ETV Bharat / state

জাগীৰোডত নাহৰফুটুকীৰ পোৱালী উদ্ধাৰ

খৰি কাটিবলৈ গৈ এগৰাকী মহিলাই  বনাঞ্চলৰ পৰা লৈ আহিছিল বাঘৰ পোৱালাটো ৷ বন বিভাগৰ লোকে নাহৰফুটুকীৰ পোৱালীটোক পুনৰ  বনাঞ্চলত এৰি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰে ৷

author img

By

Published : Apr 25, 2019, 4:57 PM IST

জাগীৰোডত নাহৰ ফুটুকীৰ পোৱালী উদ্ধাৰ

জাগীৰোড, 25 এপ্ৰিলঃ সোমবাৰে জাগীৰোডৰ সোণাইকুছি সংৰক্ষিত বনাঞ্চল এলেকাত উদ্ধাৰ কৰা হয় এটা নাহৰ ফুটুকীৰ পোৱালী ৷ উক্ত বনাঞ্চলত খৰিকাটিব গৈ এগৰাকী মহিলাই লৈ ববনাঞ্চল খনৰ পৰা লৈ আহিছিল উক্ত পোৱালিটো ৷ পাচত স্থানীয় ৰাইজে খবৰ পাই পোৱালিটো উদ্ধাৰ কৰি বন বিভাগৰ লোকক খবৰ দিয়ে ৷ বন বিভাগৰ লোকে নাহৰফুটুকীৰ পোৱালীটোক ইতিমধ্যে পুনৰ বনাঞ্চলত এৰি দিয়ে ৷

Intro:LEOPARD CALF RESCUEBody:জাগীৰোডৰ সোণাইকুছি সংৰক্ষিত বনাঞ্চলত উদ্ধাৰ এটা নাহৰ ফুটুকী বাঘৰ পোৱালী। বনাঞ্চলত খৰি কাটিব যোৱা মহিলাই লৈ আহে উক্ত বাঘৰ পোৱালীটো।পাছত দেউশাল অঞ্চলৰ ৰাইজে খবৰ পাই ঘটনাস্থলীত উপস্থিত হৈ পোৱালীটো উদ্ধাৰ কৰে আৰু বন বিভাগক খবৰ দিয়ে।পাছত বন বিভাগৰ লোকে আহি পোৱালীটো পুনৰ বনাঞ্চলত মুকলি কৰি দিযাৰ ব্যৱস্থা কৰে।উল্লেখযোগ্য যে সোণাইকুছি বনাঞ্চলত অবাধ গতিত বৃদ্ধি পাইছে বনাঞ্চল ধ্বংস কাৰ্য্য,যাৰ ফলত প্ৰায় বৃদ্ধি পাব ধৰিছে মানুহ আৰু বন্যপ্ৰাণীৰ মাজত সংঘৰ্ষ।
Reported by Champak Deka, JagiroadConclusion:LEOPARD CALF RESCUE
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.