ETV Bharat / state

মৰিগাঁৱত বিধায়ক ৰমাকান্ত দেউৰীৰ পদযাত্ৰা

কেইবা হাজাৰ দলীয় কৰ্মী-সমৰ্থকৰ উপস্থিতিত লোকসভাৰ বিজেপিৰ প্ৰাৰ্থী ৰূপক শৰ্মাৰ হৈ পদযাত্ৰাৰে নিৰ্বাচনী প্ৰচাৰ চলায় বিধায়কগৰাকীৰ ৷

author img

By

Published : Apr 15, 2019, 11:55 PM IST

ৰমাকান্ত দেউৰীৰ পদযাত্ৰা

ৰহা, 15 এপ্ৰিল : লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায় ভোট গ্ৰহণৰ প্ৰাকক্ষণত সোমবাৰে ৰহাৰ নিকটৱৰ্তী মণিপুৰটোপ পঞ্চায়তৰ পৰা বৃহৎ পদযাত্ৰাৰে বিধায়ক ৰমাকান্ত দেউৰীৰ নিৰ্বাচনী প্ৰচাৰ ৷ কেইবা হাজাৰ দলীয় কৰ্মী-সমৰ্থকৰ উপস্থিতিত বিধায়কগৰাকীয়ে নগাঁও লোকসভাৰ বিজেপিৰ প্ৰাৰ্থী ৰূপক শৰ্মাৰ হৈ পদযাত্ৰাৰে নিৰ্বাচনী প্ৰচাৰ চলায় । প্ৰচাৰ চলাই নিৰ্বাচনত মৰিগাঁৱ বিধানসভা সমষ্টিৰ পৰা প্ৰায় ডেৰলক্ষাধিক ভোট বিজেপিয়ে লাভ কৰাৰ লগতে নগাঁৱৰ বিজেপিৰ প্ৰাৰ্থীগৰাকী বিপুল ভোটত জয়লাভ কৰিব বুলিও মন্তব্য কৰে ৰমাকান্ত দেউৰীয়ে ।

ৰমাকান্ত দেউৰীৰ পদযাত্ৰা

ইপিনে বিধায়কগৰাকীৰ সৈতে পদযাত্ৰা কাৰ্যসূচীত উপস্থিত থাকি সাংসদ তথা লখিমপুৰ লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী প্ৰদান বৰুৱাই নগাঁৱত ৰূপক শৰ্মা জয়ী হোৱাটো নিশ্চিত বুলিও মন্তব্য কৰে ৷ লগতে নগাঁৱৰ কংগ্ৰেছ প্ৰাৰ্থী গৰাকীক মাৰ্ঘেৰিটাৰ ৰাইজে ৰিজেক্ট কৰা পাচত নগাঁৱলৈ আহিছে আৰু নগাঁৱৰ ৰাইজে ৰিজেক্ট প্ৰাৰ্থী গৰাকীক কেতিয়াও সমৰ্থন আগবঢ়ায় বুলিও মন্তব্য কৰে প্ৰদান বৰুৱাই ।

Intro:আগন্তুক লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায় ভোট গ্ৰহণৰ প্ৰাকক্ষণত সোমবাৰে ৰহাৰ নিকটৱৰ্তী মনিপুৰটোপ পঞ্চায়তৰ পৰা বৃহত পদযাত্ৰাৰে বিজেপিৰ প্ৰচাৰ চলালে মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে।
Body:এই পদযাত্ৰাত কেইবা হাজাৰ দলীয় কৰ্মী সমৰ্থকৰ উপস্থিতিত বিধায়ক গৰাকীয়ে নগাঁও লোকসভাৰ বিজেপিৰ প্ৰাৰ্থী ৰূপক শৰ্মাৰ হৈ পদযাত্ৰাৰে প্ৰচাৰ চলাই। বিধায়ক গৰাকীয়ে নিৰ্বাচনত মৰিগাঁও বিধান সভা সমষ্টিৰ পৰা প্ৰায় ডেৰলক্ষাধিক ভোট বিজেপিয়ে লাভ কৰিব বুলি দাবী কৰিব আৰু বিজেপিৰ প্ৰাৰ্থী গৰাকী বিপুল ভোটত জয়লাভ কৰিব বুলি মন্তব্য কৰে। অন্যহাতে বিধায়ক গৰাকীৰ লগতে উপস্থিত থাকি সাংসদ তথা লক্ষীমপুৰ লোকসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী প্ৰদান বৰুৱাইয়ো নগাঁও লোকসভা সমষ্টিটো বিজেপিয়ে জয়লাভ কৰাটো নিশ্চিত বুলি মন্তব্য কৰে। লগতে সাংসদ গৰাকীয়ে নগাঁৱৰ কংগ্ৰেছ প্ৰাৰ্থী গৰাকীক মাৰ্ঘেৰিটাৰ ৰাইজে ৰিজেক্ট কৰা পিছত নগাঁওলৈ আহিছে আৰু নগাঁও ৰাইজে ৰিজেক্ট প্ৰাৰ্থী গৰাকীক কেতিয়াও সমৰ্থন আগনবঢ়ায় বুলি কয়। তেঁও প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত পাঁচখনতে জয়লাভ কৰা বিপৰীতে বিজেপিয়ে মুঠ বাৰখন আসন লাভ কৰিব বুলি মন্তব্য কৰে।

ৰহাৰ পৰা
দিব্য জে বৰঠাকুৰ
Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.