ETV Bharat / state

তিৱা সাজ পৰিধান কৰি নৃত্যত মতলীয়া বিধায়িকা আঙুৰলতা ডেকা - মৰিগাঁৱত আঙুৰলতা ডেকা

শুকুৰবাৰে মৰিগাঁৱত তিৱা স্বায়ত্ব পৰিষদৰ নিৰ্বাচনী প্ৰচাৰত তিৱা লোকসাজ পৰিধান কৰি তিৱা লোকগীত পৰিবেশন কৰে বিধায়িকা আঙুৰলতা ডেকাই ৷ নৃত্য-গীতৰ মাজেৰে 18 নং চাৰিপুনীয়া চাবুকধৰা সমষ্টি জীপাল কৰি তোলে বিধায়িকা গৰাকীয়ে ৷

mla angoorlata deka in Morigaon
মৰিগাঁৱত আঙুৰলতা ডেকা
author img

By

Published : Dec 12, 2020, 10:24 AM IST

মৰিগাঁও,12 ডিচেম্বৰ : মৰিগাঁৱত শুকুৰবাৰে বিধায়িকা আঙুৰলতা ডেকাৰ নতুন ৰূপ । তিৱা সৰলা ৰূপত নাচি-বাগি চলাইছে নিৰ্বাচনী প্ৰচাৰ । চাৰিপুনীয়া চাবুকধৰাত তিৱা লোকসাজ পৰিধান কৰি তিৱা লোকগীত পৰিবেশনেৰে এক অন্য ৰূপত নিৰ্বাচনী প্ৰচাৰত ব্যস্ত বিধায়িকা আঙুৰলতা ডেকা ৷

বিটিচি নিৰ্বাচনৰ পাচত তিৱা স্বায়ত্ব পৰিষদৰ নিৰ্বাচনী প্ৰচাৰ চলাই বিধায়িকা আঙুৰলতা ডেকাই নৃত্য-গীতৰ মাজেৰে জীপাল কৰি তোলে মৰিগাঁৱৰ নিৰ্বাচনী সভা ।

মৰিগাঁৱত আঙুৰলতা ডেকা

তিৱা স্বায়ত্ব পৰিষদৰ 18 নং চাৰিপুনীয়া চাবুকধৰা সমষ্টিৰ প্ৰাৰ্থী মদন দেউৰীৰ হৈ প্ৰচাৰ চলাবলৈ গৈ এনেদৰে কঁকাল ঘূৰাই নাচিলে বিধায়িকা গৰাকীয়ে । আনহাতে কংগ্ৰেছৰ নেতাসকলক তেওঁ ‘ধুমকেতু’ আখ্যা দি এতিয়া কংগ্ৰেছৰ প্ৰভাৱ একেবাৰেই নাই বুলি উল্লেখ কৰে ৷

লগতে পঢ়ক : মাতৃৰ বুকু উদং কৰি এটা বছৰ অতিক্ৰম ছেম ষ্টে'ফৰ্ডৰ মৃত্যুৱে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.