ETV Bharat / state

মৰিগাঁৱত অসম চেম্বাৰ অৱ্ কমাৰ্চৰ বিশেষ অনুষ্ঠান

মণিৰাম দেৱানৰ নামত বঁটা প্ৰদানৰ সিদ্ধান্ত

অসমত এক অৰ্থনৈতিক আন্দোলনৰ প্ৰয়োজন: অসম চেম্বাচ অফ কৰ্মাচ
author img

By

Published : Feb 26, 2019, 9:31 PM IST

মৰিগাঁও, ২৬ ফেব্ৰুৱাৰীঃ অসম চেম্বাৰ্চ অৱ্কৰ্মাচৰ মৰিগাঁও জিলা সমিতিৰ উদ্যোগত দুদিনীয়াকৈ অনুষ্ঠিত হোৱা কেন্দ্ৰীয় ঔদ্যোগিক দিৱসৰ আলোচনা মৰ্মে প্ৰতি বছৰে অসম ঔদ্যোগিক দিৱসত মণিৰাম দেৱান বঁটা, অসম উদ্যোগীবঁটা আৰু অসম চেম্বাৰ্চ অৱকৰ্মাচ বঁটাকে ধৰি তিনিটা বঁটা দিয়াৰ বিষয়ে সিদ্ধান্ত লোৱা হয়।

অসমৰ উদ্যোগীক ক্ষেত্ৰখনৰ নায়ক মণিৰাম দেৱান: অসম চেম্বাচ অফ কৰ্মাচ

অসমৰ ঔদ্যোগিক ক্ষেত্ৰখনৰ লগত জড়িত সমস্যা আৰু সম্ভাৱনা সম্পৰ্কে আলোচনা কৰা হয়।

Intro: প্ৰতিটো ক্ষেত্ৰতে লাগে একোজন নায়ক তথা হিৰ'ৰ ।অসমৰ উদ্যোগীক ক্ষেত্ৰখনৰ নায়ক স্বাধীনতা সংগ্ৰামী মণিৰাম দেৱান।মৰিগাঁৱত দুদিনীয়া কৈ অনুষ্ঠিত অসম উদ্যোগিক দিৱসত এই ঘোষণা অসম চেম্বাচ অফ কৰ্মাচৰ।

Body:মণিৰাম দেৱান অসম উদ্যোগীক ক্ষেত্ৰৰ খনৰ নায়ক।ৰাজ্যৰ উদ্যোগিক সকলক প্ৰেৰণা দিয়াৰ বাবে অসমৰ প্ৰতিখন দোকান,ব্যৱসায়ী প্ৰতিষ্ঠানত অসমৰ উদ্যোগিক ক্ষেত্ৰখনৰ নায়ক গৰাকীৰ ফটো ৰাখিবলৈ আহবান চেম্বাৰ্চ অফ কৰ্মাচৰ।
উল্লেখযোগ্য যে অসম চেম্বাৰ্চ অফ কৰ্মাচৰ মৰিগাঁও জিলা সমিতিৰ উদ্যোগত দুদিনীয়া কৈ অনুষ্ঠিত হোৱা কেন্দ্ৰীয় উদ্যোগিক দিৱসৰ আলোচনা মৰ্মে প্ৰতিবছৰে অসম উদ্যোগিক দিৱসত মণিৰাম দেৱান বঁটা, অসম উদ্যোগীক বঁটা আৰু অসম চেম্বাৰ্চ অফ কৰ্মাচ বঁটাকে ধৰি তিনিটা বঁটা দিয়াৰ কথা উল্লেখ কৰে।byte_1 Room guswami
আনহাতে অসমৰ নিবনুৱা সমস্যা সমাধানৰ বাবে অসমত এক অৰ্থনৈতিক আন্দোলনৰ প্ৰয়োজন হৈছে বুলি উল্লেখ কৰাৰ লগতে সমিতিয়ে মৰিগাঁও দিৱসত গ্ৰহণ কৰা গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৰ বিষয়ে ব্যাখ্যা আগবঢ়ায়।bytes_2।
ইফালে অধিবেশনৰ নিয়মীয়া কাৰ্যসূচী মতে প্ৰশিক্ষণ, কাৰ্যনিবাহক সভা, পতাকা উত্তোলন, বন্তি প্ৰজ্বলন আৰু মুকলি সভা অনুষ্ঠিত কৰে। মৰিগাঁও জিলা সমিতিৰ সম্পাদক মিলন ডেকা ই আতধৰা আৰু জিলা সভাপতি নিপুণ বৰাই পৌৰহিত্য কৰা মুকলি সভাখনত জ্যেষ্ঠ সাংবাদিক ধীৰেন্দ্ৰনাথ চক্ৰৱৰ্তী,অশোক ডেকা,মিলেশ্বৰ পাতৰ,বুবুমণি গোস্বামীকে প্ৰমুখ্যে কে ভালে সংখ্যক বিশিষ্ট ব্যক্তি, ব্যৱসায়ী,উদ্যোগী উপস্থিত থাকে। মৰিগাঁও বিহু তলীত অনুষ্ঠিত এই মুকলি সভাতে এই বৰ্ষৰ তিনিজনক বঁটা প্ৰদান কৰে।

Conclusion:Ratul deka.etvbharat.morigao.
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.