ETV Bharat / state

জাগীৰোড পশু চিকিৎসালয়ত নাথাকে চিকিৎসক

জাগীৰোড পশু চিকিৎসালয়ৰ বিৰুদ্ধে অভিযোগ স্থানীয় ৰাইজৰ , চিকিৎসালয়খনত উপস্থিত নাথাকে কোনো এজন চিকিৎসক

author img

By

Published : Apr 26, 2019, 1:07 PM IST

জাগীৰোড পশু চিকিৎসালয়ৰ বিৰুদ্ধে অভিযোগ

জাগীৰোড,২৬ এপ্ৰিল : জাগীৰোডৰ পশু চিকিৎসালয়ৰ বিৰুদ্ধে অভিযোগ স্থানীয় ৰাইজৰ । দীৰ্ঘদিন ধৰি অঞ্চলটোত পশুধনৰ মৃত্যুৰ সংখ্যা বৃদ্ধি পোৱাক কেন্দ্ৰ কৰি পশুধনৰ গৰাকীসকলে জাগীৰোডৰ পশু চিকিৎসালয়ৰ সহায়ৰ বাবে ওচৰ চাপে যদিও কোনো সঁহাৰি নোপোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ । পশুধনৰ গৰাকীৰ মত অনুসৰি চিকিৎসালয়খনত উপস্থিত নাথাকে কোনো এজন চিকিৎসক । ইফালে চিকিৎসাৰ বাবে চিকিৎসকলক ফোন কৰি মাতিলেও কামৰ অজুহাত দেখুৱাই ফাৰ্মাচিৰ পৰা ক্ৰয় কৰিবলৈ কয় ঔষধ । যাৰ বাবে চিকিৎসাৰ অভাৱত বৃদ্ধি পাবলৈ লৈছে অঞ্চলটোত পশুধনৰ মৃত্যুৰ সংখ্যা ।

Intro:JAGIROAD VETERINARY COW DEADBody:অাছে গৰু নাবায় হাল । হোৱাতকৈ নোহোৱাই ভাল। এই বাক্যশাৰী যেন অাখৰে অাখৰে ফলিয়াইছে জাগীৰোডৰ পশু চিকিৎচালয়ৰ ক্ষেত্ৰত। পশু ধনৰ বেমাৰ অাজাৰৰ চিকিৎচাৰ বাবে চিকিৎসালয় খনত উপস্থিত নাথাকে চিকিৎসক। ফোন কৰিলেও ফাৰ্মাচিৰ পৰা ক্ৰয় কৰিবলৈকয় ঔষধ। ফলত জাগীৰোড অঞ্চলত মৃত্যু মুখত পৰিছে পশুধন। এই লৈ ক্ষোভ উজাৰিছে অঞ্চলটোৰ একাংশ পশু পালকে। তেঁওলোকৰ বক্তব্য যে চৰকাৰে এই চিকিৎসক সকলৰ নামত অবাবত ব্যয় কৰিছে ধন।
Reported by Champak Deka , JagiroadConclusion:JAGIROAD VETERINARY COW DEAD
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.