ETV Bharat / state

এন আৰ চিৰ ভুৱা নথি-পত্ৰ যোগানঃ এজনক আটক - মফিদুল ইছলাম

জব্দ ১৯ খন ভুৱা পান কাৰ্ড, ১০ খন ভোটাৰ কাৰ্ড,৫০ খন মবাইল চিম কাৰ্ড,১৭ খন এটিএম কাৰ্ড,৭১ খন পান কাৰ্ডৰ প্ৰ-পত্ৰ, ৭ খন জন্মৰ প্ৰমাণ পত্ৰ সহ বহু আপত্তিজনক নথি পত্ৰ

এন আৰ চি ৰ বাবে ভুৱা নথি-পত্ৰ যোগান , এজনক আটক
author img

By

Published : Jun 21, 2019, 6:24 PM IST

জাগীৰোড, 21 জুনঃ এন আৰ চিৰ নামত একাংশ লোকে ভুৱা নথি-প্ৰত্ৰ প্ৰদান কৰা বুলি ভিন্ন সময়ত অভিযোগ উত্থাপন উঠি আহিছে ৷ এই অভিযোগ সমূহক সত্য প্ৰমাণিত কৰি ভুৱা নথি প্ৰত্ৰ যোগান ধৰা এজন লোকক হাতে লোটে ধৰা পেলাই জাগীৰোড আৰক্ষীয়ে ৷

এন আৰ চি ৰ বাবে ভুৱা নথি-পত্ৰ যোগান , এজনক আটক

মৰিগাঁও জিলাৰ মৈৰাবাৰীৰ চহৰীয়া গাঁৱৰ পৰা মফিদুল ইছলাম নামৰ লোকজনক আটক কৰে জাগীৰোড আৰক্ষীয়ে ৷ লগতে লোকজনৰ ব্যৱসায়ীক প্ৰতিষ্ঠানৰ পৰা বহু জাল নথিপত্ৰ আৰু চীল-মোহৰ জব্দ কৰিবলৈ সক্ষম হয় ৷ ১৯ খন ভুৱা পান কাৰ্ড, ১০ খন ভোটাৰ কাৰ্ড,৫০ খন মবাইল চিম কাৰ্ড,১৭ খন এটিএম কাৰ্ড,৭১ খন পান কাৰ্ডৰ প্ৰ-পত্ৰ, ৭ খন জন্মৰ প্ৰমাণ পত্ৰ, CSP (গ্ৰহক সেৱা কেন্দ্ৰ ) , স্বাৱলম্বী গোট আৰু মৰিগাঁও জিলা ন্যায়াধীশৰ চীল-মোহৰ সহ এটা লেপটপ জব্দ কৰিবলৈ সক্ষম হয় জাগীৰোড আৰক্ষীয়ে ৷ ঘটনা সন্দৰ্ভত মফিদুল ইছলামক জেৰা কৰাৰ লগতে তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷

লগতে পঢ়কঃ ওৰাঙত পিতৃৰ হাতত প্ৰাণ গ'ল সদ্য বিবাহিত পুত্ৰৰ

উল্লেখ্য যে, জাগীৰোডৰ গোভা NRC কেন্দ্ৰত মৰিগাওঁ জিলাৰ মৈৰাবাৰীৰ চহৰীয়া গাঁৱৰ ৰুকিয়া খাতুন নামৰ এগৰাকী মহিলাই NRCত নাম অন্তৰ্ভুক্তিৰ বাবে দাখিল কৰিছিল এখন ভুৱা পান কাৰ্ড ৷ NRC বিষয়াৰ সন্দেহ ওপজাত এই বিষয়ে অৱগত কৰে মৰিগাওঁ জিলা উপায়ুক্তক ৷ উপায়ুক্তৰ নিৰ্দেশ মৰ্মে মায়ং ৰাজহ চক্ৰৰ চক্ৰ বিষয়া সংঘমিত্ৰা বৰুৱাই জাগীৰোড আৰক্ষী থানাত ৰুজু কৰে এক গোচৰ ৷ সেই গোচৰৰ ভিত্তিত তদন্তক্ৰমে মৰিগাওঁ জিলাৰ মৈৰাবাৰীৰ পৰা আটক কৰে মফিদুল ইছলাম নামৰ এজন লোকক ৷ উক্ত ঘটনাত এক বৃহৎ দেশবিৰোধী চক্ৰ জৰিত থকাৰ সন্দেহ প্ৰকাশ কৰিছে মৰিগাওঁ জিলা প্ৰশাসনে ৷

Intro:গোভা NRC কেন্দ্ৰত মৰিগাওঁ জিলাৰ মৈৰাবাৰীৰ চহৰীয়া গাঁৱৰ ৰুকিয়া খাতুন নামৰ এগৰাকী মহিলাই দাখিল কৰিছিল এখন ভূৱা পান কাৰ্ড ৷Body:

Anchor: জাগীৰোড আৰক্ষীৰ সফলতা ৷ মৰিগাওঁ জিলাৰ মৈৰাবাৰীৰ চহৰীয়া গাঁৱৰ পৰা মফিদুল ইছলাম নামৰ এজন লোকক আটক কৰিবলৈ সক্ষম হয় জাগীৰোড আৰক্ষীয়ে ৷ লগতে জব্দ কৰে বৃহৎ পৰিমানৰ ভূৱা নথিপত্ৰ আৰু ভূৱা চীল-মোহৰ ৷ একাংশ বিদেশীক NRC ত নাম অন্তৰ্ভূক্তিৰ বাবে মফিদুল ইছলামে যোগান ধৰি আহিছিল জাল নথিপত্ৰ ৷ হয়, অসমীয়া জাতিৰ দলিল স্বৰূপ NRC ত অন্তৰ্ভূক্ত হব একাংশ বিদেশীৰ নাম ৷ বিদেশীক স্বদেশী সজাবলৈ সক্ৰিয় হৈ আছে এটা দেশবিৰোধী চক্ৰ ৷ শেহতীয়াকৈ মৰিগাওঁ জিলাত পোহৰলৈ আহিছে এনে এক ঘটনা ৷ জাগীৰোডৰ গোভা NRC কেন্দ্ৰত মৰিগাওঁ জিলাৰ মৈৰাবাৰীৰ চহৰীয়া গাঁৱৰ ৰুকিয়া খাতুন নামৰ এগৰাকী মহিলাই NRC ত নাম অন্তৰ্ভূক্তিৰ বাবে দাখিল কৰিছিল এখন ভূৱা পান কাৰ্ড ৷ NRC বিষয়াৰ সন্দেহ ওপজাত এই বিষয়ে অৱগত কৰে মৰিগাওঁ জিলা উপায়ুক্তক ৷ উপায়ুক্তৰ নিৰ্দেশ মৰ্মে মায়ং ৰাজহ চক্ৰৰ চক্ৰ বিষয়া সংঘমিত্ৰা বৰুৱাই জাগীৰোড আৰক্ষী থানাত ৰুজু কৰে এক গোচৰ ৷ সেই গোচৰৰ ভিত্তিত তদন্তক্ৰমে মৰিগাওঁ জিলাৰ মৈৰাবাৰীৰ পৰা আটক কৰে মফিদুল ইছলাম নামৰ এজন লোকক ৷ লগতে লোকজনৰ ব্যৱসায়ীক প্ৰতিষ্ঠানৰ পৰা জাল নথিপত্ৰ আৰু চীল-মোহৰ জব্দ কৰিবলৈ সক্ষম হয় ৷ ১৯ খন ভূৱা পান কাৰ্ড, ভোটাৰ কাৰ্ড ১০ খন, ৫০ টা চিম কাৰ্ড, এটিএম কাৰ্ড ১৭ খন, পান কাৰ্ডৰ প্ৰপত্ৰ ৭১ খন, ৭ খন জন্মৰ প্ৰমান পত্ৰ, CSP (গ্ৰহক সেৱা কেন্দ্ৰ ) , স্বাৱলম্বী গোট আৰু মৰিগাঁও জিলা ন্যায়াধীশৰ চীল-মোহৰ সহ এটা লেপটপ জব্দ কৰিবলৈ সক্ষম হয় জাগীৰোড আৰক্ষীয়ে ৷ ঘটনা সন্দৰ্ভত মফিদুল ইছলামক জেৰা কৰাৰ লগতে তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷ উক্ত ঘটনাত এক বৃহৎ দেশবিৰোধী চক্ৰ জৰিত থকাৰ সন্দেহ প্ৰকাশ কৰিছে মৰিগাওঁ জিলা প্ৰশাসনে ৷

Byte_OC JAGIROADConclusion:#মৰিগাওঁ জিলাৰ মৈৰাবাৰীৰ পৰা আটক কৰে মফিদুল ইছলাম নামৰ এজন লোকক ৷

#লোকজনৰ ব্যৱসায়ীক প্ৰতিষ্ঠানৰ পৰা জাল নথিপত্ৰ আৰু চীল-মোহৰ জব্দ
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.