- মৰিগাঁও বঘৰাত মেগা স্বাস্থ্য মেলা সম্পন্ন
- স্বাহ্যমেলাত ৰোগীৰ বিনামূলীয়া স্বাস্থ্যপৰীক্ষাৰ লগতে ঔষধ বিতৰণ কৰা হয়
- বাটৰ নাটৰ জৰিয়তে ৰোগীৰ মাজত সজাগতা সৃ্ষ্টিএকাংশ নাট্যশিল্পীৰ
- নাট্যশিল্পীৰ সমান্তৰালভাৱে অনুষ্ঠিত চিত্ৰাংকনআৰু কুইজ প্ৰতিযোগিতা
- দূৰ-দূৰণিৰ পৰা বহুসংখ্যক লোকৰ আগমনস্বাহ্যমেলালৈ
- হাজাৰোধিক লোকৰ স্বাস্থ্য পৰীক্ষা সম্পন্নমৰিগাঁৱত মেগা স্বাহ্যমেলা সম্পন্ন
মৰিগাঁৱত মেগা স্বাস্থ্যমেলা সম্পন্ন - mega health camp
মৰিগাঁও জিলা স্বাস্থ্য সমিতি,বঘৰা ৰাজ্যিক চিকিৎসালয়ৰ উদ্যোগত বঘৰা মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত মেগা স্বাস্থ্য শিবিৰ

মৰিগাঁৱত মেগা স্বাহ্যমেলা সম্পন্ন
- মৰিগাঁও বঘৰাত মেগা স্বাস্থ্য মেলা সম্পন্ন
- স্বাহ্যমেলাত ৰোগীৰ বিনামূলীয়া স্বাস্থ্যপৰীক্ষাৰ লগতে ঔষধ বিতৰণ কৰা হয়
- বাটৰ নাটৰ জৰিয়তে ৰোগীৰ মাজত সজাগতা সৃ্ষ্টিএকাংশ নাট্যশিল্পীৰ
- নাট্যশিল্পীৰ সমান্তৰালভাৱে অনুষ্ঠিত চিত্ৰাংকনআৰু কুইজ প্ৰতিযোগিতা
- দূৰ-দূৰণিৰ পৰা বহুসংখ্যক লোকৰ আগমনস্বাহ্যমেলালৈ
- হাজাৰোধিক লোকৰ স্বাস্থ্য পৰীক্ষা সম্পন্নমৰিগাঁৱত মেগা স্বাহ্যমেলা সম্পন্ন
Intro: মৰিগাঁও জিলা স্বাস্থ্য সমিতি,বঘৰা ৰাজ্যিক চিকিৎসা লয়ৰ উদ্যোগত বঘৰা মাধ্যমিক বিদ্যালয়ত মেগা স্বাস্হ্য শিবিৰ।
Body:"দেহা থাকিলে বেহা -"এই আপ্তবাক্যশাৰীক সাৰোগত কৰি মৰিগাঁও বঘৰাত মেগা স্বাস্হ্য মেলা সম্পন্ন। স্বাস্হ্য মেলাৰ উপলক্ষে বঘৰা মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগণত বিভিন্ন ৰোগৰ বিনামূলীয়া পৰীক্ষা ,চিকিৎসা আৰু ঔষধ বিতৰণ কৰা হয়। এই উপলক্ষে কেইবাখনো বাটৰ নাট পৰিবেশন কৰি স্বাস্হ্য সম্পৰ্কীয় সজাগতা সৃষ্টি কৰে। সজাগতা মূলক বাটৰ নাটৰ শিল্পী সকলক আদৰণি জনায় মৰিগাঁও জিলা যুটীয়া স্বাস্হ্য সঞ্চালক গৰাকীয়ে। ইয়াৰ সমান্তৰাল ভাৱে অনুষ্ঠিত হয় ছবি,কুইজ প্ৰতিযোগিতা।
উল্লেখযোগ্য যে বিশ্ব স্বাস্হ্য সংস্হাৰ স্বাস্হ্য সন্মত বিভিন্ন বিধি বিধান অনুসৰি এনেদৰেই প্ৰতীকীৰূপত অঞ্চলৰ ৰাইজৰ মাজত সৃষ্টি কৰে সজাগতা। মংগলবাৰৰ এই মেগা স্বাস্হ্য শিবিৰত চকু, জ্বৰ-কাহ,চৰ্দি,যক্ষ্মাৰ লগতে বিভিন্ন ৰোগৰ প্ৰাথমিক পৰীক্ষা সম্পন্ন কৰে।জিলাখনৰ চিকিৎসক, চিকিৎসা বিষয়া লগতে গুৱাহাটীৰ পৰা কেইবাগৰাকী চিকিৎসকে ভাগে ভাগে ৰোগীসখলক চিকিৎসা প্ৰদান কৰে। মনকৰিবলগীয়া যে বঘৰা ৰাজ্যিক চিকিৎসা খনৰ অন্তৰ্গত গাঁও সমূহৰ উপৰিও দূৰ দূৰণিৰ তথা নগাঁও চাপৰমুখৰ পৰাও ৰোগীয়ে পৰীক্ষা কৰায়।বঘৰা ৰাজ্যিক চিকিৎসালয়ৰ যুৱ চিকিৎসকে আতধৰা স্বাস্হ্য শিবিৰত কেইবাহাজাৰ লোকে স্বাস্হ্য পৰীক্ষা কৰায়।byte:Dr Amarjyoti deka
Conclusion:ratul deka.etvbharat.morigson.