ETV Bharat / state

বাঢ়নী পানীয়ে উটুৱাই নিলে ৰিং বান্ধঃ লাহৰীঘাটত হাহাকাৰ পৰিস্থিতি - ইটিভি ভাৰত

জনসাধাৰণৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে । মৰিগাঁও জলসম্পদ বিভাগে মথাউৰিৰ পৰিৱৰ্তে এনেদৰে অসম্পূৰ্ণকৈ ৰিংবান্ধ নিৰ্মাণ কৰাৰ বাবে এই পৰিস্থিতিৰ সৃষ্টি হ'বলৈ পাইছে বুলি স্থানীয় লোকে অভিযোগ উত্থাপন কৰিছে ৷

ETV BHARAT
author img

By

Published : Jul 11, 2019, 10:08 AM IST

মৰিগাঁও,11 জুলাই : মৰিগাঁৱত তাচপাতৰ দৰে খহিল কোটিটকীয়া ৰিংবান্ধ। মৰিগাঁৱৰ লাহৰীঘাটত আৰু ভূৰাগাঁৱত আতংকময় পৰিস্থিতি । মথাউৰি নিৰ্মাণৰ নামত ৰিং বান্ধেৰে বলিয়া বানক ভেটাৰ পৰিণাম ।

বাঢ়নী পানীয়ে উতুৱাই নিলে ৰিং বান্ধ

বৃহস্পতিবাৰে পুৱা মৰিগাঁৱৰ লাহৰীঘাটৰ ঘাটত ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানী উটুৱাই নিলে কোটিটকীয়া ৰিংবান্ধ । ৰিং বান্ধটোৰ ছিগা অংশৰে হোৰাহোৰে সোমাইছে পানী । ফলত জনসাধাৰণৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ।
মৰিগাঁও জলসম্পদ বিভাগে মথাউৰিৰ পৰিৱৰ্তে এনেদৰে অসম্পূৰ্ণকৈ ৰিংবান্ধ নিৰ্মাণ কৰাৰ বাবে এই পৰিস্থিতিৰ সৃষ্টি হ'বলৈ পাইছে বুলি স্থানীয় লোকে অভিযোগ উত্থাপন কৰিছে ৷

Intro:মৰিগাঁৱত তাচপাতৰ দৰেই খহিল কোটিটকীয়া ৰিংবান্ধ। মৰিগাঁৱৰ লাহৰীঘাটত আৰু ভূৰাগাঁৱত আতংকময় পৰিস্থিতি । সুখনিদ্ৰাত জলসম্পদ বিভাগ। মথাউৰি নিৰ্মাণৰ নামত ৰিং বান্দৰে বলিয়া বানক ভেটাৰ পৰিণাম। Body: বৃহস্পতিবাৰে পুৱা মৰিগাঁৱৰ লাহৰীঘাটৰ ঘাটত ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানী উঠুৱাই নিলে কোটিটকীয়া ৰিংবান্ধ। তাচপাতৰ দৰে খহিছে কোটিটকীয়া ৰিংবান্ধ। হুৰা হুৰে সোমাইছে বাঢ়নী পানী। জনসাধাৰণৰ মাজত আংতংকময় পৰিস্থিতি ।
উত্থাপিত অভিযোগ মতে মৰিগাঁও জলসম্পদ বিভাগে মথাউৰিৰ পৰিবৰ্তে এনেদৰে হাটীৰ পিঠিত তৰা ফৰ্মূতি মৰাদি ৰিংবান্ধ দি তাকো অসম্পূৰ্ণ । শুনক স্হানীয় বাসিন্দাৰ মুখেৰে:bytes, publics
এইছোবা ৰিংবান্ধ চিগাৰ ফলত অঞ্চলবাসীৰ মাজত আতংকময় পৰিস্থিতি সৃষ্টি ।ইফালে পুৱাতে এইৰিংবান্ধটো চিগি লাহৰীঘাট অঞ্চলটো জলমগ্ন হোৱাৰ পাছত সুখনিদ্ৰাত জলসম্পদ বিভাগৰ তথা জিলা প্ৰশাসন।byte:2+3Conclusion:Ratuldeka etv Bharat morigaon
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.