ETV Bharat / state

চিকিৎসকৰ প্ৰতিবাদ, ব্যাহত চিকিৎসা সেৱা - ETV BHARAT

মৰিগাঁও অসামৰিক চিকিৎসালয়ত এঘন্টীয়া প্ৰতিবাদ সাব্যস্ত কৰে চিকিৎসক সকলে । তিনিচুকীয়াত কৰ্মৰত চিকিৎসকক আক্ৰমণৰ ঘটনা সংঘটিত হোৱাৰ পাছতে নিৰাপত্তা সুনিশ্চিত কৰাৰ দাবীৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে তেওঁলোকে ।

চিকিৎসকৰ প্ৰতিবাদ, ব্যাহত চিকিৎসা সেৱা
author img

By

Published : May 11, 2019, 1:14 PM IST

মৰিগাঁও, ১১ মে': তিনিচুকীয়াত কৰ্মৰত চিকিৎসকক আততায়ীয়ে আক্ৰমণ কৰাৰ প্ৰতিবাদত মৰিগাঁৱত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে চিকিৎসকসকলে । মৰিগাঁও অসামৰিক চিকিৎসালয়ত এঘন্টীয়া প্ৰতিবাদ কৰা চিকিৎসকসকলে পাছত কৰ্তব্যত যোগদান কৰে যদিও নিৰাপত্তা সুনিশ্চিত কৰাৰ দাবী অব্যাহত ৰাখে ।

চিকিৎসকৰ প্ৰতিবাদ, ব্যাহত চিকিৎসা সেৱা

তিনিচুকীয়াত সংঘটিত ঘটনাৰ উচিত তদন্তৰ লগতে দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবী জনাইছে মৰিগাঁৱৰ চিকিৎসক, নাৰ্চ আৰু কৰ্মীসকলে ৷

Slug-as-mrg-11thmay- doctors protested -804-vis-byt-as10005

Anchorintro:মৰিগাঁৱত 
চিকিৎসকৰ অসহযোগ ৷তিনিচুকীয়াত কৰ্মৰত চিকিৎসক আততাৰীৰে আক্ৰমণ কৰাৰ প্ৰতিবাদত এই প্ৰতিবাদ । মৰিগাঁৱত চিকিৎসা সেৱা ব্যাহত।

Story : তিনিচুকীয়াত দুৰ্বৃত্তই চিকিৎসকক আক্ৰমণ কৰাৰ প্ৰতিবাদত মৰিগাঁৱতো চিকিৎসকসকলে প্ৰতিবাদী  কাৰ্যসূচী গ্ৰহণ কৰে ৷ চিকিৎসকসকলে মৰিগাঁও অসামৰিক চিকিৎসালয়ত এঘন্টীয়া প্ৰতিবাদৰ পিছত পুনৰ কৰ্ত্তব্যত যোগদান কৰিছে যদিও চিকিৎসকৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ দাবী জনাই তিনিচুকীয়াত সংঘটিত ঘটনাৰ উচিত তদন্তৰ লগতে দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবী জনাইছে মৰিগাঁৱৰ চিকিৎসক নাৰ্চাৰি আৰু প্ৰতিবাদী চিকিৎসাকৰ্মীসকলে৷
Shot :
Byte:

Ratuldeka etv Bharat morigaon.
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.