ETV Bharat / state

লোকসভা নিৰ্বাচনকলৈ তৎপৰ মধ্য অসমৰ জাতীয় ঐক্য মঞ্চ

author img

By

Published : Mar 1, 2019, 6:31 PM IST

মৰিগাঁও গান্ধী ভৱন প্ৰেক্ষাগৃহত অনুষ্ঠিত বিশেষ প্ৰতিনিধি সভাত পঞ্চায়ত নিৰ্বাচনত কংগ্ৰেছ দলৰ পৰা বিজয়ী হোৱা কেইবাগৰাকী সভাপতি ,আঞ্চলিক পঞ্চায়তৰ সদস্য আৰু কেইবাশতাধিক ৱাৰ্ড সদস্যই জাতীয় ঐক্য মঞ্চত আনুষ্ঠানিকভাৱে যোগদান কৰে।

মৰিগাঁও গান্ধী ভৱন প্ৰেক্ষাগৃহত বিশেষ প্ৰতিনিধি সভা

মৰিগাঁও,১ মাৰ্চঃ আগন্তুক লোকসভাৰ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে বিভিন্ন ৰাজনৈতিক দলসমূহৰ লগতে তৎপৰ হৈ পৰিছে মধ্য অসমৰ জাতীয় ঐক্য মঞ্চ। শুক্ৰবাৰে মৰিগাঁও গান্ধী ভৱন প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় বিশেষ প্ৰতিনিধি সভা । জাতীয় ঐক্য মঞ্চৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি জীৱন চন্দ্ৰ কোঁৱৰ পৌৰহিত্য অনুষ্ঠিত এই প্ৰতিনিধি সভাতে বিগত পঞ্চায়ত নিৰ্বাচনত কংগ্ৰেছ দলৰ পৰা বিজয়ী হোৱা কেইবাগৰাকী সভাপতি ,আঞ্চলিক পঞ্চায়তৰ সদস্য আৰু কেইবাশতাধিক ৱাৰ্ড জাতীয় ঐক্য মঞ্চত আনুষ্ঠানিকভাৱে যোগদান কৰে।

লোকসভাৰ নিৰ্বাচনকলৈ তৎপৰ মধ্য অসমৰ জাতীয় ঐক্য মঞ্চ

এই বিশেষ প্ৰতিনিধি সভাৰ পৰাই সভাপতি জীৱন চন্দ্ৰ কোঁৱৰৰ দাবী আগন্তুক লোকসভাৰ নিৰ্বাচনত জাতীয় ঐক্য মঞ্চই যিকোনো ক্ষেত্ৰত লৱ নিৰ্ণয়াক ভূমিকা । উল্লেখ্য যে যোৱা পঞ্চায়ত নিৰ্বাচনত মৰিগাঁও বিধায়ক ৰমাকান্ত দেউৰীৰ নেতৃত্বত গঠন হোৱা এই ৰাজনৈতিক গোটে মধ্য অসমত হাজাৰোধিক ৱাৰ্ড সদস্যৰ লগতে ন-খন পঞ্চায়ত দখল কৰিবলৈ সক্ষম হৈছিল ।

মনকৰিবলগীয়া যে কেইবাহাজাৰ দলীয় নেতাকৰ্মী উপস্থিতিত অনুস্থিত প্ৰতিনিধি সভাখনত শাসকীয় দলৰ ভাতৃসংগঠনৰ নগাঁও লোক সভা সমষ্টিৰ এগৰাকী টিকট প্ৰত্যাশী এগৰাকী উপস্থিত থকাটোৱে বিশেষ তাৎপৰ্য বহন কৰিছে ।

Intro: মধ্য অসমৰ অন্যতম ৰাজনৈতিক গোট জাতীয় ঐক্য মঞ্চৰ বিশেষ প্ৰতিনিধি সভাত কেইবাশতাধিক কংগ্ৰেছ কৰ্মীৰ যোগদান। আগন্তোক লোকসভা নিৰ্বাচনত মধ্য অসমত লৱ নিৰ্ণয়াক ভূমিকা।এই সন্দৰ্ভত আমাৰ এক প্ৰতিবেদন।

Body: আগন্তুক লোকসভাৰ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে বিভিন্ন ৰাজনৈতিক দলসমূহৰ লগতে তৎপৰ মধ্য অসমৰ জাতীয় ঐক্য মঞ্চ।শুক্ৰবাৰে মৰিগাঁও গান্ধী ভৱন প্ৰেক্ষাগৃহত অনুষ্ঠিত বিশেষ প্ৰতিনিধি সভা।জাতীয় ঐক্য মঞ্চৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি জীৱন চন্দ্ৰ কোঁৱৰ পৌৰহিত্য অনুষ্ঠিত এই প্ৰতিনিধি সভাতে বিগত পঞ্চায়ত নিৰ্বাচনত কংগ্ৰেছ দলৰ পৰা বিজয়ী হোৱা কেইবাগৰাকী সভাপতি ,আঞ্চলিক পঞ্চায়তৰ সদস্য আৰু কেইবাশতাধিক ৱাৰ্ড জাতীয় ঐক্য মঞ্চত আনুষ্ঠানিকভাৱে যোগদান কৰে।byte:president.
শুক্ৰবাৰৰ এই বিশেষ প্ৰতিনিধি সভাৰ পৰাই সভাপতি জীৱন চন্দ্ৰ কোঁৱৰৰ দাবী আগন্তুক লোকসভাৰ নিৰ্বাচনৰত জাতীয় ঐক্য মঞ্চই যিকোনো ক্ষেত্ৰত লৱ নিৰ্ণয়াক ভূমিকা।byte:2president:
উল্লেখ্য যে যোৱা পঞ্চায়ত নিৰ্বাচনত মৰিগাঁও বিধায়ক ৰমাকান্ত দেউৰীৰ নেতৃত্বত গঠন হোৱা এই ৰাজনৈতিক গোটে মধ্য অসমত হাজাৰোধিক ৱাৰ্ড সদস্যৰ লগতে ন খন পঞ্চায়ত দখল কৰিবলৈ সক্ষম হৈছিল।byte: 3: spokemen
মনকৰিবলগীয়া যে কেইবাহাজাৰ দলীয় নেতাকৰ্মী উপস্হিত থকা বিশেষ প্ৰতিনিধি সভাখনত শাসকীয় দলৰ ভাতৃসংগঠনৰ নগাঁও লোক সভা সমষ্টিৰ এগৰাকী টিকট প্ৰত্যাশী এগৰাকী উপস্থিত থকাটোৱে বিশেষ তাৎপৰ্য বহন কৰিছে।

Conclusion:ratul deka etvbharat.morigaon
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.