ETV Bharat / state

মৰিগাঁৱত মুকাভিনয় মহোৎসৱ

author img

By

Published : Mar 10, 2019, 6:55 AM IST

মৰিগাঁৱৰ সাংস্কৃতিক অনুষ্ঠান মুখা সংস্কৃতিৰ উদ্যোগত মৰিগাঁও জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত অনুষ্ঠিত এই মহোৎসৱ উদ্ধোধন কৰে গুৱাহাটীৰ মাইম একাডেমীৰ পৰিচালক তথা ৰাজ্যৰ জনপ্ৰিয় মুকাভিনেতা মইনুল হকে । ৰাজ্যৰ কেইবাজনো মুকাভিনেতাক সম্বৰ্ধনা জনোৱা হয় অনুষ্ঠানটোত ৷

মৰিগাঁৱত মুকাভিনয় মহোৎসৱ

মৰিগাঁও,10 মাৰ্চ: শনিবাৰে মৰিগাঁৱত অনুষ্ঠিত হয় জাতীয় মুকাভিনয়মহোৎসৱ । মৰিগাঁৱৰ সাংস্কৃতিক অনুষ্ঠান মুখা সংস্কৃতিৰ উদ্যোগত মৰিগাঁও জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত অনুষ্ঠিত এই মহোৎসৱ উদ্ধোধন কৰে গুৱাহাটীৰ মাইম একাডেমীৰপৰিচালক তথা ৰাজ্যৰ জনপ্ৰিয় মুকাভিনেতা মইনুল হকে ।

মৰিগাঁৱত মুকাভিনয় মহোৎসৱ

মৰিগাঁৱৰউদীয়মান মুকাভিনেতা মুকুন্দ নাথে আঁত ধৰা অনুষ্ঠানটোত ৰাজ্যৰ কেইবাজনো মুকাভিনেতাক সম্বৰ্ধনা জনোৱা হয় । ইপিনে মৰিগাঁও জিলা পুথিভঁৰালত অনুষ্ঠিত এই অনুষ্ঠানটোত গুৱাহাটীৰ মাইম একাডেমীৰ মুকাভিনয়ৰ দলে মুকাভিনয় প্ৰদৰ্শনেৰে উপস্থিত দৰ্শকসকলক মুগ্ধকৰি তুলে ।

Intro: মৰিগাঁৱত জাতীয় মুখাভিনয়ৰ মহোৎসৱ।মুখা সংস্কৃতি মৰিগাঁৱৰ উদ্যোগত অনুষ্ঠিত মহোৎসৱটি শুভ উদ্বোধন কৰে বিশিষ্ট মুকাভিনেতা তথা সংগীত নাটক একাডেমীৰ বঁটা প্ৰাপক মইনুল হকে।

Body: মৰিগাঁৱৰ অন্যতম সাংস্কৃতিক অনুষ্ঠান মুখা সংস্কৃতিৰ উদ্যোগত মৰিগাঁও জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত অনুষ্ঠিত এই মহোৎসৱ উদ্ধোধন কৰে গুৱাহাটীৰ মাইম একাডেমী পৰিচালক তথা ৰাজ্যৰ জনপ্ৰিয় মুকাভিনেতা মইনুল হকে।সংগীত নাটক একাডেমী বটা প্ৰাপক গৰাকীয়ে জাতীয় তথা ৰাষ্ট্ৰীয় পৰ্যায়ত অনূষ্ঠিত কৰি দিয়া ভাষণ প্ৰসংগত কয় যে মুকাভিনয় এটা কঠিন কলা। এই কলাক বহুতে কলা বোবাৰ মাধ্যম বুলি ভুল কৰে। দৰাচলতে মুকাভিনয় এনে এক সংযোগ যত দেহ আৰু মন একাত্ম হব লাগে।প্ৰকৃততে মকাভিনয় এক সংযোগ।এই সংযোগ কেতিয়াবা স্বসংযোগ,কেতিয়াবা দ্বৈত সংযোখ, কেতিয়াবা দলসংযোগ আৰু কেতিয়াবা গণসংযোগ। মই আপোনালোকৰ সৈতে কৰা এইটোৱেই গণসংযোগ।bytes: 1,moinul hoque
মৰিগাঁও মুখা সংস্কৃতিৰ পৰিচালক তথা উদীয়মান মুকাভিনেতা মুকুন্দ নাথে আতধৰা এই অনুষ্ঠান টোত ৰাজ্য কেইহজনো মুকাভিনেতাক সম্বৰ্দ্ধনা জনায়। মৰিগাঁও জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত নিশাভাগত অনুষ্ঠিত এই জাতীয় মহোৎসৱটিত গুৱাহাটীৰ মাইম একাডেমীৰ মুকাভিনয় দলটোৰ সাৱলীল মুকাভিনয় ৰে উপস্থিত দৰ্শকসকলক আপ্লুত কৰি বলৈ সক্ষম হয়। ৰাজ্য বহুকেইটা মুকাভিনয়ৰ দলৰ উপৰিও দেশৰ কলিকতা,কোচবিহাৰ,জলফাইগুৰিৰ বহুকেইটা আগশাৰী মুকাভিনয় দলে অংশলৈ ইয়াৰ প্ৰচাৰ প্ৰসাৰ কৰে।byte:2,mukundra nath,,orgranizer

Conclusion:ratul deka,etvbhart.morigaon
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.