিহীনতা নিৰ্মূল কৰাৰ লক্ষ্যৰে বিশাল ৰেলী। মৰিগাঁও চহৰৰ পৰা জাগীৰোড লৈ ২৩ কিলোমিটাৰ দৈঘ্যৰ পথত বিভাগীয় উচ্চ পদস্থ বিষয়াৰ লগতে ৰাইজে অংশ লৈ সজাগতা সৃষ্টি কৰে। এই বিশাল মানৱ শৃংখল উদ্ধোধন কৰে মৰিগাঁও বিধায়ক ৰমাকান্ত দেউৰীয়ে।
মৰিগাঁৱত পুষ্টিহীনতা নিৰ্মূল কৰাৰ লক্ষ্যৰে বিশাল ৰেলী
মৰিগাঁও, 15 ছেপ্তেম্বৰঃ মৰিগাঁও জিলা প্ৰশাসন আৰু সমাজ কল্যাণ বিভাগৰ উদ্যোগত পুষ্টিহীনতা নিৰ্মূল কৰাৰ লক্ষ্যৰে বিশাল ৰেলী ৷
.দেশৰ পৰা পুষ্টিহীনতা নিৰ্মূল কৰাৰ লক্ষ্যৰে কেন্দ্ৰীয় চৰকাৰৰ পোষণ অভিযান আচনি কৰি আহিছে।ইয়াৰ অংশ ৰূপে মৰিগাঁও জিলা প্ৰশাসন আৰু সমাজ কল্যাণ বিভাগৰ উদ্যোগত বাহিৰে ৰ কৰা হয় বিশাল মানৱ শৃংখল। মৰিগাঁও চহৰৰ পৰা জাগীৰোড লৈ ২৩ কিলো মিটাৰ দৈঘ্যৰ পথত বিভাগীয় উচ্চ পদস্হ বিষয়াৰ পৰা সমাজৰ সকলো শ্ৰেণী,লোকে অংশ লৈ সজাগতা সৃষ্টি কৰে। এই বিশাল মানৱ শৃংখল উদ্ধোধন কৰে মৰিগাঁও বিধায়ক ৰমাকান্ত দেউৰী য়ে।