ETV Bharat / state

মৰিগাঁৱৰ দুই অবৈধ বাছ আস্থানত ওলমিল তলা - অবৈধ বাছ আস্থানত পৰিবহনৰ বিভাগৰ তলা বন্ধ

উচ্চন্যায়লৰ এক নিৰ্দেশ অনুসৰি মৰিগাঁৱৰ মৈৰাবাৰীত পাঁচ অবৈধ বাছ আস্থানৰ বিপৰীতে দুই আস্থানত তলা লগোৱাক লৈ অসন্তুষ্ট আবেদনকাৰী । পুনৰ ন্যায়ালয়ৰ দ্বাৰস্থ হ'ব আৱেদনকাৰী ৷

মৰিগাঁৱত অবৈধ বাছ আস্থানত উলমিল তলা
author img

By

Published : Nov 2, 2019, 7:25 PM IST

মৰিগাঁও, 2 নৱেম্বৰঃ মৰিগাঁৱত অবৈধ বাছ আস্থানত পৰিবহনৰ বিভাগৰ তলা বন্ধ । উচ্চন্যায়লৰ এক নিৰ্দেশ মতে মৰিগাঁও মৈৰাবাৰীত পাঁচ অবৈধ বাছ আস্থানৰ বিপৰীতে দুই আস্থানত তলা লগোৱাক লৈ অসন্তুষ্ট আৱেদনকাৰী । পুনৰ ন্যায়ালয়ৰ দ্বাৰস্থ হ'ব আবেদনকাৰী ।

মৰিগাঁৱৰ মৈৰাবাৰীত ৰঘুমলাৰ দৰে বাঢ়িছে অবৈধ বাছ আস্থান । পাঁচটা অবৈধ বাছ আস্থানৰ বিৰুদ্ধে বৈধতাৰ প্ৰশ্ন তুলি স্থানীয় মৈৰাবাৰীৰ তাৰিকুল ইছলাম নামৰ এজন চৰকাৰী অনুজ্ঞা পত্ৰ থকা লোকে তৰিছিল লেখ আৱেদন । এই আবেদনৰ ভিত্তিতে মহামান্য গুৱাহাটী উচ্চন্যালয়ে মৈৰাবাৰীস্থিত পাঁচ অবৈধ বাছ আস্থান বন্ধ কৰিবলৈ নিৰ্দেশনা দিছিল মৰিগাঁও জিলা পৰিবহন বিভাগক । সেই অনুসৰি মৈৰাবাৰীত উপস্থিতি হৈছিল পৰিবহন বিভাগৰ বৰমূৰীয়াসকল ।

মৰিগাঁৱত অবৈধ বাছ আস্থানত উলমিল তলা

উক্ত নিৰ্দেশনা অনুসৰিয়ে অভিযোগকাৰীক সন্তুষ্টি কৰাৰ স্বৰ্থত শুকুৰবাৰে মৈৰাবাৰীত উপস্থিত হৈ তলা লগালে পৰিবহন বিভাগৰ বিষয়াসকলে । আনহাতে পৰিতাপৰ বিষয় যে, ন্যায়লয়ৰ পাঁচ অবৈধ বাছ আস্থানৰ কাৰ্যলয় চীল কৰাৰ পৰিৱৰ্তে দুই আস্থানত এনেদৰে বন্ধ কৰিয়েই হাতধুলে মৰিগাঁও জিলা পৰিবহন বিভাগে । তাৰ বিপৰীতে উক্ত স্থানত বহালে ন'পাৰ্কিং চাইনবৰ্ড ।

যাৰ বাবে মাননীয় গুৱাহাটী উচ্চন্যায়লৰ নিৰ্দেশনাক মৰিগাঁও জিলা পৰিবহন বিভাগে অমান্য কৰা বুলি অভিযোগ তোলে আবেদনকাৰীয়ে । পাঁচ অবৈধ কাউণ্টাৰ বন্ধ কৰাৰ বিপৰীতে দুই কাউণ্টাৰ চীল কৰিয়েই দায়িত্ব সামৰাত পৰিবহন বিষয়াৰ ওপৰত ক্ষোভিত হয় আবেদনকাৰী । সেয়েহে পুনৰ মহামান্য উচ্চন্যায়লৰ দ্বাৰস্থ হ'ব স্বীকৃতি প্ৰাপ্ত কাউণ্টাৰৰ গৰাকী ৷

Intro:মৰিগাঁৱত অবৈধ বাছ আস্থানত পৰিবহনৰ বিভাগৰ তলা বন্ধ ।উচচন্যায়লৰ এক নিৰ্দেশ মতে মৰিগাঁও মৈৰাবাৰীত পাঁচ অবৈধ বাছ আস্থানৰ বিপৰীতে দুই আস্থানত তলা লগোৱাক লৈ অসন্তুষ্ট আবেদনকাৰী।পুনৰ ন্যায়ালয়ৰ দ্বাৰস্হ হব আবেদনকাৰী। Body:মৰিগাঁও মৈৰাবাৰীত ৰঘুমলাৰ দৰে বাঢ়িছে অবৈধ বাছ আস্হান। পাঁচটা অবৈধ বাছ আস্থানৰ বিৰুদ্ধে বৈধতাৰ প্ৰশ্ন তুলি স্হানীয় মৈৰাবাৰীৰ তাৰিকুল ইছলাম নামৰ এজন চৰকাৰী অনুজ্ঞা পত্ৰ থকা লোকে তৰিছিল লেখ আবেদন।এই আবেদনৰ ভিত্তিতে মহামান্য গুৱাহাটী উচচন্যালয়ে মৈৰাবাৰীস্হ পাঁচ অবৈধ বাছ আস্থান বন্ধ কৰিবলৈ নিৰ্দেশনা দিছিল মৰিগাঁও জিলা পৰিবহন বিভাগক। সেই মতে মৈৰাবাৰীত পস্থিতি হৈছিল পৰিবহন বিভাগৰ চিয়াহী চতন্তৰীৰে বৰমূৰীয়াসকল। উক্ত নিৰ্দেশনা মতে ৰাইজ অভিযোগ কাৰীক সন্তুষ্টি লাভৰ বাবে শুক্ৰবাৰে এনেদৰেই সদলবলে মৈৰাবাৰীত উপস্থিত হৈ সঁচাই- মিছাই লগালে তলা। পৰিতাপৰ বিষয় এয়ে যে ন্যায়লয়ৰ পাঁচ অবৈধ বাছ আস্থানৰ কাৰ্যলয়ত চীল কৰাৰ পৰিবৰ্তে দুই আস্থানত এনেদৰে বন্ধ কৰিয়েই হাতধুলে মৰিগাঁও জিলা পৰিবহন বিভাগে । বহালে নপাৰ্কিং চাইনবড।
মাননীয় গুৱাহাটী উচচন্যায়লৰ নিৰ্দেশনাক ভেকুভাওনা মৰিগাঁও জিলা পৰিবহন বিভাগৰ । পাঁচ অবৈধ কাউণ্টাৰ বন্ধ কৰাৰ বিপৰীতে দুই কাউণ্টাৰ চীল কৰিয়েই দায়িত্ব সামৰিলে পৰিবহন বিষয়াই। সেয়েহে পুনৰ মহামান্য উচচন্যায়লৰ দ্বাৰস্হ হব স্বীকৃতি প্ৰাপ্ত কাউণ্টাৰ গৰাকী ।byte:applicantConclusion:Ratuldeka etv Bharat morigaon
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.